মুখ্যমন্ত্ৰীক ‘প্ৰচণ্ড চৰ’ মাৰিবলৈ কৈ গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী!
নিউজ ডেস্ক। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক ২৪ আগষ্ট অৰ্থাৎ মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰত্নগিৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক ‘প্ৰচণ্ড চৰ’ দিয়াৰ বিষয়ে কৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হয় ৰাণেক। তেওঁ দাবী কৰিছিল যে স্বাধীনতাৰ বৰ্ষৰ বিষয়ে অজ্ঞ আছিল মুখ্যমন্ত্ৰীজন। যিটো অতি লজ্জাজনক। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাণেৰ মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল … Read more