ভাল খবৰ! কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেন্টলৈ পদোন্নতি অসম চৰকাৰৰ

নিউজ ডেস্ক। ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হােৱা কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়েৰে ইতিহাস ৰচিলে অসমৰ জীয়ৰী নয়নমণি শইকীয়াই। গোলাঘাটৰ এখন পিছপৰা অখ্যাত অঞ্চলৰ পৰা গৈ নয়নমণিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে সাফল্যৰে অসমৰ লগতে গৌৰৱান্বিত কৰিলে সমগ্ৰ দেশবাসীক। প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত মহিলা ল’ন বলত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মহিলা দলে। উল্লেখ্য যে কমনৱেলথ গেমছত স্বৰ্ণ … Read more

অসমৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হােৱা ২ কিশােৰীক নতুন দিল্লীত উদ্ধাৰ…

নিউজ ডেস্ক। অসমৰ বিভিন্ন অঞ্চলত এতিয়াও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ। এনে চক্ৰৰ কবলত পৰি নিতৌ সন্ধানহীন হৈছে কিশােৰী-মহিলা। অনুৰূপ ধৰণে যোৱা ২৯ জুলাইৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হােৱা অসমৰ দুগৰাকী কিশোৰী সৌভাক্ৰমে উদ্ধাৰ হয় সুদূৰ দিল্লীত। জানিব পৰা মতে, অসম আৰক্ষীৰ খবৰৰ ভিত্তিত দিল্লী আৰক্ষীৰ উত্তৰ পূৰ্বাঞ্চলৰ শাখাই দিল্লীৰ এটা ৰে’লৱে ষ্টেছনত অভিযান চলাই … Read more

পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশুৰ মৃত্যু, ১২ দিনে ICU ত থাকি মৃত্যু হ’ল ৭ বছৰীয়া জিতুলৰ…

নিউজ ডেস্ক। মাৰাত্মক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ পুনৰ প্ৰাণ গ’ল এটি নিষ্পাপ শিশুৰ। সুদীৰ্ঘ ১২ দিনে চিকিৎসালয়ৰ ICU ত ছটফটাই মৃত্যুবৰণ জিতুল ৰাভা নামৰ এগৰাকী ৭ বছৰীয়া কণমানিৰ। মৃত শিশুটি ওদালগুৰিৰ বাসিন্দা হ’লেও অস্থায়ীভাৱে পিতৃৰ সৈতে আমিনগাঁৱত বাস কৰিছিল। জানিব পৰা মতে, আমিনগাঁৱৰ ইষ্ট কলনীত ভাৰাতীয়া হিচাপে থকা ওদালগুৰি জিলাৰ জিতেন্দ্ৰ ৰাভাৰ সাত বছৰীয়া পুত্ৰ … Read more

ৰেঞ্জাৰৰ পাছত এইবাৰ মণ্ডল! ঘােচ লৈ জালত পৰিল ভিজিলেঞ্চৰ

নিউজ ডেস্ক। সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে কাছাৰ জিলাৰ লক্ষীপুৰৰ বনাঞ্চলিক বিষয়াক ঘােচ লােৱাৰ মুহূৰ্তত খেদি খেদি আটক কৰাৰ পিছত পুনৰ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী লাটমণ্ডল। এইবাৰ কামৰূপ জিলাৰ নগৰবেৰাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালত চলিল দুৰ্নীতি নিবাৰকৰ অভিযান। এগৰাকী লােকৰ পৰা কাম কৰি দিয়াৰ বিনিময়ত উৎকােচ লৈ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন … Read more

কাৰ্যালয়ত উৎকােচ লৈ ভিজিলেঞ্চৰ দলক দেখি পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে অভিযানকাৰী দলে

নিউজ ডেস্ক। নিজৰ কাৰ্যালয়ত এজন ব্যৱসায়ীৰ পৰা বনজ সম্পদৰ চােৰাং বেহাৰ বিনিময়ত নগদ ধন ঘােচ লৈ দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জালত পৰিল এজন দুৰ্নীতি পৰায়ণ বন বিষয়া। বুধবাৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে গ্ৰেপ্তাৰ কৰে বন বিষয়াগৰাকীক। কাছাৰ জিলাৰ লক্ষীপুৰত কৰ্মৰত এই ৰেঞ্জাৰজনৰ নাম দেৱব্ৰত গগৈ বুলি জানিব পৰা … Read more

