নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে

নিউজ ডেস্ক। দেশৰ বৰ্তমান কভিড পৰিস্থিতি অতিকে জটিল। এই ৰোগত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহুতে। বহুতে আক্ৰান্ত সকলক সহায়ৰ বাবে কৰিছে নানা কৰ্ম। যোগান ধৰিছে গাড়ী, অক্সিজেন অথবা খাদ্য। তেনে এক সময়তে পোহৰলৈ আহিছে আন এক ইতিবাচক ঘটনাৰ তথ্য। নিজৰ ক’ভিড আক্ৰান্ত গৰ্ভৱতী ভগ্নী আৰু আন-আন ক’ভিড ৰােগীৰ জীৱন ৰক্ষাৰ বাবে ক’ভিড আক্ৰান্ত এজন যুৱকে অক্সিজেন … Read more

উদ্বেগজনক! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৮৫ জনৰ

নিউজ ডেস্ক। ৰাজ্যত একেৰাহে দ্বিতীয় দিনাও ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰাণ গ’ল অৰ্ধ শতাধিক লােকৰ। সােমবাৰে ৰাজ্যজুৰি ৭৭ জন লােকৰ মৃত্যু হােৱাৰ বিপৰীতে মংগলবাৰে দৈনিক মৃত্যুৰ সংখ্যা ৮৫ লৈ বৃদ্ধি পায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য। দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৬,২৫৮ জন। Summary of 11/5/2021 Today’s … Read more

এমাহত এদিনহে সাংবাদিৰ সৈতে মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

পূৰ্বৰ দৰে এতিয়া আৰু প্ৰতিদিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হোৱাৰ পাছতে নিয়ম সলনি কৰিলে ড০ শৰ্মাই। এমাহত মাত্ৰ এদিনহে সাংবাদিৰ সৈতে মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে সাংবাদিকৰে মুখামুখি হৈ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক উদ্দশ্যি কয়- সদায়ে প্ৰশ্ন সুধিলে খেলিমেলি হৈ যাব পাৰে। আগ বেলা সুধা প্ৰশ্নৰ উত্তৰ পিছবেলা সলনি … Read more

হাতীৰ বেটিং, বলিং-ফিল্ডিং কৰিছে মানুহে! হাতী-মানুহৰ ক্ৰিকেট খেলৰ ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে বৃহৎ জন্তু হিচাপে হাতীয়ে বহুতো কাম কৰে অথবা গৰাকীয়ে কৰোৱাই। কিন্তু কিছুমান এনে কাম হাতীয়ে কৰে, যিটো দেখিলে আপুনিও আচৰিত হ’ব। এইবাৰ তেনে এক আচৰিত দৃশ্যই ক্ষণিকতে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যিটো দৃশ্যত হাতীয়ে কেইজনমান মানুহৰ লগত খেলিছে ক্ৰিকেট। হাতীয়ে কেনেকৈ ক্ৰিকেট খেলিব পাৰে বুলি ভাবি নিশ্চয় আপুনিও আচৰিত হৈছে। কিন্তু … Read more

তৃষ্ণাৰ্ত পথৰ কুকুৰক পানী খুৱালে আৰক্ষী জোৱানে! সামাজিক মাধ্যমত ভাইৰেল দৃশ্য

নিউজ ডেস্ক। কোৰোনাৰ গ্ৰাসত পৰি নানা সংকটৰ সন্মুখীন হৈছে মানুহ। কৰবাত চিকিৎসক নাই, কৰবাত নাই চিকিৎসালয়ৰ বিছনা। দেশজুৰি অক্সিজেনৰ হৈছে নাটনি। এনে সময়ত কোনোৱে আনৰ বাবে ভাবিবলৈ যেন আহৰি নাই। কিন্তু তেনে সময়তে এক দৃশ্যই সকলোকে কৰিছে মোহিত। সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যটোৱে আপোনাক কিছু ক্ষণৰ বাবে হলেও যোগাব উৎসাহ। দৃশ্যটো সাধাৰণ যেন লাগিলেও বৰ্তমান … Read more

