ৰাস চাবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৫ যুৱকলৈ শ্ৰদ্ধাঞ্জলি চিকিৎসালয়ৰ সহকৰ্মীৰ
নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ জনকৈ যুৱকৰ। এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত আটাইকেইজন যুৱকক হেৰুৱাই শােকত ম্ৰিয়মান সহকৰ্মী। উল্লেখ্য যে কালি ৰাস চাই উভতি অহাৰ পথতে নলবাৰীৰ বানেকুছিত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এ এছ ০১ বি জি ৫৯৯৫ নম্বৰৰ আৰ্টিগা বাহনখনত উঠি হাউলীত ৰাস চাই পুৱতি নিশা … Read more