এচিএছ বিষয়া ডাঃ বেদাংগ তালুকদাৰৰ আকস্মিক মৃত্যু
নিউজ ডেস্ক। এক দুখবৰ! অসমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, সম্প্ৰতি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা ডাঃ বেদাংগ তালুকদাৰ (Dr Bedanga Talukdar) ৰ আকস্মিক দেহাৱসান। মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৪৬ বছৰ। জানিব পৰা মতে, তেওঁ বিগত কিছুদিন ধৰি যকৃতৰ ৰােগত ভুগি আছিল। সােমবাৰে নতুন দিল্লীত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে। নলবাৰীৰ … Read more