ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত বিধ্বস্ত মালবাহী ট্ৰাক, CCTV কেমেৰাত বন্দী দৃশ্য
নিউজ ডেস্ক। এক গাৰ নোম শিয়ৰি উঠা পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ মাজৰ ডিভাইদাৰত। ট্ৰাকৰ খুন্দাত কেবিনৰ পৰা ওলাই বহু দূৰলৈ উফৰি পৰে চালক আৰু ট্ৰাক বাগৰি হৈ পৰে টুকুৰা-টুকুৰ। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় মধ্য প্ৰদেশৰ নাগপুৰ-জবলপুৰ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰমনপুৰ ঘাটিত। চি চি টিভিত বন্দী হোৱা সেই … Read more