তৃতীয় মহলাৰ ওপৰৰ বাৰাণ্ডাৰ পৰা পৰি ডেৰ বছৰীয়া শিশুৰ মৃত্যু
নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰৰ পৰা কৰ্তব্যস্থলীলৈ ৰাওনা হােৱা পিতৃক বিদায় দিবলৈ গৈ তিনি মহলাৰ পৰা পৰি মৃত্যু ডেৰ বছৰীয়া শিশুৰ। এই শোকাৱহ ঘটনাটো শনিবাৰে সংঘটিত হয় মধ্য প্ৰদেশৰ ভূপালৰ দুৰ্গা নগৰ চেমৰাত। আৰক্ষীৰ সূত্ৰ অনুসৰি, শিশুটিয়ে দেউতাকক কৰ্তব্যস্থলীলৈ যাওঁতে বিদায় দিবলৈ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ সৈতে বাৰাণ্ডালৈ আহিছিল। কিন্তু হঠাতে তেওঁ তিনি মহলৰ … Read more