মৰ্মান্তিক! প্ৰতিকূল বতৰৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকৰ বাহন, ৭ জনৰ মৃত্যু, আহত ১০

নিউজ ডেস্কঃ হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ বঞ্জাৰ বিধানসভা সমষ্টিৰ ঘিয়াগীত দেওবাৰে নিশা এখন পৰ্যটকক কঢ়িয়াই নিয়া ট্ৰেভেলাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰাত দুগৰাকী যুৱতীসহ ৭ জন পৰ্যটকৰ মৃত্যু ঘটে। এই দুৰ্ঘটনাত চালকসহ আন ১০ জন লোক আহত হয়। জানিব পৰা মতে, দেওবাৰে জালোদী জোটৰ পৰা জিবি অভিমুখে গৈ থকা ইউ পি ১৪ … Read more

শোকাৱহ! ভাৰতৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰা ভূটানৰ ছাত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। উচ্চ শিক্ষা গ্ৰহণৰ বাবে ভাৰতলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ এগৰাকী মেধাবী ছাত্ৰই। মৃত ছাত্ৰজনৰ নাম শ্বেৰিং পেলজোৰ ৱাংডি। হাৰিয়ানাৰ আম্বালাস্থিত মুলানা বিশ্ববিদ্যালয়ৰ বিচিএৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল ভূটানৰ নিৱাসী শ্বেৰিং পেলজোৰ ৱাংডি। জানিব পৰা মতে, শুকুৰবাৰে নিশা বন্ধু বিবেক ৰায়ৰ সৈতে বাইকেৰে ব্ৰাৰাৰ পৰা বিশ্ববিদ্যালয়লৈ উভতি আহিছিল … Read more

বন আইন উলংঘা! মুখ্যমন্ত্ৰী, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দুই সচেতন নাগৰিকৰ

নিউজ ডেস্ক। বিতৰ্কত মাজত সােমাই পৰিছে সদগুৰুৰ কাজিৰঙা ভ্ৰমণ। শনিবাৰে এন্ধাৰ হােৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক জীপত উঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ সচেতন লােকে। এনে কাৰ্যৰ জৰিয়তে বন আইন ১৯৭২ ভংগ কৰাৰ অভিযােগ তুলি তিনিওজনৰ বিৰুদ্ধে বােকাখাত থানাত এজাহাৰ দাখিল কৰিছে সোণেশ্বৰ নৰহ আৰু … Read more

ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ২০০ টা ছবিগৃহঃ ঘোষণা সীমান্ত শেখৰৰ…

নিউজ ডেস্কঃ ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ২০০ টা ছবিগৃহ। -এই ঘোষণা কৰে অসম ৰাজ্যিক চলচ্ছিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। সীমান্ত শেখৰে জানিবলৈ দিয়া মতে, এই ছবিগৃহ স্থাপন সন্দৰ্ভত বিজ্ঞাপনো দিয়া হৈছে। খানাপাৰাৰ ষ্টাফ কলেজত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এখন বিশেষ চলচ্ছিত্ৰ কৰ্মশালাত উপস্থিত থাকি এই মন্তব্য কৰে সীমান্ত শেখৰে। উল্লেখ্য যে, অসম ৰাজ্যিক … Read more

সোপাধৰাৰ নামত উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰা ৩ জনক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

নিউজ ডেস্কঃ সোপাধৰাক লৈ উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰা যোৰহাটৰ তিনি জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোক কেইজনক। উল্লেখ্য যে, যোৰহাটৰ মিছন হাস্পতালৰ সমীপত বৃহস্পতিবাৰে নিশা এজন যুৱকক সোপাধৰাৰ সন্দেহ কৰি প্ৰহাৰ কৰিছিল কেইজনমান লোকে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিনন্দন গগৈ আৰু পুতু বাচফৰ নামৰ দুজনক গ্ৰেপ্তাৰ কৰে। অন্যহাতে উত্তৰ … Read more

