অসমলৈ অব্যাহত ৰােহিংগীয়াৰ প্ৰব্ৰজন! পুনৰ ৰে’ল ষ্টেচনত আটক ৬ যুৱতীসহ ৭ ৰােহিংগীয়া
নিউজ ডেস্ক। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ অব্যাহত আছে ম্যানমাৰৰ ৰােহিংগীয়া মুছলমানৰ প্ৰব্ৰজনৰ ঘটনা। ৩ দিন পূৰ্বে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনত দুজন ৰােহিংগীয়া যুৱকক আটক হােৱাৰ পাছত একেখন ৰে’ল ষ্টেচনত পুনৰ আটক হ’ল ৭ জনকৈ ৰােহিংগীয়া। ইয়াৰে ৬ গৰাকী যুৱতী আৰু এজন যুৱক। জানিব পৰা মতে, বাংলাদেশ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ পিছতে আগৰতলাৰ পৰা … Read more