মৰ্মান্তিক! ডাম্পাৰৰ চেপাত প্ৰাণ গ’ল স্কুটী আৰােহী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ চেপাত প্ৰাণ গ’ল স্কুটী আৰােহী এগৰাকী গাঁও পঞ্চায়তৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষকৰ। এই ঘটনাৰ স্থান তেজপুৰৰ বৰঘাট। জানিব পৰা মতে, বৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত বৰঘাট চেণ্টাৰৰ জাৰণীৰ সমীপত এখন দ্রুতবেগী ডাম্পাৰে মহটিয়াই নিয়ে চাইদুল বাছাৰ নামৰ এজন লােকক। নিহত লােকজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ লগতে চামধৰা গাঁও পঞ্চায়তৰ বৰ্তমানৰ সভাপতি। … Read more

মৰ্মান্তিক! বৰ পুত্ৰৰ আচৰণত হতাশ হৈ কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে মাতৃয়ে…

নিউজ ডেস্কঃ বৰপুত্ৰৰ আচৰণত মানসিক হতাশাত ভুগি কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে বিহপান কৰি মৃত্যুক সাৱটিলে মাতৃয়ে। এনে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ গোৰখনাথ অঞ্চলত। জানিব পৰা মতে, মঙলবাৰে মাজনিশা মাতৃ-পুত্ৰই বিহপান কৰাৰ পিছত দুয়োকে সংকটজনক অৱস্থাত বি আৰ ডি মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে … Read more

চাঞ্চল্যকৰ! কুঁৱাত পুতি থােৱা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ, অন্তৰ্ধান পৰিয়াল

নিউজ ডেস্ক। ৰাজ্যজুৰি ধূলা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং নামবকলীয়া গাঁৱত কুঁৱাত পুতি থােৱা অৱস্থাত উদ্ধাৰ হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ। ৰহস্যজনকভাৱে অন্তৰ্ধান হ’ল দুৰ্ভগাীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালৰ। ঘটনাৰ আঠ দিন পাছত দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হয় ছাত্ৰীগৰাকীৰ মৃতদেহ। এতিয়াও … Read more

প্ৰতিশােধ! জীয়েকক অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি জোঁৱায়েকক ঘপিয়াই হত্যা শহুৰেকৰ…

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনা। নিজ কন্যাক কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি শহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে শিৱসাগৰ জিলাৰ ঘিলাগুৰিত। জানিব পৰা মতে, জেহিৰুদ্দিন আহমেদৰ কন্যাক ১২ বছৰ পূৰ্বে বিয়া দিছিল ঘিলাগুৰিৰ মুজাম্মিল খানৰ সৈতে। কিন্তু বিয়াৰ পিছতে পৰা কন্যাক শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল মুজাম্মিলে। মুজাম্মিল আৰু তেওঁৰ পৰিয়ালৰ অত্যাচাৰতে … Read more

মৰ্মান্তিক! ছুটী লৈ ঘৰলৈ অহা বিএছএফ জােৱান বিপুল স্বৰ্গীয়াৰীৰ ট্ৰাকৰ খুন্দাত মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ দুৰ্ঘটনা। কন্যা সন্তানৰ জন্মদিন উদযাপন কৰিবলৈ ছুটীত ঘৰলৈ আহি এক দুৰ্ঘটনাত প্ৰাণ গ’ল বিএছএছ জােৱান বিপুল স্বৰ্গীয়াৰীৰ। জানিব পৰা মতে, বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’লৱে অভাৰব্ৰীজত সােমবাৰে পুৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় জােৱানজনে। এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী জােৱানজন। বিপুল স্বৰ্গীয়াৰীৰ ঘৰ বাক্সাৰ বাৰপেটাত বুলি … Read more

