মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ পিছতে পুত্ৰৰাে মৃত্যু, একেলগে সম্পন্ন দুয়ােৰে আদ্যশ্ৰাদ্ধ
নিউজ ডেস্ক। এক দুৰ্ভাগ্যজনক ঘটনা। বৃদ্ধ মাতৃৰ মৃত্যুৰ পিছতে প্ৰাণত্যাগ ৰােগাক্ৰান্ত পুত্ৰৰাে। একেদিনাই সম্পন্ন হ’ল মাতৃ-পুত্ৰৰ আদ্যশ্ৰাদ্ধ। এই শােকাৱহ ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰৰ ৮নং ৱাৰ্ডৰ ৰৌমাৰীত। জানিব পৰামতে, ফলিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিগত ৩২ বছৰে বিনা বেতনে শিক্ষকতা কৰি অহা পৰিমলৰায় নামৰ শিক্ষকজন কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন … Read more