থুতৰিত বন্দুক থৈ ছেলফি উঠিবলৈ চেষ্টা কৰি প্ৰাণ গ’ল নৱ বিবাহিতা মহিলাৰ

নিউজ ডেস্ক। ছেলফি উঠিবলৈ গৈ প্ৰাণ যোৱা ঘটনা নতুন নহয়। নিতৌ ছেলফিৰ বাবে মৃত্যু হয় বহুতৰ। কোনোৱে যদি নদীৰ পাৰত ছেলফি লবলৈ গৈ প্ৰাণ হেৰুৱাই। কোনোৱে আকৌ যান-বাহন আৰু বৰষুণৰ বতৰত ছেলফি লৈ প্ৰাণ হেৰুৱাই। কিন্তু এইবাৰ আন এক ধৰণে ছেলফি লবলৈ গৈ প্ৰাণ হেৰুৱাই এগৰাকী নৱ বিবাহিতা মহিলাই। থুতৰিত বন্দুকৰ নলী লগাই ছেলফিৰ চখ … Read more

তাৰিখ পে তাৰিখ! আদালতৰ নতুন তাৰিখত অসন্তুষ্ট হৈ আচবাব ভাঙিলে গুচৰীয়াই

নিউজ ডেস্ক। বলিউড অভিনেতা চানী দেউলৰ জনপ্ৰিয় ডায়লগ আছিল ‘তাৰিখ পে তাৰিখ’। দামিনী ছবিত তেওঁ কৰা সেই মন্তব্য জনপ্ৰিয় হৈ পৰিছিল সকলোতে। ছবিখনত চানী দেউলে এজন সুৰাসক্ত উকীলৰ ভূমিকাত অভিনয় কৰিছিল। য’ত তেওঁ ন্যায়ৰ বাবে এটা গোচৰ পুনৰ মুকলি কৰি যুঁজ দিছিল। আৰু তাত তেওঁ আদালতে বাৰে বাৰে পৰৱৰ্তী তাৰিখ ঘোষণা কৰাক লৈ অতিষ্ঠ হৈ … Read more

৬ বছৰীয়া শিশুৱে মুখস্থ কৰিলে পৱিত্ৰ কোৰান! ধৰ্মীয় সংগঠনৰ স্বীকৃতি

নিউজ ডেস্ক। এক প্ৰকাৰৰ অনন্য কৃতিত্ব। অতি কম বয়সত পৱিত্ৰ কোৰান মুখস্থ কৰি পেলালে এটি শিশুৱে। যাৰফলত কম বয়সতে তেওঁ হল হাফিজ। এই বিস্ময় সাধন কৰে কৰ্ণাটকৰ ভটকলৰ ছয় বছৰীয়া শিশু মহম্মদ মানাজিৰ হাছান শ্বুপাই। তেওঁ গোটেই কোৰানখন অন্তঃকৰণেৰে মুখস্থ কৰি পেলায়। জানিব পৰা মতে, সৰু শিশুটোৱে পৱিত্ৰ কোৰান মনত ৰখাৰ ক্ষেত্ৰত তেওঁৰ আইতাক হাফিজা … Read more

৭ বছৰীয়া শিশুৱে ৰক্ষা কৰিলে এগৰাকী মহিলাৰ জীৱন!

নিউজ ডেস্ক। সঁচাই, কেতিয়াবা সৰুৱেও ডাঙৰক কৰিব পাৰে সহায়। এই কথাই এইবাৰ পুনৰ প্ৰমাণ কৰিলে এটা ঘটনাই। ঘটনাটো উত্তৰ প্ৰদেশৰ মীৰাটৰ গংগা নগৰৰ ৰাধা গাৰ্ডেন কলনীত সংঘটিত হৈছিল। যি সময়ত বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ সকলোৱেই ঘৰৰ ভিতৰত সোমাই আছিল। সেই সময়ত এটি ৭ বছৰীয়া শিশুৱে বান্দৰৰ আক্ৰমণৰ সন্মুখীন হোৱা এগৰাকী মহিলাৰ ৰক্ষা কৰিলে জীৱন। … Read more

ক’ভিড-১৯ত প্ৰাণ গ’ল জ্যেষ্ঠ চিকিৎসক তথা অন্তঃসত্বা স্বাস্থ্য কৰ্মীৰ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে জটিল ৰূপ ধাৰণ কৰিছে অসমকে ধৰি উত্তৰ পূবৰ অধিকাংশ ৰাজ্যতে। নিতৌ জনসাধাৰণৰ মৃত্যুৰ ঘটনা অব্যাহত থকাৰ লগতে মৃত্যু হৈছে প্ৰথম শাৰীৰ ক’ভিড যােদ্ধা হিচাপে পৰিচিত বহু চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ। ইয়াৰ মাজতে জনসাধাৰণক প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য কৰ্মীসকলে কৰিব লগীয়া হৈছে অশেষ কষ্ট। ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁলোকে নদী, পাহাৰ … Read more

