কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু দিল্লীত কৰ্মৰত জ্যেষ্ঠ অসমীয়া মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ
দেশজুৰি কৰ’ণা ভাইৰাছে ধাৰণ কৰিছে মাৰাত্মক ৰূপ। সংক্ৰমণৰ সমান্তৰালকৈ দেশত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা। কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দিল্লীত কৰ্মৰত জ্যেষ্ঠ অসমীয়া মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যই। দিল্লীৰ প্ৰতীক্ষা হাস্পতালত মৃত্যু হয় সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ। Our very close Kalyan Barooah's wife Nilakshi Bhattacharyya passed away today morning due to Covid related … Read more