দুঃখবৰ! জ্যেষ্ঠ অভিনেতা সুনীল চিন্দে আৰু নাই…

নিউজ ডেস্কঃ নিজৰ অভিনয় দক্ষতাৰে দশক দশক ধৰি ছবিপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰি অহা মাৰাঠী ছবিজগতৰ প্ৰবীণ অভিনেতা সুনীল চিন্দে আৰু নাই! সোমবাৰে পুৱতি নিশা প্ৰায় ১ বজাত মুম্বাইৰ ভিলে পাৰ্লেস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে। জানিব পৰা মতে, সোমবাৰে দুপৰীয়া এক বজাৰ পৰা আৰম্ভ হ’ব সুনীল চিন্দেৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা। ইয়াৰ পিছতে পাশ্বীৱাড়াৰ শ্মসান ভূমিত … Read more

মুকলি হ’ল মিছন বসুন্ধৰা ২.੦

basundhara

ৰাজ্যবাসীৰ বাবে ভূ-সংক্ৰান্তীয় কাম-কাজ সহজ কৰি তােলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হৈছে। এই সুবিধাৰ জৰিয়তে ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে যিকােনাে লােকে নিৰ্ধাৰিত সেৱাসমূহৰ বাবে আবেদন জনাব পাৰিব। নতুন সেৱাসমূহ হৈছেঃ • সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন। • দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান। • হস্তান্তৰিত একচনা … Read more

বিশ্ববিদ্যালয়ত অঘটন! সতীৰ্থৰ একে-৪৭ ৰাইফলৰ গুলীত প্ৰাণ গ’ল আৰক্ষী জােৱানৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ দৈমুখত অৱস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অঘটন। কৰ্তব্যৰত অৱস্থাতে সতীৰ্থৰ গুলীত প্ৰাণ গ’ল এজন আই আৰ বি এন জোৱানৰ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটােত বিৰাজ কৰিছে চাঞ্চল্যই। ঘটনা সংক্ৰান্তত দৈমুখ আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি, নিশা প্ৰায় ১০.৪২ বজাত সামান্য কথাক লৈ আইআৰবিএনৰ ২ য় বেলেটেলিয়ান হেড কনিষ্টবল ৱাংগৰু টাইডং নামৰ … Read more

ভয়ংকৰ বিমান দুৰ্ঘটনা! এয়াৰ শ্ব’ৰ মাজত সংঘৰ্ষৰ পিছতে ভূ-পতিত দুখন যুদ্ধ বিমান

নিউজ ডেস্ক। যুদ্ধ বিমানৰ প্ৰদৰ্শনীৰ মাজতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা। মাজ আকাশত দুই বিমানৰ সংঘৰ্ষৰ পিছতে ভূ-পতিত হ’ল বিমান দুখন। ভূ-পতিত হােৱাৰ পিছতে বিস্ফােৰণ আৰু জুইৰ সূত্ৰপাত। জানিব পৰা মতে, শনিবাৰে আমেৰিকাৰ টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত সংঘটিত হয় এই দুৰ্ঘটনা। এয়াৰ শ্ব’ৰ মাজতে এটা বোয়িং বি-১৭ বোমাৰু আৰু এখন ক্ষুদ্ৰ বিমানৰ মাজত মাজ আকাশত সংঘৰ্ষ … Read more

মৰ্মান্তিক! ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ নিৰুদ্দিষ্ট শিশু দৈচাং বসুমতাৰীৰ মৃতদেহ

নিউজ ডেস্ক। ঘৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হােৱা দৈচাং বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ। উল্লেখ্য যে ঢেকীয়াজুলি থানাৰ এলেকাধীন ঘগৰা কছাৰী গাঁৱৰ পৰা নিৰুদ্দিষ্ট হৈছিল ৪ বছৰীয়া শিশুটি। শুকুৰবাৰে দুপৰীয়া ১ বজাৰ পৰা নিখোজ হৈ থকা কণমানি দৈচাং বসুমতাৰীৰ মৃতদেহ ঘৰৰ সমীপৰ এটি পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয়। মৃত কণমানিটি স্থানীয় বাসিন্দা খুনেশ্বৰ বসুমতাৰীৰ পুত্ৰ। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ … Read more