শােকাৱহ! ৰখাই থােৱা ট্ৰাকৰ সৈতে ছুইফ্টৰ সংঘৰ্ষ, প্ৰাণ গ’ল ৩ পৰিৱেশ কৰ্মীৰ
নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা অইলৰ কৰ্তব্য সমাপন কৰি ঘৰলৈ ওভতাৰ পথত প্ৰাণ গ’ল ৩ গৰাকী যুৱ পৰিৱেশকৰ্মীৰ। এই দুৰ্ঘটনাত স্থান তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ। মৃত লােক ৩ জনৰ নাম হৈছেঃ যদুমণি শেনচোৱা, দেৱৰাজ সোণোৱাল আৰু দেৱাশিস পাচনি । দুৰ্ঘটনাত পতিত ছুইফ্ট গাড়ীখনৰ নম্বৰ AS 06 M 5275 আৰু ট্ৰাক … Read more