UGC-NET পৰীক্ষাত ৯৯.৫৬ শতাংশ নম্বৰ লাভ হিমাঞ্জলিৰ
নিউজ ডেস্ক। শনিবাৰে ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা চমুকৈ নেটত ৯৯.৫৬ শতাংশ নম্বৰেৰে উত্তীর্ণ হৈ অসমবাসীৰ লগতে দৰং জিলাবসীক গৌৰৱান্বিত কৰিলে দগীয়াপাৰ গাঁৱৰ হিমাঞ্জলি কলিতাই। উল্লেখ্য যে ইয়াৰ পূৰ্বে উচ্চতৰ মাধ্যমিকত স্থান দখল কৰি বৃহত্তৰ দৰং বাসীক গৌৰৱান্বিত কৰিছিল হিমাঞ্জলীয়ে। নেট পৰীক্ষাত ফলাফলত ৰাজনীতি বিজ্ঞান বিষয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ আৰু সহকাৰী অধ্যাপকৰ যোগ্যতা অর্জন কৰা … Read more