মৰ্মান্তিক! হাস্পতালত ভিতৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু চিকিৎসক দম্পতীসহ ৬ জনৰ…

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা। মাজনিশা হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কঢ়ি লৈ গল চিকিত্সক দম্পতীৰ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ধনবাদত। ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু চিকিত্সক দম্পতী ডাঃ বিকাশ হাজৰা আৰু ডাঃ প্ৰেমা হাজৰাৰ। জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত ধনবাদৰ প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ হাস্পতালত হাজৰা মেমােৰিয়েল হাস্পতালত এই অগ্নিকাণ্ডৰ … Read more

শােকাৱহ! ঘৰত ফ’কলেণ্ডৰে পুখুৰী খন্দা চাই থাকোতেই অঘটন, প্ৰাণ গ’ল কণমানি শিশু চাহিলৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা। নিজৰ ঘৰত ফ’কলেণ্ডৰে পুখুৰী খন্দা চাই থাকোতেই গাৰ ওপৰত বিদ্যুতৰ খুঁটা বাগৰি পৰি মৃত্যু এটি কণমানি শিশুৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ইছলামপুৰত। অপৰিপক্ক ফ’কলেণ্ড চালকৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হােৱাৰ অভিযোগ পৰিয়ালৰ। জানিব পৰা মতে, ইছলামপুৰৰ শ্বাহিদুল ইছলামে ঘৰত পুখুৰী খান্দিবলৈ এখন ফ’কলেণ্ড আনিছিল। পুখুৰী খন্দাৰ … Read more

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

নিউজ ডেস্ক। অসমৰ ভ্ৰাম্যমান জগতৰ বাবে এক দুখবৰ। বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান। উল্লেখ্য যে অভিনয় কৰি থাকোতেই মঞ্চত ঢলি পৰিছিল অভিনেতাজন। যােৱা ৬ জানুৱাৰী ষ্ট্ৰ’কত আক্ৰান্ত হোৱা অভিনেতাজনে চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ।

স্ত্ৰীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি স্বামীৰ মৃত্যু, একে চিতাতে জ্বলিল দম্পতীৰ মৃতদেহ

নিউজ ডেস্ক। পত্নীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নােৱাৰি প্ৰাণত্যাগ স্বামীৰ। এই শােকাৱহ ঘটনা বঙাইগাঁও জিলাৰ বিদ্যাপুৰ উপ- আৰক্ষী চকীৰ অন্তৰ্গত বিলাসপুৰৰ বগুলামাৰী গাঁৱৰ। জানিব পৰা মতে, পত্নীৰ আকস্মিক মৃত্যুৰ যন্ত্ৰণা সহ্য কৰি নোৱাৰি পত্নীৰ শেষকৃত্যৰ প্ৰস্তুতি চলি থাকােতে মহিলাগৰাকীৰ স্বামীয়েও প্ৰাণত্যাগ কৰে। সােমবাৰে নিশা আঠ বজাত দুই নম্বৰ বগুলামাৰী গাঁৱৰ বাসিন্দা ৰাসমোহন ৰায় চৌধুৰীৰ সহধর্মিণী … Read more

মৰ্মান্তিক! নিৰ্মীয়মাণ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ খুঁটা পৰিল চাৰিচকীয়া বাহনত, নিহত মহিলাসহ কণমানি পুত্ৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। চলন্ত চাৰিচকীয়া বাহনৰ ওপৰত পৰিল নিৰ্মীয়ণমান মেট্ৰ’ ৰে’ল প্ৰকল্পৰ খুঁটা। এই ঘটনাৰ স্থান কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু। এই ঘটনাত এগৰাকী মহিলা আৰু তেওঁৰ কণমানি পুত্ৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, মংগলবাৰে পুৱা নৱহাৰা অঞ্চলত স্কুটাৰেৰে গৈ থকা এটা চাৰিজনীয়া পৰিয়ালৰ ওপৰত খুঁটাটো অকস্মাতে খহি পৰে। ফলত আৰোহী তেজস্বিনী আৰু পুত্ৰ … Read more

