নিউজ ডেস্ক। বাংলাদেশলৈ চােৰাং গৰু সৰবৰাহৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে একাংশ সৰবৰাহকাৰীয়ে।
এইবাৰ যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ হ’ল ৪ টাকৈ চােৰাং গৰু।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2021/02/G1.jpg?resize=889%2C458&ssl=1)
ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় AS-19B-8892 নম্বৰৰ বলেৰ’ গাড়ীখন।
এই গাড়ীখনত পাছফালে আবদ্ধ কৰি ৰখা চাৰিটা গৰু জব্দ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে বাহনখনক খেদি খেদি ৰামৰাইকুঠীত জব্দ কৰিবলৈ সক্ষম হয়।
লগতে চাওকঃ