আন এক গুৰুত্ব দায়িত্ব অৰ্পণ অসম সন্তান IPS সুজয় লাল থাওছেনক, CRPFৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি
নিউজ ডেস্কঃ আন এক গুৰু দায়িত্ব অসম মাতৃৰ সুযোগ্য সন্তান আইপিএছ বিষয়া সুজয় লাল থাওছেনক। এইবাৰ তেওঁক প্ৰদান কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ নতুন সঞ্চালপ্ৰধানৰ দায়িত্ব। আইপিএছ বিষয়া কুলদীপ সিঙৰ অৱসৰৰ পিছতে এই গুৰু দায়িত্ব প্ৰদান কৰা হয় আইপিএছ বিষয়া থাওছেনক। উল্লেখ্য যে, শুকুৰবাৰে চিআৰপিএফৰ সঞ্চালকপ্ৰধান (ডিজি) পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল … Read more