Amazon Joins U.S. Department of State to Support Women Entrepreneurs

amazon

In a significant move to support women entrepreneurs, Amazon joins the U.S. Department of State’s Bureau of Educational and Cultural Affairs to empower women entrepreneurs. A U.S. Department of State spokesperson informed this in an official press note. According to the news release, this Public Private Partnership (PPP) model will support the Academy for Women … Read more

অসমত কৰ্তব্যৰত অৱস্থাত শ্বহীদ সেনা জােৱান, অন্ত্যেষ্টিক্ৰিয়াত সনসমুদ্ৰ

নিউজ ডেস্ক। পুনৰ দেশ মাতৃৰ সুৰক্ষাত নিয়ােজিত সেনা জােৱানৰ মৃত্যু। অসমত কৰ্তব্যৰত অৱস্থাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকােৱালি ল’লে হাৰিয়ানাৰ ফতেহাবাদৰ পীলীমন্দােৰী গাঁৱৰ বাসিন্দা মনােজ কুমাৰ দাহিয়াৰ। জানিব পৰা মতে, পুৱা নিজৰ শােৱনি কােঠাতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় জােৱানজনক। এই খবৰ লাভ কৰাৰ পিছতে জােৱানজনৰ ওপজা গাঁৱত এক শােকাকুল পৰিৱেশে বিৰাজ কৰে। মংগলবাৰে জােৱানজনৰ … Read more

মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ সৈতে টেম্পােৰ সংঘৰ্ষত একে পৰিয়ালৰে ৭ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। ট্ৰাকৰ সৈতে যাত্ৰীবাহী টেম্পােৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল একেটা পৰিয়ালৰে শিশু-মহিলাসহ ৭ জন লােকৰ। এই ঘটনাৰ স্থান বিহাৰৰ কটিহাৰ। জানিব পৰা মতে, সােমবাৰে নিশা বিহাৰৰ গেদাবাৰী-কাটিহাৰৰ ৮১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হয়। কাটিহাৰৰ পৰা অহা এখন ট্ৰাকৰ সৈতে বিপৰীত দিশৰ পৰা অহা টেম্পােৰে সংঘৰ্ষৰ ফলতে এই … Read more

অবৈধ অৰুণাচলী সুৰাৰ চােৰাং বেহাত জড়িত আৰক্ষী কনিষ্টবল! গ্ৰেপ্তাৰ

নিউজ ডেস্ক। এইবাৰ সুৰাৰ চােৰাং বেহাত জড়িত হৈ ৰঙাঘৰৰ আলহী হ’ল স্বয়ং আৰক্ষী। অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ’ল কনিষ্টবল অনন্ত বৰা। জানিব পৰা মতে, জামুগুৰি আৰক্ষীয়ে গােলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰে কনিষ্টবল অনন্ত বৰাক। অভিযােগ অনুসৰি, দীৰ্ঘদিন ধৰি সুৰা মাফিয়াৰে মিতিৰালি কৰি অবৈধ অৰুণাচলী সুৰাৰ চােৰাং বেহাৰ সৈতে জড়িত হৈ আছিল কনিষ্টবল অনন্ত বৰা। … Read more

অঘটন! পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰিল বনভােজ দলৰ বাহন, বিবাহিত যুৱকৰ মৃত্যু

নিউজ ডেস্ক। শীতৰ আগমনৰ লগে লগে প্ৰাণ পাই উঠিছে ৰাজ্যৰ বিভিন্ন বনভােজ স্থলীসমূহ। তাৰ মাজতে সংঘটিত হৈছে বহু অনাকাংক্ষিত ঘটনাও। তেনে এক দুৰ্ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ সমীপত। জানিব পৰা মতে, বনভােজ সমাপ্ত কৰি ওভতি অহাৰ পথত পাহাৰৰ ওপৰৰ পৰা বিশিষ্ঠ নৈত বাগৰি পৰে বনভোজ দলৰ এখন চাৰিচকীয়া বাহন। বাহনখনৰ পঞ্জীয়ন নম্বৰ এ … Read more