গৰুক গো-মাতা বুলি পূজা কৰা বিজেপিৰ নেতাই উজনি অসমত চলাই আহিছিল গৰুৰ ছিণ্ডিকেট! অৱশেষত গ্ৰেপ্তাৰ
গো-আইন প্ৰণয়ন কৰি গো-সুৰক্ষাৰ কথা কয় বিজেপিয়ে। গৰুক গো-মাতা বুলি পূজা কৰি অতি হিন্দুত্ববাদী আদৰ্শ প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা বিজেপি চৰকাৰৰ একাংশ নেতা-পালিনেতাই পিছে অবৈধ গৰু ছিণ্ডিকেট চলাই আছে। শেহতীয়াকৈ উজনি অসমৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। থাওৰা সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ অতি ঘনিষ্ঠ … Read more