বিশিষ্ট নৃত্য শিল্পী গৰিমা হাজৰিকাৰ দেহাৱসান
নিউজ ডেস্ক। এক দুখবৰ! অসমৰ বিশিষ্ট নৃত্য পটীয়সী গৰিমা হাজৰিকাৰ দেহাৱসান। গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত নৃত্য শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৩ বছৰ। বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু ঘটে। উল্লেখ্য যে ২০০৬ চনত সন্মানীয় সংগীত-নাটক একাডেমী বঁটা লাভ কৰিছিল প্ৰয়াত গৰিমা হাজৰিকাই। সত্ৰীয় উপৰি ওডিছি নৃত্য … Read more