NO NETWORK! ম’বাইল ফোনৰ নেটৱৰ্কৰ বাবে মন্ত্ৰী উঠিল ৫০ ফুট উচ্চতাৰ দোলন যন্ত্ৰলৈ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যেতিয়া মোবাইল ফোনৰ নেটৱৰ্ক নাথাকে, তেতিয়াই বহুতেই মুকলি ঠাইলৈ বা ওখ স্থানলৈ যায় নেটৱৰ্ক পাবলৈ। কিন্তু এইবাৰ নেটৱৰ্ক লাভৰ বাবে এজন ব্যক্তিয়ে কৰা উপায় ভাইৰেল হৈ পৰিছে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত। ব্যক্তিজন অৱশ্যে কোনো সাধাৰণ ব্যক্তি নহয়, তেওঁ স্বয়ং এখন ৰাজ্যৰ এজন দায়িত্বশীল মন্ত্ৰী। মন্ত্ৰীজনে নেটৱৰ্ক লাভৰ বাবে বগাই গল ৫০ ফুট … Read more

অঘটন! অৱতৰণৰ সময়ত বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে এয়াৰ ইণ্ডিয়াৰ বিমানে!

নিউজ ডেস্ক। অৱতৰণৰ সময়ত অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাডা আন্তৰ্জাতিক বিমানবন্দৰ বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে। কিন্তু সৌভাগ্যক্ৰমে বৰ বিশেষ ক্ষতি নহল বিমান খনৰ। সুৰক্ষিত থাকিল বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ লগতে বিমান কৰ্মীসকল। এই কথা জানিবলৈ দিয়ে বিমানবন্দৰটোৰ সঞ্চালক জে মধুসূদন ৰাওৱে। শনিবাৰে কাটাৰৰ দ’হাৰ পৰা বিজয়ৱাডা হৈ তামিলনাডুৰ তিৰুচিৰাপাল্লিলৈ বুলি আহিছিল বিমানখন। মুঠ … Read more

মৰ্মান্তিক! একেলগে পৰীক্ষা দিবলৈ গৈ বাছ দুৰ্ঘটনাত প্ৰাণ গ’ল নৱ দম্পতীৰ!

নিউজ ডেস্ক। নিয়তীৰ কি নিষ্ঠুৰ পৰিহাস! যুগ্ম জীৱনৰ পাতনি মেলাৰ সময়তে এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ কাঢ়ি নিলে নৱ দম্পতীৰ। যােৱা ১৬ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ সিধি জিলাৰ পাটনা গাঁৱত সংঘটিত ভয়াৱহ বাছ দুৰ্ঘটনাই কাঢ়ি নিছিল ৫১ জনকৈ লােকৰ প্ৰাণ। এই অভিশপ্ত বাছখনতে যাত্ৰা কৰিছিল জিলাখনৰ গেৱটা গাঁও পঞ্চায়তৰ বাসিন্দা অজয় আৰু পত্নী তপস্যা। উল্লেখ্য যে ৮ জুন … Read more

পোহনীয়া গৰুৰ দেহত সংস্থাপন কৰা হ’ব মাইক্ৰ’ চিপ! ৰাজপথত ধৰা পৰিলে জৰিমনা ২৫,০০০ টকা

নিউজ ডেস্ক। সাধাৰণতে নগৰ অঞ্চলত পোহনীয়া গৰু সমূহ গৰাকীয়ে এৰাল নিদি এৰি দিয়া দেখা যায়। যাৰ ফলত গৰুৰ গোবৰে নগৰ বা চহৰৰ পথ সমূহ লেতেৰা কৰাৰ লগতে দুৰ্ঘটনা হোৱাও দেখা যায়। কিন্তু এতিয়াৰ পৰা সাৱধান! যদি গৰুৱে ৰাজপথ লেতেৰা কৰে বা দুৰ্ঘটনা কৰে, তেন্তে গৰাকীয়ে ভৰিব লাগিব ২৫,০০০ টকা জৰিমনা। সেয়েহে প্ৰতিটো গৰুৰ দেহত সংস্থাপন … Read more

২৫ বছৰে মহিলাৰ শ্বাস নলীত থাকিল হুইচেল! অস্ত্ৰােপচাৰ কৰি উলিয়ালে চিকিৎসকে

নিউজ ডেস্ক। এক আচৰিত ঘটনা। ৪০ বছৰীয়া মহিলাৰ শ্বাস নলীত ধৰা পৰিল হুইচেল। কিশোৰ অৱস্থাতে খেলি থাকোতে মহিলা গৰাকীয়ে গিলি দিছিল সৰু হুইচেলটো। ২৫ বছৰ শ্বাস নলীত থাকিল হুইচেলটো। মহিলা গৰাকীয়ে দীৰ্ঘদিন ভুগি আছিল কাহৰ অসুখত। অৱশেষত চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰি উলিয়ালে হুইচেলটো। এই ঘটনা কেৰেলাৰ কান্নুৰ জিলাৰ মাত্তান্নুৰৰ। Kerala: Doctors at government medical college in … Read more