শোকাবহ! ঘৰৰ সন্মুখৰ আৱৰ্জনাত লগাই দিয়া জুইত অগ্নিদগ্ধ ৩ বছৰীয়া ৰায়ন, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ ঘৰৰ সন্মুখত আৱৰ্জনাত লগাই দিয়া জুইত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় এটি কণমানিয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কোঝিকোডত। জানিব পৰা মতে, কোঝিকোডৰ কন্দমংগলামৰ নিৱাসী নৌছাদ আৰু হছনাথৰ বছৰীয়া পুত্ৰ ৰায়নৰ ৮০ শতাংশ শৰীৰ অগ্নিদগ্ধ হৈ পৰিছিল। শিশুটিক চিকিৎসাৰ বাবে কোঝিকোড মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ … Read more

ভয়ংকৰ! পথ পাৰ হ’বলৈ লওতেই কোবাল সোতে উটুৱাই লৈ গ’ল স্কৰপিঅ’ বাহন, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ পাহাৰৰ পৰা নামি অহা কোবাল পানীৰ ঢলে নিমিষতে উটুৱাই লৈ গ’ল এখন স্কৰপিঅ’ বাহন। গাৰ নোম শিঁয়ৰি উঠা এই দৃশ্য প্ৰত্যক্ষ হয় অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ দৈমুখ-জিৰ’ পথত। সামাজিক মাধ্যমতো ইতিমধ্যে ভাইৰেল হৈ পৰিছে লোমহৰ্ষক দৃশ্যৰ এটা ভিডিঅ’। জানিব পৰা মতে, শুকুৰবাৰে দৈমুখ-জিৰ’ পথৰ চীপুটা নামৰ ঠাইখনত কোবাল সোঁতত উটি যায় স্কৰপিঅ’ বাহনখন। … Read more

চােৰৰ টাৰ্গেট আৰক্ষীৰ বুলেট! মহানগৰীত কনিষ্টবলৰ বুলেট লৈ উধাও দুঃসাহসিক বাইক চােৰ

নিউজ ডেস্কঃ মহানগৰীত বাইক চোৰৰ সন্ত্ৰাসৰ মাজতে এইবাৰ চোৰে হাত দিলে আৰক্ষীৰ বুলেটত। গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ পৰা বাইক চোৰে চুৰি কৰি লৈ গ’ল এগৰাকী আৰক্ষী কনিষ্টবলৰ বুলেট বাইক। জানিব পৰা মতে, শুকুৰবাৰে সংঘটিত হয় এই চুৰিকাণ্ড। অসম আৰক্ষীৰ বিশেষ শাখাৰ কনিষ্টবল দিপাংকৰ কলিতাই তেওঁৰ এএছ ০১ইএইছ ৭২৬২ নম্বৰৰ বুলেট বাইকখন লৈ সন্ধিয়া ওলাই আহিছিল … Read more

মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘূৰি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু মহিলা চিকিৎসকৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যস্থলীৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী মহিলা চিকিৎসকৰ। নিহত চিকিৎসকগৰাকীৰ নাম ডাঃ ৰিজুৱানা বেনজিৰ (৩੦)। এই কৰুণ দুৰ্ঘটনাৰ স্থান নগাঁও জিলাৰ বঢ়মপুৰৰ নৰ্তম গাঁৱেৰে পাৰ হৈ যােৱা ৰাষ্ট্ৰীয় ঘাইপথ। জানিব পৰা মতে, পুৱা নিজৰ কৰ্তব্যস্থলী কাৱৈমাৰী চিকিৎসালয়ৰ পৰা নগাঁৱৰ দিশে নিজৰ এএছ ০৬ এই ৫০০৬ নম্বৰৰ আই … Read more

শোকাবহ! দুৰ্ঘটনাৰ পিছত আধাঘণ্টা ধৰি গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকিল এগৰাকী মহিলা চিকিৎসক, মৃত্যু

নিউজ ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলা চিকিৎসকৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে নগাঁও জিলাত। শুকুৰবাৰে নগাঁও জিলাৰ কাৱৈমাৰীত এখন বাছ আৰু এখন আই১০ বাহনৰ মাজত সংঘটিত সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে চিকিৎসক ডা০ ৰিজুৱানা বেনজি (৩১)ৰ। জানিব পৰা মতে, কাৱৈমাৰী চিকিৎসালয়ৰ চিকিৎসক ডা০ ৰিজুৱানা বেনজিয়ে এএছ ০৬ এই ৫০০৬ নম্বৰৰ আই১০ বাহনখনেৰে … Read more