সৰস্বতী পূজাত নাথাকে কােনাে বিশেষ SOP, ঘােষণা স্বাস্থ্যমন্ত্ৰীৰ

নিউজ ডেস্ক। সৰস্বতী পূজাৰ বাবে প্রকাশ নহয় বিশেষ এছ অ’ পি। ক’ভিডক লৈ পূর্বে ঘোষিত এছ অ’ পি অনুসৰিয়েই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে পালন কৰিব লাগিব বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতী পুজা। এই ঘোষণা স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, যিহেতু শিক্ষানুষ্ঠানত সৰস্বতী পূজা অনুষ্ঠিত হয়, সেয়ে বিদ্যালয়সমূহক লৈ পূর্বে ঘোষণা কৰা এছ অ’ … Read more

চকুৰ সন্মুখতে নৈৰ বুকুত অদৃশ্য হৈ পৰিল এখন যাত্ৰীভৰ্তি নাও, এতিয়াও সন্ধানহীন দুই শিশু

নিউজ ডেস্ক। এক শিহৰণকাৰী দৃশ্য! চকুৰ সন্মুখতে নৈৰ বুকুত ডুব গ’ল এখন যাত্ৰীভৰ্তি নাও। মৰণকাতৰ আৰ্তনাদে কঁপাই গ’ল সমগ্ৰ অঞ্চল। এই দৃশ্য মধ্য প্ৰদেশৰ ভিন্দৰ সিন্ধ নদীৰ। এক ধৰ্মীয় ভোজত অংশ লৈ উভতি অহাৰ সময়তে ১০ জন লোকক কঢ়িয়াই অনা নাওখন নৈৰ বুকুত ডুবি যায়। অৱশ্যে ১০ জনৰ ভিতৰত ৮ জনক উদ্ধাৰ কৰা হৈছে যদিও … Read more

মাথোঁ ৬ দিনৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই ঘাটমাউৰা হৈ পৰিল এটি কণমানি!

নিউজ ডেস্ক। শনিবাৰে দুপৰীয়া মৰিয়নীৰ নকছাৰী মাছখোৱা নিবাসী সংস্কৃতিবান শিক্ষয়িত্ৰী মৌচুমী হাজৰিকাৰ বিয়োগে ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক। অতি বিনম্ৰ আৰু সুহৃদয়বান মহিলা হিচাপে পৰিচিত মৌচুমী হাজৰিকা দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত হঠাৎ তেওঁ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেওঁক যোৰহাটৰ খ্ৰীষ্টিয়ান মিছন হাস্পতালত ভর্তি কৰোৱা হয়। কিন্তু তেওঁৰ … Read more

মন্ত্ৰী-বিধায়কৰ গাড়ী হ’লেও ২ মিনিটতকৈ অধিক সময় ৰখাই থব নোৱাৰিব সাধাৰণ যাত্ৰীক

নিউজ ডেস্ক। ভিআইপি-ভিভিআইপিৰ কনভয়ক লৈ প্ৰায়ে ৰাজপথত ব্যতিব্যস্ত হৈ আহিছে সাধাৰণ যাত্ৰী। কনভয় পাৰ কৰাৰ নামত আৰু নিৰাপত্তাৰ দোহাই দি সাধাৰণ নাগৰিকক ঘণ্টাৰ পিছত ঘণ্টাধৰি ৰখাই থোৱাৰ পৰম্পৰা চলিয়েই আহিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অঘোষিত পৰম্পৰা ভঙ্গ কৰাৰ বাবে এতিয়া দেখুৱাইছে তৎপৰতা। শেহতীয়াকৈ নগাঁৱৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ কনভয় পাৰ কৰাৰ নামত আন আন যাত্ৰীক … Read more

ডিঙিত বিশেষ শ্ল’গান লিখা প্লেকাৰ্ড আঁৰি বিয়াত বহিল এগৰাকী শিক্ষক!

