স্তব্ধ হৈ পৰিল সন্তুৰৰ মূৰ্চ্ছনা! প্ৰসিদ্ধ সন্তুৰবাদক শিৱকুমাৰ শৰ্মাৰ দেহাৱসান
নিউজ ডেস্কঃ অৱসান ঘটিল এটা যুগৰ! ইতিহাসৰ সোণালী পৃষ্ঠাত চিৰদিনৰ বাবে নিজৰ নাম খোদিত কৰি এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰসিদ্ধ সন্তুৰ বাদক তথা সংগীত পৰিচালক শিৱকুমাৰ শৰ্মাই। হৃদৰোগত আক্ৰান্ত হৈ মঙলবাৰে পুৱা অসংখ্য গুণমুগ্ধক কন্দুৱাই ৮৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীয়ে। শিৱকুমাৰ শৰ্মাৰ বিয়োগত সংগীত জগতত আজি শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, … Read more