গ্ৰাহকৰ এটিএমৰ জৰিয়তে লাখ লাখ টকাৰ প্ৰৱঞ্চনা কৰা মহানগৰীৰ সুন্দৰী বেংক বিষয়াক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ গ্ৰাহকৰ এটিএমৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাৎ কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল সুন্দৰী বেংক বিষয়া। মহানগৰীত গ্ৰাহকৰ এটিএমৰ জৰিয়তে লাখ লাখ টকা সৰকোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ ইফটিকন হক চৌধুৰীক। অভিযোগ অনুসৰি, মহিলা বেংক বিষয়াগৰাকীয়ে গ্ৰাহকৰ এটিএম পিন কৌশলেৰে ব্যৱহাৰ কৰি গ্ৰাহকৰ বেংক একাউণ্টৰ জমা ধন লুট কৰি আহিছিল … Read more

চৰকাৰ-প্ৰশাসন নহয়! এইবাৰ জেহাদীৰ বিৰুদ্ধে জেহাদ ৰাইজৰ, উচ্ছেদ কৰিলে জেহাদীৰ বাবে কলংকিত হােৱা মাদ্ৰাছা…

নিউজ ডেস্কঃ মাদ্ৰাছা উচ্ছেদক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ গোৱালপাৰাত স্থানীয় ৰাইজে ভাঙি পেলালে এখন মাদ্ৰাছাৰ লগতে এটা আৱাস গৃহ। এই মাদ্ৰাছা আৰু বাসগৃহত জেহাদী কাৰ্যকলাপ চলি থকাৰ অভিযোগ তুলিয়েই ৰাজি নিজেই উচ্ছেদ কৰে মাদ্ৰাছাখন। উল্লেখ্য যে, ইয়াৰ লগে লগে ৰাজ্যত উচ্ছেদিত মাদ্ৰাছাৰ সংখ্যা ৪ খনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে জেহাদী কাৰ্যকলাপ চলাৰ … Read more

৬ গৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলাই পলাতক হৈ থকা প্ৰধান শিক্ষকক বৈঠালংছ’ৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্কঃ পুনৰ শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে। নিজৰ বিদ্যালয়ৰে ৬ গৰাকীকৈ কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন কৰি থকা এগৰাকী লম্পট প্ৰধান শিক্ষকক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ পৰা গ্ৰেপ্তাৰ কৰে পলাতক প্ৰধান শিক্ষকজনক। উল্লেখ্য যে, বিশ্বনাথৰ চেলাইকাঠিৰ হোলী চাইল্ড … Read more

অন্তঃসত্বা পত্নীসহ বহিঃৰাজ্যত কৰ্মৰত অসমৰ দম্পতীৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ

নিউজ ডেস্কঃ বহিঃৰাজ্যত অসমৰ শ্ৰমিক দম্পতীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অৰুণাচল প্ৰদেশৰ টুটিঙত কৰ্মৰত এহাল শ্ৰমিক দম্পতীৰ মৃতদেহ উদ্ধাৰ হয় ৪ ছেপ্টেম্বৰৰ নিশা। দম্পতীহালক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে, চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাঁৱৰ ফাৰুক আলী আৰু তেওঁৰ পত্নী নুৰেজা খাতুনে অৰুণাচল প্ৰদেশৰ টুটিং জিলাত শ্ৰমিক হিচাপে … Read more

বাঘৰ সৈতে যুঁজি ১৫ মহীয়া সন্তানৰ জীৱন ৰক্ষা এগৰাকী মাতৃৰ…

নিউজ ডেস্কঃ বাঘৰ মুখৰ পৰা নিজৰ কণমানি সন্তানক ৰক্ষা কৰি অদম্য সাহসৰ পৰিচয় দিলে এগৰাকী মাতৃয়ে। হিংস্ৰ বাঘৰ সৈতে যুঁজি নিজৰ সন্তানক বচাবলৈ গৈ নিজেও আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় মহিলাগৰাকী। মাতৃ-পুত্ৰক বাঘৰ আক্ৰমণৰ এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ উমৰীয়া জিলাৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ অৰণ্যৰ গাতে লাগি থকা ৰোহনীয়া জ্বালামুখী গাঁৱত। জানিব পৰা মতে, গাঁওখনৰ … Read more