মৃত্যুৰ অভিলেখ! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৭৭ জনৰ

নিউজ ডেস্ক। ৰাজ্যত নতুন চৰকাৰৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান হিচাপে থিয় দিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হােৱা পৰিস্থিতিয়ে। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই নিজ মুখে এই কথা স্বীকাৰ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ মাজতে আহিছে এক বেয়া খবৰ। চৰকাৰ গঠনৰ দিনাই ৰাজ্যজুৰি মৃত্যু হ’ল ৭৭ জনকৈ ক’ভিড ৰােগীৰ। মৃতকৰ ভিতৰত সৰ্বাধিক ৩੦ জন লােক … Read more

আৱেগিক মুহূৰ্ত! নতুন মুখ্যমন্ত্ৰীৰ মাতৃৰ পৰা আশীৰ্বাদ ল’লে বিদায়ী মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক। বিগত ৫ বছৰে দুৰ্নীতি-স্বজনপ্ৰীতিৰ পৰা বহু দূৰত থাকি মুখ্যমন্ত্ৰীৰ ৰূপত অসমক সবলভাৱে নেতৃত্ব দিলে সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে। সদ্য সমাপ্ত অসম বিধানসভাৰ নিৰ্বাচনত সােণােৱালৰ নেতৃত্বতে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজােঁটে। ৰাইজে নিবিচাৰিলে পৰিৱৰ্তন। কিন্তু ইয়াৰ পাছতো ৰাজ্যবাসীৰ বৃহত্তৰ স্বাৰ্থ তথা দলীয় হাইকামাণ্ডৰ ইচ্ছা অনুসৰিয়েই শেষ মুহূৰ্তত নিজৰ গাদী এৰি বদান্যতাৰ পৰিচয় … Read more

বিয়াত বহিয়েই পুনৰ ক’ভিড ৰােগীৰ চিকিৎসাত নামিল এগৰাকী মহিলা চিকিৎসক

নিউজ ডেস্ক। দেশত কাল কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে দ্ৰুতগতিত। এনে সময়ত আহৰি নাইকীয়া হৈছে ক’ভিড যোদ্ধা সকলৰ। বিশেষকৈ প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত হোৱা চিকিৎসক সকলে উশাহ লবলৈয়ো পোৱা নাই অকণমান সময়। বহুতো চিকিৎসকে পিতৃ-মাতৃ অথবা আত্মীয়ৰ মৃত্যু হোৱা সত্ত্বেও অব্যাহত ৰাখিছে মানৱ সেৱা। দুখ, শোক আৰু কষ্টক নেওচি … Read more

নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থাকিও আনক যােগান ধৰিছে প্ৰাণবায়ু!

নিউজ ডেস্ক। দেশৰ জটিল ক’ভিড জনিত পৰিস্থিতিৰ মাজতে ভয়াৱহ ৰূপত দেখা দিছে অক্সিজেনৰ নাটনিয়ে। একাংশ লােকে ক’ভিডক ৰােগীক অক্সিজেন যােগান ধৰাৰ নামত নামি পৰিছে ক’লা ব্যৱসায়ত। তেনে সময়তে নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থকা এজন গাড়ী চালক অহৰ্নিশে ব্যস্ত আনক প্ৰাণবায়ু অক্সিজেন যােগান ধৰাৰ কামত। ছবিখনত দেখা পোৱা এই লােকজনৰ নাম মঞ্জুৰ আহমেদ। বয়স ৪৫ … Read more

কৰ’ণাৰ সন্ত্ৰাসঃ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল…

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা। কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা। সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ কৰা হ’ব উত্তীৰ্ণ। ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত AHSECৰ। ৪ মে’ৰ পৰা HS প্রথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত … Read more