সাপক ৰাখী পিন্ধাবলৈ গৈ বিপদত পৰিল এজন বেজ, ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। ৰাখী বন্ধনৰ দিনা সংঘটিত হয় এক শোকাৱহ ঘটনা। ভগ্নীক সাপক ৰাখী পিন্ধাবলৈ দি সাপৰ দংশনত মৃত্যু হ’ল যুৱকৰ। এই ঘটনা সংঘটিত হয় বিহাৰৰ ছপা জিলাৰ মাঁঝি সীতালপুৰ গাঁৱত। সৰ্প দংশনৰ পিছত যুৱকজনক বেজৰ দ্বাৰা চিকিৎসা কৰোৱাৰ পিছত স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনক মনমোহন ওৰফে … Read more

চিলা উৰুৱাওঁতে চাদৰ পৰা পৰি ১২ বছৰীয়া কিশোৰৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰৰ চাদৰ ওপৰত চিলা উৰুৱাই থাকোতে বাগৰি পৰি মৃত্যু হ’ল এজন ১২ বছৰীয়া কিশোৰৰ। এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ নয়দাৰ চিলাডাৰ থানা চেক্টৰ ৩৯ অঞ্চলৰ ছলেৰা গাঁৱত। কিশোৰজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁ মৃত্যুবৰণ কৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এই … Read more

এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল স্বয়ং আৰক্ষী অধীক্ষক! হেৰুৱালে ৯੦ হাজাৰ টকা

নিউজ ডেস্ক। এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিল খোদ আৰক্ষী অধীক্ষক। এক দুষ্ট চক্ৰই মোবাইল ফোন কোম্পানীৰ প্ৰতিনিধি বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল বেংক আৰু ব্যক্তিগত তথ্য। আৰু নিজৰ সকলো বিৱৰণ দি আৰক্ষী অধীক্ষকে হেৰুৱালে প্ৰায় ৯০ হাজাৰ টকা। চাইবাৰ অপৰাধীৰ বলি হোৱা এই আৰক্ষী অধীক্ষকজন হৈছে ইষ্ট গাৰো হিলছৰ আৰক্ষী অধীক্ষক ব্ৰুনো এ চাংমা। … Read more

ন’ পাৰ্কিং! বাইকৰ সৈতে চালককাে ক্ৰেনেৰে উঠাই নিলে যান-বাহন আৰক্ষীয়ে! দৃশ্য ভাইৰেল

নিউজ ডেস্ক। যান-বাহন আইন উলংঘাৰে ন’ পাৰ্কিঙত ৰখাই থােৱা বাহনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লােৱা আপুনি নিশ্চয়ে দেখিছে। বিশেষকৈ ন’ পাৰ্কিং জােনত ৰখাই থােৱা দুচকীয়া বাহন ক্ৰেনৰ সহায়ত উঠাই নিয়া দৃশ্য তেনেই সুলভ। কিন্তু এইবাৰ তেনে কৰিবলৈ গৈ বাইকৰ সৈতে চালককাে ক্ৰেনেৰে উঠাই নিয়া দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত। এই নাভুত-নাশ্ৰুত ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ পুনে। পুনেৰ … Read more

অৱসৰৰ ৬ মাহ পূৰ্বে শ্বহীদ হ’ল সেনাৰ চুবেদাৰ, আহত হৈও গুলীয়াই নিহত কৰিছিল সন্ত্ৰাসবাদীক

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ ৰাজৰীত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সন্ত্ৰাসবাদীৰে সংঘৰ্ষৰ সময়ত উত্তৰাখণ্ডৰ এজন বীৰ জোৱান শ্বহীদ হয়। ইয়াৰোপৰি আন এজন জোৱান আহত হয়। তাৰ বিপৰীতে নিৰাপত্তাৰক্ষীয়ে এটা সন্ত্ৰাসবাদীক হত্যা কৰাত সফল হয়। খবৰ অনুসৰি, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি বুধবাৰে সেনাই সমগ্ৰ অঞ্চলটোত এক অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। জম্মু-কাশ্মীৰ আৰক্ষীৰ সেনাৰ বিশেষ অভিযানকাৰী গোট আৰু … Read more

