নিমিষতে নিঃশেষ হ’ল এটা পৰিয়াল! কণমানি সন্তানৰ সৈতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে
নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনাই চকু সেমেকাই তুলিলে বহুজনৰ। এক শােকাৱহ দুৰ্ঘটনাত নিঃশেষ হ’ল এটি পৰিয়াল। পিতৃ-মাতৃৰ সৈতে কণমানি কন্যা সন্তানেও অকালতে বিদায় ল’লে এই জগতৰ পৰা। এই শােকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চহজনৱা এলেকাত। জানিব পৰা মতে, শনিবাৰে এক পথ দুৰ্ঘটনাত পিতৃ-মাতৃৰ লগতে কণমানি কন্যা সন্তানৰ মৃত্যু ঘটে। বাইকেৰে যাত্ৰা … Read more