শোকাবহ! জোৰ কৰি বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ পিছদিনাই ধনঞ্জয়ে ল’লে এই কঠিন সিদ্ধান্ত…

নিউজ ডেস্কঃ নিজৰ অনিচ্ছা স্বত্বেও বিয়াত বহিবলগীয়া হোৱাৰ বাবেই এজন যুৱকে বিয়াৰ পিছদিনাই সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা। তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত ধনঞ্জয় দাস নামৰ যুৱকজনক বলপূৰ্বক বিয়া পাতি দিয়াৰ পৰিণতিত বিয়াৰ পিছদিনা চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। অভিযোগ অনুসৰি, নাগ্ৰীজুলি আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ ধনঞ্জয় দাস নামৰ যুৱকজনৰ … Read more

ভাৰতীয় মূলৰ ঋষি সুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত লিজ ট্ৰাছ

নিউজ ডেস্কঃ ভাৰতীয় মূলৰ ঋষি সুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল লিজ ট্ৰাছ। বৰিছ জনছনৰ পদত্যাগৰ পিছত দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় লিজ ট্ৰাছ। জানিব পৰা মতে, তেওঁ মঙলবাৰে প্ৰধামন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনত লিজ ট্ৰাছে ৮১,৩২৬ টা ভোট লাভ কৰাৰ বিপৰীতে ঋষি সুনকে লাভ কৰে ৬০,৩৯৯টা ভোট। ইয়াৰ … Read more

নতুন কৌশল! বাইকত লিফ্ট দিয়াৰ চলেৰে অকলশৰীয়া মহিলাক লুটপাট, অৱশেষত আৰক্ষীৰ জালত প্ৰৱঞ্চক সত্যজিৎ…

নিউজ ডেস্কঃ অকলশৰীয়া যুৱতী-মহিলাক বাইকট লিফ্ট দিয়াৰ চলেৰে নগদ ধন, আ-অলংকাৰ, মোবাইল ফোন লুটি নি ৰঙিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা প্ৰৱঞ্চক সত্যজিৎ ডেকাক অৱশেষত আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে। নলবাৰী জিলাৰ নিৱাসী প্ৰৱঞ্চকজনে ৰঙিয়া অঞ্চলত মহিলা-যুৱতীক বাইকত লিফ্ট দিয়াৰ চলেৰে নিৰ্জন ঠাইলৈ নি নগদ ধন, মোবাইল ফোন লুট কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ প্ৰৱঞ্চকজনৰ বিৰুদ্ধে … Read more

শোকাবহ! সুদীৰ্ঘ ৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই চৰম পথ বাচি ল’লে এগৰাকী কৃতী শিক্ষকে

নিউজ ডেস্কঃ আজি ৫ ছেপ্টেম্বৰ। দেশৰ দ্বিতায় ৰাষ্ট্ৰপতি তথা দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ আজিৰ দিনটোতে দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস। অসমতো আজি বিদ্যালয়ে বিদ্যালয়ে পালন কৰা হৈছে শিক্ষক দিৱস। আজিৰ দিনটোত শিক্ষাগুৰুৰ ত্যাগ, আদৰ্শৰ প্ৰতি সন্মান জনাইছে শিক্ষাৰ্থীয়ে। ৰাজ্য চৰকাৰেও আজিৰ দিনটোত ৰাজ্যৰ ৪৬ গৰাকী শিক্ষকক প্ৰদান কৰিছে ২০২২ বৰ্ষৰ কৃতী শিক্ষকৰ বঁটা। … Read more

মৰ্মান্তিক! কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ, প্ৰতিবেশীসহ ৪ জনৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰি কৰুণ মৃত্যু হ’ল শিশুসহ ৪ জন লােকৰ। পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ বিলাইপুৰ অঞ্চলত সংঘটিত হয় এই কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হােৱা কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু পিতৃ-মাতৃৰ। শিশুটিৰ লগতে প্ৰাণৰক্ষা কৰিবলৈ যােৱা এজন প্ৰতিবেশী যুৱকৰাে এই দুৰ্ঘটনাত … Read more