১৮੦ খন আসন থকা বিমানত বিনামূলীয়াকৈ আৰবলৈ যাত্ৰা ৩ প্ৰবাসী ভাৰতীয়ৰ
নিউজ ডেস্ক। আপুনি বিমানত কৰবালৈ গ’লে নিশ্চয়কৈ যথেষ্ট ধন খৰচ কৰিব লাগে। কিন্তু এইবাৰ ভাৰতৰ এটা তিনিজনীয়া পৰিয়ালে বিনা পইছাৰে গ’ল বিমানত। তাকো বিদেশলৈ। অৰ্থাৎ আৰবলৈ। যিয়ে হাইদৰাবাদৰ পৰা চাৰজাহলৈ বিমানত গল বিনা পইছাৰে। আৰু বিমানখনত গ’ল মাত্ৰ পৰিয়ালটোৰ তিনিজন সদস্য। যেন সেইখন তেওঁলোকৰ ব্যক্তিগত বিমানহে। এই পৰিয়ালটো হ’ল আৰবৰ ডাঃ ইছমাইল হেলথ কেয়াৰ গ্ৰুপৰ … Read more