মৰ্মান্তিক! আই-২੦ বাহনৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল দুই শিক্ষকৰ, আহত ৩

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে। এইবাৰ গহপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজন শিক্ষকৰ, আহত হ’ল ৩ জন লােক। জানিব পৰা মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত গহপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। জানিব পৰা মতে, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু … Read more

দুঃখবৰ! অসমৰ চোৰাং চিকাৰ বিৰোধী দলৰ অন্যতম সদস্য ‘জৰবা’ৰ মৃত্যু

নিউজ ডেস্কঃ কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা বন বিভাগৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ‘জৰবা’ আৰু নাই! বয়স আৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে বিগত কিছুদিন ধৰি অসুস্থ হৈ থাকি ২১ নৱেম্বৰ অৰ্থাৎ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বেলজিয়ামৰ মেলিনয় ট্ৰেকিং ডগৰ অনত্যম জৰবাই। উল্লেখ্য যে, জৰবা আৰান্যক-ভাৰতৰ অন্যতম বিশিষ্ট জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাৰ প্ৰথম কে ৯ … Read more

শোকাবহ! বাথৰুমত গা ধুবলৈ সোমাই আৰু ওলাই নাহিল ১৬ বছৰীয়া যশ, ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ বাথৰুমত গা ধুবলৈ সোমাই কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই। মহাৰাষ্ট্ৰৰ এৰাণ্ডোল চহৰৰ ৰেনুকা নগৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই শোকৰ বন্যা নমাইছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত। বাথৰুমত লগোৱা গেছ গিজাৰ লিক হোৱাৰ বাবেই শ্বাসৰুদ্ধ হৈ ১৬ বছৰীয়া কিশোৰজনৰ কৰুণ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জানিব পৰা মতে, ৰেনুকা নগৰ অঞ্চলৰ … Read more

হাস্পতালত ভূত! কাৰ সৈতে কথা পাতিলে হাস্পতালৰ নিৰাপত্তাৰক্ষীয়ে? ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি…

ডিজিটেল ডেস্কঃ আধুনিক যুগত ভূতৰ স্থান কেৱল গল্প-উপন্যাস আৰু চিনেমাতে সীমাবদ্ধ। কিন্তু তাৰ পিছতো ভূত বুলি ক’লেই যেন শিঁয়ৰি উঠে মানুহৰ মন। শেহতীয়াকৈ এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ফলত স্তম্ভিত হৈ পৰিছে নেট ব্যৱহাৰকাৰী। আৰ্জেণ্টিনাৰ এখন চিকিৎসালয়ৰ এটা ভিডিঅ’ত এজন নিৰাপত্তাৰক্ষীয়ে ভূতৰ সৈতে কথা পাতি থকা দেখা গৈছে। ভিডিঅ’টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া … Read more

ভাগ্যৰ খেল! হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুুৰস্কাৰ AUDI A4 লাভ আৰক্ষী কনিষ্টবল জনাৰ্দন বড়োৰ…

নিউজ ডেস্কঃ এইবাৰ অনুষ্ঠিত হোৱা নামনি অসমৰ অন্যতম ৰাস মহোৎসৱ হাউলীৰ ৯৫ সংখ্যক ৰাস মহোৎসৱতে ভাগ্য উদয় হ’ল উত্তৰ গুৱাহাটীৰ নিৱাসী এগৰাকী আৰক্ষী কনিষ্টবলৰ। ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে জনাৰ্দন বড়ো নামৰ কনিষ্টবল গৰাকীয়ে। লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে এখন AUDI A4 বিলাসী বাহন লাভ কৰে জনাৰ্দনে। জনাৰ্দন বড়োৱে লাভ … Read more

সুঃখবৰ! ‘হাড়গিলা বাইদেউ’ ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান…

নিউজ ডেস্কঃ অস্তিত্ব বিপদাপন্ন হৈ হৈ পৰা হাড়গিলাৰ সুৰক্ষাৰ বাবে অহৰহ চেষ্টা চলাই অহা অসমৰ পৰিৱেশ কৰ্মী তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। এইবাৰ ড০ পূৰ্ণিমা দেৱীক ৰাষ্ট্ৰসংঘই প্ৰদান কৰিলে সৰ্বোচ্ছ পৰিৱেশ সন্মান ‘চেম্পিয়ন অৱ দ্য আৰ্থ, ২০২২’। উল্লেখ্য যে, হাড়গিলা সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰাত সফলতা লাভ … Read more

এয়াই অনন্য ভাৰত! আৰৱী ভাষাত সাৱলীলভাৱে কোৰআন আবৃত্তি কৰি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ এগৰাকী হিন্দু ছাত্ৰীৰ…

নিউজ ডেস্কঃ হিন্দু হৈও কোৰআন আবৃত্তি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীয়ে। কেৰালাৰ কোঝিকোডৰ চেম্মাৰাথুৰ এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী পাৰ্বতীয়ে অলপতে এক প্ৰতিযোগিতাত অংশ লৈ সাৱলীলভাৱে আৰৱী ভাষাৰ কোৰআন আবৃত্তি কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। পাৰ্বতীয়ে কোঝিকোডত অনুষ্ঠিত থোডান্নুৰ মহকুমা কলা মহোৎসৱত কোৰআন আবৃত্তি … Read more

মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। মধুচন্দ্ৰিকাৰ যাপনৰ বাবে ছিক্কিমৰ গেংটকলৈ গৈ প্ৰাণ গ’ল সদ্য বিবাহিত উচ্চ শিক্ষিত যুৱকৰ। জানিব পৰা মতে, ৰঙিয়া চহৰৰ শান্তিপুৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী শম্ভুৰাম দাসৰ জ্যেষ্ঠ পুত্র মুনজিৎ দাসে (৩৪) সদ্যবিবাহিত পত্নীক লৈ মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈছিল। গেংটকৰ পৰা উভতি অহাৰ পথত যোৱা ১৯ নৱেম্বৰত উশাহ-নিশাহত কষ্ট অনুভৱ … Read more

মৰ্মান্তিক! ট্ৰাকৰ সৈতে হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৫ বৰযাত্ৰীৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। প্ৰাণ গ’ল ৫ বিবাহযাত্ৰীৰ। এই দুৰ্ঘটনাৰ স্থান নগাঁও কলিয়াবৰ। মৃত যুৱককেইজন বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাস। নিহত যুৱককেইজনৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাত। সোমবাৰে নিশা তেজপুৰৰ ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰৰ অভিমুখী UP … Read more

মহানগৰীত দিন দুপৰতে গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ ৰঞ্জিত বৰাৰ মৃত্যু

নিউজ ডেস্ক। বিগত কিছুদিন ধৰি মহানগৰীত অস্ত্ৰধাৰী দুৰ্বৃত্তই যুৱতী-মহিলাৰ সােণৰ আ-অলংকাৰ লুট কৰি নিয়াৰ ঘটনাৰ মাজতে পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী মহানগৰীত দিন দুপৰতে গুলীচালনাৰ কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যু ব্যৱসায়ী ৰঞ্জিত বৰাৰ। জানিব পৰা মতে, পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ সমীপত গুলীচালনাৰ ঘটনা। গ্লেমাৰ বাইকত অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ … Read more