নিউজ ডেস্ক। কোভিডকাল চলি আছে। কিন্তু তাৰ মাজতেই চলি আছে বেপাৰ-বাণিজ্য। কোভিড নীতি মানি ৰেষ্টুৰেণ্ট,,চিনেমা হল, শ্বপিং মল খোলাতো কোনো বাধা নাই। কোৰোনা আছে। কিন্তু জীৱন আৰু জীৱিকাৰ খাতিৰত তাৰ মাজতেই সকলোবোৰ স্বভাবিকভাৱে চলি আছে। কিন্তু শিক্ষা?? কোভিডৰ দোহাই দি যোৱা প্ৰায় দুটা বছৰ ধৰি বন্ধ হৈ আছে শৈক্ষিক প্ৰতিষ্ঠানসমূহ। যাৰ বাবে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ … Read more

ঘৰৰ ল’ৰা উভতিল ঘৰলৈ! চীনা সেনাই মুকলি কৰি দিলে মিৰামক…

নিউজ ডেস্ক। অৱশেষত ঘৰৰ ল’ৰা উভতি আহিল ঘৰলৈ। সম্পূৰ্ণ এসপ্তাহৰ পিছত বৃহস্পতিবাৰে চীনা সেনাই মুকলি কৰি দিলে অৰুণাচলৰ পৰা অপহৰণ কৰা মিৰাম টাৰণক। ভাৰত চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৮ জানুৱাৰীত অৰুণাচল-চীনা সীমান্তৰ পৰা পিএলএয়ে অপহৰণ কৰা যুৱকজনক অৱশেষত মুকলি কৰি দিয়া হয়। ইফালে মিৰামক মুকলি কৰি দিয়াৰ পিছতে স্বস্তিৰ নিশ্বাস এৰিছে পৰিয়াল আৰু দেশবাসীয়ে। … Read more

তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী, দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰীৰ থিতাতে মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ মৃত্যুৰ কিৰিলি। পথ দুৰ্ঘটনাত পুনৰ অকালতে প্ৰাণ গ’ল দুটি নিষ্পাপ শিশুসহ এগৰাকী শিক্ষয়িত্ৰীৰ। এইবাৰ ঘটনাৰ স্থান বাক্সা জিলাৰ ভাৰত-ভূটানৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ সংখ্যা ১২৭। বাক্সা জিলাৰ দাওধাৰাত তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰােহী শিক্ষয়ত্ৰী, দুই ছাত্ৰীক। ভূটান অভিমুখে গৈ থকা ট্ৰাকৰ খুন্দাত নিহত হয় তিনিওজন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ … Read more

অসমৰ ধৃতিষ্মানক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান

নিউজ ডেস্ক। অসমবাসীক গৌৰৱান্বিত কৰিলে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৫ বছৰীয়া শিশু মাষ্টাৰ ধৃতিষ্মান চক্ৰৱৰ্তীয়ে। এইবেলি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অসম ধৃতিষ্মান চক্ৰৱৰ্তীয়ে। ধৃতিষ্মানে কলা আৰু সংস্কৃতি শাখাত ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ধৃতিস্মান চক্ৰৱৰ্তীৰ পিতৃ, মাতৃৰ লগতে জিলা উপায়ুক্ত মেঘ নিধি দাহাল ডাঙৰীয়াৰ উপস্থিতিত … Read more

২২ মহীয়া শিশুৱে অনলাইনত অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

নিউজ ডেস্ক। ই-কমাৰ্চ কোম্পানীৰ পৰা ইটোৰ পিছত সিটো ফাৰ্নিচাৰ আচবাব ডেলিভাৰীয়ে আচৰিত কৰিছিল এহাল দম্পতীক। প্ৰথমে ভাবিছিল- ভুলবশতঃ এই আচ-বাববোৰ তেওঁলোকৰ ঠিকনাত ডেলিভাৰ হোৱা নাইতো? কিন্তু ডেলিভাৰী কোম্পানীয়ে যেতিয়া নিশ্চিত কৰিলে যে এয়া তেওঁলোকৰ ঠিকনাতেই ডেলিভাৰী দিয়াৰ নিৰ্দেশ আছে, তাৰ পিছতে চিন্তাত পৰে পৰিয়ালটো। এক অজান ভয়েও পৰিয়াটোৰ মনত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে অৰ্ডাৰ … Read more

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ৭ জনকৈ প্ৰতিভাৱান যুৱকে। নিহত আটাইকেইজনে হৈছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। এই শােকাৱহ দুৰ্ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ ৱাৰ্ধা। তেওঁলােকৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ খাৱৈত পৰাৰ ফলতে সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে বিধায়কৰ পুত্ৰসহ ৭ গৰাকী মেডিকেল ছাত্ৰৰ। জানিব পৰা মতে, সোমবাৰে নিশা চেলচুৰা … Read more