কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ ৫ জনৰ শােকাৱহ মৃত্যু, ২ জন চিকিৎসাধীন

নিউজ ডেস্ক। সোমবাৰে দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয় অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাত। জিলাখনৰ লুম্পিৰটোহৰ মিহমিন্তদূৰ নামৰ গ্ৰাম্য এলেকাত সংঘটিত হয় এই ঘটনা য’ত প্ৰায় ৩৫ ফুট গভীৰ কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ কৰুণভাৱে মৃত্যু ঘটে ৫ জন লােকৰ। ইয়াৰ বিপৰীতে দুজন লোক আহত হয় সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে। মৃত্যু হোৱা সকলৰ … Read more

ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৪ দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘােষণা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ

নিউজ ডেস্ক। নেপাল চৰকাৰৰ তাৎক্ষণিক সিদ্ধান্ত। দেশখনত বায়ু প্ৰদূষণে লোৱা ভয়াৱহ পৰিস্থিতিৰ বাবে আগন্তুক চাৰিদিনৰ বাবে বন্ধ থাকিব দেশৰ সকলো শিক্ষানুষ্ঠান। এই কথা সোমবাৰে ঘোষণা কৰে নেপাল চৰকাৰে যাতে ছাত্ৰ-ছাত্ৰীসকল বায়ু প্ৰদূষণৰ বাবে কোনো ৰোগত আক্ৰান্ত হব নোৱাৰে। শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে। … Read more

IIT Delhi ৰ চমক! ২੦ পইচাত ১ কিলােমিটাৰ চলিব পৰা ইলেক্ট্ৰিক স্কুটাৰ HOPE উদ্ভাৱন

নিউজ ডেস্ক। বৰ্তমান পেট্ৰলৰ মূল্য বৃদ্ধিয়ে ভাৰাক্ৰান্ত কৰিছে দুচকীয়া বাহনৰ চালকক। নিজৰ দুচকীয়া বাহনখন উলিয়াই নিয়াৰ আগত সকলোৱে ভাবিবলগীয়া হৈছে এবাৰ। তাৰোপৰি দুচকীয়া বাহনৰ অত্যাধিক দামৰ বাবে এখন মটৰ চাইকেল ক্ৰয় কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ লোক। কিন্তু তেনে সময়তে আহিছে এক সুখবৰ। বজাৰলৈ আহিছে কম দামী আৰু প্ৰতি কিলোমিটাৰ যাত্ৰাৰ বিনিময়ত মাত্ৰ ২০ পইচা … Read more

ব্যতিক্ৰম! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল

নিউজ ডেস্ক। এখন ব্যতিক্ৰমী আৰক্ষী থানা। থানাখনত কোনোৱে গোচৰ দিব আহিলে তেওঁ লাভ কৰে এবটল গংগাজল আৰু কপালত এটা ফুট। এই উপহাৰ অভিযোগকাৰীক প্ৰদান কৰে থানাখনৰ আৰক্ষী বিষয়াই। এই ব্যতিক্ৰম থানা খন হৈছে উত্তৰ প্ৰদেশৰ মিৰুটৰ নৌসন্দি আৰক্ষী থানা। যিখন থানা আৰু থানাখনৰ এজন আৰক্ষী বিষয়াই দখল কৰিছে বাতৰিৰ শিৰোনাম। থানাখনত কোনো লোক প্ৰৱেশ কৰাৰ … Read more

বাইক ষ্টান্ট কৰি বিপদত পৰিল এজন যুৱক! এজন IPS বিষয়াই শ্বেয়াৰ কৰিলে ভিডিঅ’

নিউজ ডেস্ক। এটা বাইক ষ্টান্টৰ ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল, যিটো ভয়ংকৰ দৃশ্য ২৫ মাৰ্চৰ দিনা টুইটাৰত শ্বেয়াৰ কৰিছে এগৰাকী জ্যেষ্ঠ আই পি এছ বিষয়া দিপাংশু কাব্রাই। দৃশ্যটোত দেখা অনুসৰি, ষ্টান্টৰ উদ্দেশ্যে এজন যুৱকে ৰাজপথত চলন্ত অৱস্থাত মটৰ চাইকেলৰ চীটৰ ওপৰত উঠি হাত এৰি থিয় হ’বলৈ চেষ্টা কৰিছে। যুৱকজনে থিয় হবলৈ লওঁতেই ভাৰসাম্য … Read more