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

নিউজ ডেস্ক। মুম্বাইৰ হাইট ৰিজেঞ্চিত অনুষ্ঠিত হৈছিল VLCC Femina Miss India 2020। এইবাৰৰ সংস্কৰণৰ VLCC Femina Miss India 2020 ৰ উপ-বিজেতাৰ মুকুট পৰিধান কৰিলে উত্তৰ প্ৰদেশৰ বাৰানসীৰ মান্যাই। কিন্তু মান্যাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে চকুপানী ওলাব আপোনাৰ। এগৰাকী অটোৰিক্সা চালকৰ জীয়ৰীৰ এই সাফল্য সঁচাকৈ চিন্তনীয়। বহু কষ্ট আৰু ত্যাগৰ ফচল এই জয়। সফলতা লাভৰ পূৰ্বে … Read more

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

নিউজ ডেস্ক। এক অভিনৱ প্ৰতিবাদ। দেশজুৰি পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। প্ৰথম বাৰৰ বাবে দেশত পেট্ৰ’লৰ মূল্যই কোবাইছে চেঞ্চুৰি। দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ দামে ইতিমধ্যে চুইছেগৈ শতকৰ ঘৰ। সেই অনুসৰি মধ্য প্ৰদেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ মূল্য হৈছে ১০০ টকা। ভূপাল চহৰো ইয়াৰ ব্যতিক্ৰম নহল। মহামাৰীৰ পৰৱৰ্তী কালত পেট্ৰ’লৰ এই স্বাভাৱিক মূল্যবৃদ্ধিক লৈ সন্তুষ্ট নহয় … Read more

গাখীৰ বিক্ৰীৰ বাবে এজন ‘খেতিয়কে’ ক্ৰয় কৰিলে ৩੦ কােটিৰ হেলিকপ্টাৰ!

নিউজ ডেস্ক। আপুনি চাগে এখন বিলাসী গাড়ী ক্ৰয় কৰাৰ সপোন প্ৰায়ে দেখে। গাড়ীখন কিনিবলৈয়ো চাগে আপুনি যথেষ্ট কষ্ট কৰিছে। কিন্তু এইবাৰ এজন ব্যক্তিয়ে নিজৰ যাতায়তৰ সুবিধাৰ বাবে ক্ৰয় কৰি ললে এখন হেলিকপ্টাৰ। ব্যক্তিজন প্ৰকৃততে কোনো নেতা-মন্ত্ৰী নহয়। তেওঁ এজন খেতিয়কহে। কিন্তু তথাপিও ক্ৰয় কৰিলে হেলিকপ্টাৰ। আপুনি চাগে এইয়া সঁচা নহয় বুলি ভাবিছে। কিন্তু এইয়া সঁচা … Read more

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

নিউজ ডেস্ক। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত শাসক-বিৰােধী উভয় পক্ষই কঁকালত টঙালি বান্ধিছে। ভােটযুদ্ধৰ ফলাফল ঘােষণাত এতিয়াও বহু দিন বাকী যদিও কালপুৰুষ পঞ্জিকাই আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কেইটামান গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী প্ৰকাশ কৰিছে। পূর্ণাংগ পঞ্জিকাৰ গণনা অনুসৰি, অহা বিধানসভা নিৰ্বাচনত অসমত পুনৰ বিজেপি-মিত্রদলৰ চৰকাৰ গঠন হােৱাটাে খাটাং। অৱশ্যে পূৰ্বেতকৈ কিছু ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বিজেপিৰ … Read more

দুষ্প্ৰাপ্য প্ৰজাতিৰ গৰু পোৱালিৰ দৃশ্যই মোহিছে সকলোকে, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। সাধাৰণতে সামাজিক মাধ্যমত হাতী, বান্দৰ অথবা বিভিন্ন জন্তুৰ পোৱালিৰ খেলা-ধূলা শ্বেয়াৰ হৈ থাকে। যিসমূহ দৃশ্য উপভোগ কৰি ভাল পায় সকলোৱে। কিন্তু এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে আন এক দৃশ্য। অৰ্থাৎ এটা মোহনীয় গৰু পোৱালি। সামাজিক মাধ্যমৰ ৫০ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা এই গৰু পোৱালিটোৱে পিন্ধি আছে জুনুকা। গৰাকীৰ লগত খেলি থকা দেখা গৈছে পোৱালি … Read more