ঈদ উপলক্ষে সীমান্তত ভাৰত-পাকিস্তানৰ সেনাৰ মিঠাই আদান-প্ৰদান

নিউজ ডেস্ক। বুধবাৰে বিশ্বজুৰি উদযাপিত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ। পূৰ্বৰ দৰেই এই বেলিও পৱিত্ৰ ঈদ উপলক্ষে ভাৰত-পাকিস্তানৰ মাজত হয় মিঠাই বিনিময়। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে মিঠাই বিনিময় কৰে ভাৰত-পাকিস্তান সেনাই। ঈদৰ শুভেচ্ছা জনায় ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাত পাকিস্তান সেনাক প্ৰদান কৰে মিঠাই। ভাৰত-পাকিস্তান সেনাই জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ পুঞ্চ-ৰাৱালাকট ক্ৰচিং পইন্ট আৰু মেন্ধৰ-হটস্প্রিং … Read more

প্ৰয়াত মাতৃৰ জন্মদিনত আৱেগিক প’ষ্ট দিলে অভিনেতা চনু সুদে

নিউজ ডেস্ক। জনপ্ৰিয় অভিনেতা তথা দুখীয়াৰ ভগৱান হিচাপে পৰিচিত চনু সুদে তেওঁৰ মাতৃ সৰোজ সুদৰ জন্ম বাৰ্ষিকীত মাতৃৰ বাবে লিখে এটা আৱেগিক টোকা। তেওঁ সামাজিক মাধ্যমত সেই টোকা শ্বেয়াৰ কৰি কয় যে তেওঁৰ মাতৃৰ মৃত্যুৰ ফলত সৃষ্টি হোৱা শূণ্যতা তেওঁ সদায় অনুভৱ কৰে। কিন্তু তেওঁক শিকোৱা জীৱনৰ পাঠৰ বাবে তেওঁ সদায় মাতৃৰ প্ৰতি কৃতজ্ঞ হৈ … Read more

আপোনাৰ ফোন হেকাৰৰ কবলত নেকি? জানি লওক এই কেইটা লক্ষণ

নিউজ ডেস্ক। পেগাচাছ (Pegasus) ৰ চােৰাংচােৱাগিৰিক লৈ বৰ্তমান উত্তাল হৈ আছে দেশ। দেশৰ ৰাজনীতি আৰু সংবাদ মাধ্যম গৰম হৈ আছে এই বিষয়ক লৈ। পেগাচাছ সন্দৰ্ভত আনকি বৰ্তমান চলিত সংসদৰ বৰ্ষাকালীন অধিবেশনতো উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। বিৰোধীয়ে সংসদত সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ। এই পেগাচাছে আকৌ এবাৰ মোবাইল চোৰাংচোৱাৰ ভয় কঢ়িয়াই আনিছে। যদিও সাধাৰণ লোকসকলে পেগাচাছৰ দৰে … Read more

এটা ছাগলীৰ দাম উঠিল ১১ লাখ টকা!

নিউজ ডেস্ক। সাম্প্ৰতিক ক’ভিড জনিত পৰিস্থিতিৰ বিভিন্নজনে ব্যৱসায়-বাণিজ্যত লােকচানৰ সন্মুখীন হৈছে। কিন্তু ইয়াৰ মাজতাে ঈদ উদযাপনৰ ক্ষেত্ৰত কােনাে কৃপণালি কৰা নাই একাংশ ইছলাম ধৰ্মাৱলম্বী লােকে। পৱিত্ৰ ঈদ উপলক্ষে কুৰবানিৰ বাবে এটি ছাগলীৰ দাম উঠিল ১১ লাখ টকা। এই কথাই সংবাদ মাধ্যমতাে লাভ কৰিছে বিশেষ চৰ্চা। সেই ছাগলীটো ক্ৰয় কৰিলে গুজৰাটৰ চুৰাটৰ এজন ব্যৱসায়ীয়ে। আৰু ছাগলীটো … Read more

ব্যস্ত পথত হঠাতে সৃষ্টি হ’ল প্ৰকাণ্ড গাঁত, সােমাই পৰিল আৰক্ষী কনিষ্টবলৰ গাড়ী

নিউজ ডেস্ক। প্ৰৱল বৃষ্টিপাতত জনজীৱন ব্যাহত হৈ পৰিছে দেশৰ ৰাজধানী দিল্লীত। একাধিক ঠাই জলমগ্ন। সোমবাৰে পুৱা আৰম্ভ হয় প্ৰৱল বৰষুণ। বৰষুণৰ বাবে ব্যাপক যানজঁটৰ সৃষ্টি হয় চহৰখনত। এই দুৰ্যোগত এক ভয়ংকৰ ঘটনাৰ সাক্ষী হ’ল দিল্লী। মাটিৰ তলত সোমাই পৰিল এখন গাড়ী। এই ঘটনা সোমবাৰে বিয়লি ৫ মান বজাত সংঘটিত হয় দিল্লীৰ দ্বাৰকা চেক্টৰ ১৮ ৰ … Read more