শােকাৱহ পথ দুৰ্ঘটনাত ৫ জন বিজেপি কৰ্মীৰ মৃত্যু, ১৫ জন আহত

নিউজ ডেস্ক। অসমৰ প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাত সংঘটিত এক শােকাৱহ পথ দুৰ্ঘটনাত ৫ জন বিজেপি দলৰ কৰ্মীৰ মৃত্যু ঘটে। শুকুৰবাৰে দক্ষিণ ত্ৰিপুৰা জিলাত সংঘটিত এই পথ দুৰ্ঘটনাত ১৫ জন লােক আহত হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে, ঘটনাটো শুক্ৰবাৰে অমৰপুৰ-নতুন বজাৰ পথৰ ‘লাকৰি দােকান’ৰ ওচৰত সংঘটিত হয়। ভাৰতীয় জনতা পাৰ্টি (বিজেপি) গোমতী জিলা সভাপতি অভিষেক … Read more

অৰুণাচল প্ৰদেশৰ ভূটান সীমান্তত কৰ্তব্যৰত SSB জোৱানৰ মৃত্যু, ১১ বছৰীয়া পুত্ৰৰ মুখাগ্নি

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ ভূটান সীমান্তত কৰ্তব্যৰত অৱস্থাত সশস্ত্ৰ সীমা বাহিনী (SSB)ৰ এজন জােৱানৰ আকস্মিক মৃত্যু ঘটে। শ্বহীদ জােৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ মিৰাটত বুলি জানিব পৰা গৈছে। জোৱানজন বুধবাৰে শ্বহীদ হয় বুলি বাহিনীটােৰ সূত্ৰত প্ৰকাশ। চিকিৎসকৰ মতে, মস্তিষ্কৰ ৰক্তক্ষৰণ হােৱাৰ ফলতে জােৱানজনৰ মৃত্যু ঘটে। বৃহস্পতিবাৰে মিৰাটৰ কঙ্কৰখেৰা স্থিত আবাস গৃহত উপস্থিত হয়। জােৱানজনৰ মৃতদেহ ঘৰত … Read more

হেলিকপ্টাৰৰ যান্ত্রিক বিজুতি! ফোনযোগে নিৰ্বাচনী সভাত ভাষণ ৰাখি দুখ প্ৰকাশ আজমলৰ

নিউজ ডেস্ক। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দৰঙৰ দলগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখা এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী জন সভা বুধবাৰে বেছিমাৰী খেলপথাৰত অনুষ্ঠিত হয় ৷ উক্ত সভাত দলটোৰ মনোনীত প্ৰাৰ্থী মজিবৰ ৰহমানেও ভাষণ প্ৰদান কৰি বিধায়ক নিৰ্বাচিত হ’লে সমষ্টিৰ ৰাইজৰ সকলো … Read more

পশ্চিম গুৱাহাটীৰ ৰাণী বনাঞ্চলত গৰ্ভৱতী বন্যহস্তীৰ ৰহস্যজনক মৃত্যু, দৃৰ্বৃত্তই কাটি নিলে দাঁত

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে বন্য জীৱ-জন্তুৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। ইয়াৰ মাজতে মহানগৰীৰ পশ্চিম গুৱাহাটীৰ ৰাণী বনাঞ্চিলক কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত এজনী গৰ্ভৱতী বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক। ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ছাটাৰগাঁৱৰ গভীৰ অৰণ্যত প্ৰায় তিনি সপ্তাহ পূৰ্বে গৰ্ভৱতী হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থান পৰিদৰ্শন কৰে বন বিভাগৰ পূব কামৰূপ বন … Read more

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

নিউজ ডেস্ক। ডিম্পু বৰুৱা। ইন্টাৰনেট জগতৰ এক পৰিচিত নাম। অসমৰ লগতে দেশ-বিদেশতাে সামাজিক মাধ্যমত ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা ইউ টিউবাৰ ডিম্পু বৰুৱা এইবাৰ উপস্থিত হ’ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত। শেহতীয়াকৈ নিজৰ ইউ টিউব চেনেল Dimpu’s Vlogs শ্বেয়াৰ কৰিলে মন্ত্ৰীগৰাকীৰ সৈতে সম্পূৰ্ণ ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ। উল্লেখ্য যে ডিম্পুৰ এই ইউ টিউব চেনেলত … Read more