গৌৰৱৰ ক্ষণ! বাৰ্মিংহামত ল’ন বলত অসমৰ নয়নমণি শইকীয়াৰ দলে জয় কৰিলে স্বৰ্ণ পদক

নিউজ ডেস্ক। অসমৰ লগতে দেশবাসীয়ে আশা কৰা ধৰণেই বাৰ্মিংহামত স্বৰ্ণ পদক জয় কৰিলে ভাৰতৰ ল’ন বলৰ দলে। সৃষ্টি হ’ল এক নতুন ইতিহাস। আজি কমনৱেলথ গেমছত দক্ষিণ আফ্ৰিকাৰ সৈতে অনুষ্ঠিত ফাইনেল খেলত ১৭-১০ ব্যৱধানত এই পদক জয় কৰিবলৈ সক্ষম হয় অসমৰ নয়নমণি শইকীয়াই প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটােৱে। নয়নমণিৰ উপৰি এই দলটােত আছে লাভলী চৌবে, পিংকি সিঙ … Read more

জীৱনৰ ‘নতুন ইনিংছ্’ আৰম্ভ কৰিলে শুকুৰ আলীয়ে…

নিউজ ডেস্ক। ধুবুৰী লােকসভা সমষ্টিৰ নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি ৰাজ্যজুৰি চৰ্চা লাভ কৰা শুকুৰ আলীয়ে আৰম্ভ কৰিলে জীৱনৰ নতুন ইনিংছ্। সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হ’ল শুকুৰ আলীৰ বিয়া। জানিব পৰা মতে, গোসাইগাওঁ মহকুমাৰ ডিংডিঙ্গা – ঠাকুৰপুৰ গাঁৱৰ ছফিক মীঞাৰ ছোৱালী ছবিনা খাতুনৰ লগত বিয়াত বহে শুকুৰ আলী। সোমবাৰে নিশা ইছলামিক ৰীতি-নীতিৰে বৈবাহিক … Read more

মৰ্মান্তিক! বাছক অভাৰটেকৰ সময়ত দুৰ্ঘটনা, অল্টাে বাহন খালত পৰি দুই কন্যাসহ পিতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এখন বাছক অতিক্ৰম কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত পৰিল এখন অল্ট’ বাহন। এই দুৰ্ঘটনাত এজন ৪৮ বছৰীয়া লােকৰ সৈতে তেওঁ দুইগৰাকী জীয়ৰীৰ থিতাতে মৃত্যু হয়। এই কৰুণ দুৰ্ঘটনা সংঘটিত হয় কেৰেলাৰ পাঠনামথিট্টা জিলাত। জিলাখনৰ তিৰুৱল্লা চহৰৰ এখন দলঙৰ পৰা অল্টাে (KL01AJ2102) গাড়ীখন খালত পৰাৰ ফলতে দুই কন্যাসহ পিতৃৰ মৃত্যু হয়। আৰক্ষীয়ে … Read more

মৰ্মান্তিক! শিৱ মন্দিৰলৈ গৈ থকা সময়তে বাহনত শ্বৰ্ট চাৰ্কিট হৈ ১০ জনৰ মৃত্যু, আহত ১৬ জন

নিউজ ডেস্কঃ ‘কানৱাৰ যাত্ৰা’ উপলক্ষ্যে গৈ থকা সময়তে এখন পিকআপ বাহনৰ ডিজে চিষ্টেমৰ জেনেৰেটৰৰ তাঁৰত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু ঘটে ১০ জনকৈ শিৱ ভক্তৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ কোচ বিহাৰত। দেওবাৰে মাজনিশা শিৱ মন্দিৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, পিকআপ বাহনখনেৰে যাত্ৰা কৰি আছিল মুঠ … Read more

ভয়ংকৰ দুৰ্ঘটনা! ৰে’লে মহটিয়াই নিলে টাটা জেষ্ট বাহন, পিতৃ-মাতৃসহ পুত্ৰৰ থিতাতে মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনাত কঁপাই গ’ল নগাঁও জিলাৰ পুৰণিগুদাম। ৰে’লৰ ইঞ্জিনে মহটিয়াই নিলে টাটা জেষ্ট বাহন। এই দুৰ্ঘটনাত নিঃশেষ হ’ল এটা পৰিয়ালৰ ৩ সদস্য। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। পুৰণিগুদামৰ বিষয়াচুকত শিলঘাট অভিমুখী ৰে’লৰ ইঞ্জিনে মহতিয়াই নিয়া টাটা জেষ্ট (AS-02N-4402) গাড়ী খনত আছিল পিতৃ, মাতৃ সন্মান সহ এটা পৰিয়াল। … Read more