গাড়ীসহ পাহাৰৰ পৰা ৭੦੦ ফুট তললৈ পৰি মৃত্যু যুৱকৰ, ৰাইজৰ সহযােগত মৃতদেহ উদ্ধাৰ SDRF ৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিনত ফুৰিবলৈ শােকাৱহভাৱে মৃত্যু এজন যুৱকৰ। দুৰ্ভাগ্যক্ৰমে উচ্চ পাহাৰৰ পৰা গাড়ীসহ তললৈ পৰি মৃত্যু হােৱা যুৱকজন হৈছে ধেমাজী জিলাৰ জোনাইৰ হৰিশ দলে। অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিনত মঙলবাৰে ফুৰিবলৈ গৈ পাহাৰৰ পৰা গাড়ীসহ তললৈ পৰি নিখোজ হৈ থকা জোনাইৰ হৰিশ দলে নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুধবাৰে দিনৰ প্ৰায় … Read more

দুষ্ট চক্ৰৰ ভুৱা ফেচবুক প’ষ্টৰ বাবে ৬੦੦ দিন বিদেশৰ কাৰাগাৰত কটাই স্বদেশলৈ উভতিল এজন ভাৰতীয়

নিউজ ডেস্ক। দুষ্ট চক্ৰৰ ভুৱা ফেচবুক প’ষ্টৰ বলি হৈ চৌদি আৰৱৰ কাৰাগাৰত দিন কটাবলগীয়া হৈছিল এজন ভাৰতীয় লোক। চৌদি আৰৱৰ কাৰাগাৰত ৬০০ দিন কটাইছিল তেওঁ। লোকজন হল কৰ্ণাটকৰ হৰিশ বাংগেৰা (৩৪)। অৱশেষত কৰ্ণাটক আৰক্ষীৰ প্ৰচেষ্টাত মুকলি হৈ স্বদেশলৈ আহিল তেওঁ। তেওঁ চৌদি আৰৱত শীতাতপ নিয়ন্ত্ৰণৰ যন্ত্ৰ নিৰ্মাণৰ এটা কোম্পানীৰ প্ৰযুক্তিৰ কৰ্মচাৰী। জানিব পৰা মতে ২০১৯ … Read more

লাভলীনা, মেৰীকম আৰু মীৰাবাঈৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ মত-বিনিময়

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈ সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আয়োজন কৰিছিল এক জলপান অনুষ্ঠান। সেই অনুষ্ঠানত তেওঁ খেলুৱৈ সকলৰ সৈতে মত-বিনিময় কৰিছিল। সেই অনুষ্ঠানত উপস্থিত আছিল অসম কন্যা লাভলীনা বৰগোহাঁই। ইয়াৰোপৰি উপস্থিত আছিল উত্তৰ পূব তথা মণিপুৰৰ গৌৰৱ এম চি মেৰী কম আৰু মীৰাবাই চানু। লাভলীনা বৰগোহাঁই আৰু মেৰী কমৰ সৈতে … Read more

চিৰনিদ্ৰাত শুই পৰিল প্ৰেমিক যুগল ফকৰুল-ৰুমিজা, সম্পন্ন হ’ল জানাজা

নিউজ ডেস্ক। অহা মাহত সম্পন্ন হোৱাৰ কথা আছিল বিয়া। একেখন ৰভাৰ তলত বহিব লাগিছিল দ’ৰা-কইনা। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস কবৰস্থানত একেলগে সম্পন্ন হ’ল দুয়োৰে জানাজ। দুমনিচকী (মাৰুৱাচকী)ৰ দুটাকৈ পৰিয়ালত এতিয়া কেৱল চকুপানী। শোকৰ্ত আত্মীয়-স্বজন তথা শুভাকাঙ্খীবৃন্দ। অঞ্চলৰ প্ৰতিজন বাসিন্দাৰ হৃদয়-মন জােকাৰি গৈছে প্ৰেমিক যুগলৰ অকাল মৃত্যুৰ ঘটনাই। এনে এক পৰিৱেশতে ক’ভিড নিয়মৰ মাজেৰে সম্পন্ন … Read more

শােকাৱহ! সুউচ্চ পাহাৰৰ পৰা গাড়ীসহ তললৈ সৰি পৰি যুৱকৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। গাড়ীসহ সুউচ্চ পাহাৰৰ পৰা তললৈ সৰি পৰিল মৃত্যু যুৱকৰ। এই ঘটনাৰ স্থান ধেমাজী জিলাৰ জােনাইৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিন। জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাটৰ পাংগিনত এখন বলেন’ গাড়ী লৈ ফুৰিবলৈ গৈছিল জোনাইৰ কেইজনমান যুৱক। পাচিঘাটৰ চিয়াং নদীৰ পাৰৰ পংগিঙৰ ওখ পাহাৰৰ ভিউ পইণ্টৰ পৰা গাড়ীসহ … Read more