মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰি ওভতাৰ সময়তে পথ দুৰ্ঘটনাত নিঃশেষ হ’ল এগৰাকী হেড কনিষ্টবলৰ পৰিয়াল…
নিউজ ডেস্কঃ মন্দিৰ দৰ্শন কৰি ঘৰলৈ ওভতাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৪ জনকৈ সদস্যসহ ৫ জনে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বিদাৰ জিলাত। জানিব পৰা মতে, ১৫ আগষ্টত সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ আফজলপুৰ তালুকৰ দেৱাল গনাগাপুৰস্থিত দত্তত্ৰেয় মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল হায়দৰাবাদৰ … Read more