উৎকোচ কাণ্ড! এইবাৰ আৰক্ষীৰ জালত ঘোচখোৰ লাট মণ্ডল ৰঞ্জন গোস্বামী…

নিউজ ডেস্কঃ শুকুৰবাৰে উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল দ্বিতীয়জন চৰকাৰী কৰ্মচাৰী। ধুবুৰীৰ পিছত এইবাৰ কৰিমগঞ্জৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীক। মাটিৰ মিউটেছনৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ঘোচখোৰ লাট মণ্ডল। হাতে-লোটে কৰায়ত্ব কৰা লাট মণ্ডল জনৰ পৰিচয় ৰঞ্জন গোস্বামী বুলি … Read more

এইবাৰ ঘােচ লৈ গ্ৰেপ্তাৰ সৰ্বশিক্ষা মিছনৰ জিলা সমন্বয়ক, দৰমহা মুকলিৰ নামত দাবী কৰিছিল উৎকােচ…

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী চৰকাৰী বিষয়া। এইবাৰ ভিজিলেঞ্চৰ অভিযান সৰ্বশিক্ষা মিছনৰ ধুবুৰী জিলা সমন্বয়কৰ কাৰ্যালয়ত। ঘােচ লৈ থাকােতে ভিজিলেঞ্চৰ অভিযান গ্ৰেপ্তাৰ হ’ল জিলা সৰ্বশিক্ষা অভিযান মিছনৰ ধুবুৰী জিলাৰ সমন্বয়ক আজহাৰুল ইছলাম। জানিব পৰা মতে, এগৰাকী কৰ্মচাৰীৰ প্ৰাপ্য … Read more

সুখবৰ! ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২ ৰ বাবে নিৰ্বাচিত অসমৰ কৃতী শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী

নিউজ ডেস্ক। অসমবাসীৰ বাবে এক সুখবৰ। ২੦২২ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হ’ল অসমৰ কৃতী শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী। উল্লেখ্য যে মীনাক্ষী গােস্বামী শোণিতপুৰ জিলাৰ বিহাগুৰিত অৱস্থিত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা। উল্লেখ্য যে শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে প্ৰদান কৰা এই বঁটাৰ বাবে চলিত বছৰত মুঠ ৪৬ গৰাকী … Read more

ইশ্বৰৰ মহিমা! ১২ ঘণ্টাৰ ভিতৰতে দুবাৰকৈ মৃত্যু ঘটিল এটি ৩ বছৰীয়া কণমানিৰ

নিউজ ডেস্কঃ চিকিৎসকে মৃত ঘোষণা কৰা এটি কণমানি কফিনৰ ভিতৰত পুনৰ জী উঠাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। শিশুটিক পুনৰ জীৱিত অৱস্থাত দেখি হাঁহি বিৰিঙি উঠে পৰিয়ালৰ মুখতো। কিন্তু সেয়া যেন আছিল মাথো ক্ষন্তেকৰ সুখ। কিয়নো শিশুটি পুনৰ জী উঠাৰ কিছু সময় পিছতে হাস্পতাললৈ নিয়াত পুনৰ চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক। জীৱন-মৃত্যুৰ এনে অবিশ্বাস্য শিহৰণকাৰী … Read more

মহানুভৱতা! ভাৰত ৰক্তাক্ত কৰিবলৈ অহা পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি নতুন জীৱন দিলে ভাৰতীয় সেনাই

নিউজ ডেস্কঃ এজন গুলীবিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিলে ভাৰতীয় সেনাই। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌচেৰা চেক্টৰত সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈছিল পাকিস্তানী সন্ত্ৰাসবাদীজন। কান্ধ আৰু উৰুত দুটাকৈ গুলী লাগি গুৰুতৰভাৱে আহত হোৱা পাকিস্তানী সন্ত্ৰাসবাদী জনক ভাৰতীয় সেনাই উদ্ধাৰ কৰি ভৰ্তি কৰোৱায় ৰাজৌৰীৰ সামৰিক হাস্পতালত। কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে সন্ত্ৰাসবাদীজনৰ অৱস্থা সংকটজনক হৈ … Read more

পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ অভিযান চলিল জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত

নিউজ ডেস্ক। পুনৰ উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী কৰ্মচাৰী। এইবাৰ অভিযান চলিল ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত। এখন ই-ৰিক্সা বিক্ৰী কৰা প্ৰতিষ্ঠানৰ ট্ৰেড লাইচেন্স নবীকৰণৰ নামত উৎকােচ দাবী কৰি গ্ৰেপ্তাৰ হ’ল জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈ। উক্ত প্ৰতিষ্ঠানটােৰ প্ৰতিনিধিৰ পৰা উৎকােচ লৈ ভিজিলেঞ্চলৰ হাতত গ্ৰেপ্তাৰ হয় জিলা পৰিবহন কাৰ্যালয়ৰ বৰবাবু গােবিন্দ … Read more

জনতা ভৱনত বিধায়কৰ খং! চিনি নোপোৱাৰ বাবেই প্ৰতিবন্ধী কৰ্মচাৰীক শোধালে পূৰ্ণহতীয়া চৰ

নিউজ ডেস্কঃ চিনি নাপাও বুলি কোৱাৰ বাবেই প্ৰতিবন্ধী কৰ্মচাৰীৰ গালত পূৰ্ণহতীয়া চৰ শোধালে এগৰাকী বিধায়কে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে খোদ দিছপুৰৰ জনতা ভৱনত। জনতা ভৱনৰ পৰিবহণ বিভাগৰ সচিব আদিল খানাৰ কাৰ্যালয়ত কৰ্তব্যৰত এগৰাকী প্ৰতিবন্ধী কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে শাসকীয় মিত্ৰদলৰ এজন বিধায়কৰ বিৰুদ্ধে। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জনতা ভৱনৰ … Read more

ঋণ দিয়াৰ প্ৰলোভন দি সৰকাইছিল লাখ লাখ টকা, অৱশেষত ৰাইজে আঁঠু কঢ়াই থলে ভুৱা বেংক বিষয়াক

নিউজ ডেস্কঃ বেংকৰ ঋণ দিম বুলি লাখ টকা সৰকাই অৱশেষত ৰাইজৰ হাতত কৰায়ত্ব হ’ল এজন ভুৱা বেংক বিষয়া। ২০ লাখ টকা ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে এজন ব্যৱসায়ীৰ পৰা ৬ লাখ টকা সৰকোৱা ভুৱা বেংক বিষয়াজনক কৰায়ত্ব কৰি কাণত ধৰাই আঁঠু কঢ়াই থলে ৰাইজে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গহপুৰ থানাৰ অন্তৰ্গত বালিজান চাৰিখেলিয়াত। জানিব পৰা মতে, … Read more

পুনৰ বিভাজিত হ’ব নেকি অসম? অসম-পশ্চিম বংগক সামৰি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ দাবী অমিত শ্বাহৰ ঘনিষ্ঠ কােচ নেতাৰ, তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ অসম আৰু পশ্চিমবংগৰ মাজত গঠন হ’ব এখন পৃথক নতুন ৰাজ্য! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতা অনন্তৰায় মহাৰাজৰ এই দাবীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এক সংবাদমেল যোগে কোচ নেতাগৰাকীয়ে দাবী কৰা মতে, অসমৰ ৬ খন আৰু পশ্চিমবংগৰ ৭ খন জিলাৰে গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য। ইতিমধ্যে কেন্দ্ৰীয় … Read more

সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসমৰ মৃত্যু

নিউজ ডেস্ক। ভাৰতীয় সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ মৃত্যু সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ছাৰ্জেন্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত্য মৰাণৰ। আলফা (স্বাধীন)ৰ ফালৰ পৰা প্ৰকাশিত এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে। বিবৃতিটােত উল্লেখ কৰা অনুসৰি, যােৱা ৯ আগষ্টত পুৱতি নিশা প্রায় ৩:০০ বজাত এক সংঘৰ্ষত সেনাৰ গুলীত গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হৈ থকা … Read more