ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰিছিল বৃদ্ধই, তেনেতে আহিল ৰে’ল, তাৰ পাছত…

নিউজ ডেস্ক। প্ৰায়ে মানুহে নিয়ম উলংঘা কৰি ৰেলপথ পাৰ হোৱা দেখিবলৈ পোৱা যায়। বহুতে চমু পথেৰে যাবলৈ চেষ্টা কৰি ৰেলপথ পাৰ হয়। আন বহুলোকে আকৌ কাণত মোবাইল ফোন বা হেডফোন লগাই গান শুনি ৰেলপথ পাৰ হয়। যাৰফলত দুৰ্ঘটনাত পতিত হৈ বহু লোকৰ মৃত্যু হয়। কিন্তু এইবাৰ এনে এক দৃশ্য দেখিবলৈ পোৱা গ’ল, য’ত এজন বৃদ্ধই … Read more

এটা প্ৰকাণ্ড শিলাখণ্ড হাতেৰে দাঙি নিছে NDRF জোৱানে, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দুৰ্যোগ আৰু জৰুৰী সেৱাৰ বাবে সদায় আগত থাকে ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী (NDRF)। সংকট অৱস্থাত বা বিপদ সংকুল অৱস্থাতো প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা হোৱা জনতাক উদ্ধাৰ কৰেগৈ তেওঁলোকে। মূলতঃ যিকোনো উদ্ধাৰ অভিযানত জনসাধাৰণৰ প্ৰধান সাৰথি ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী। এই ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনীৰ উদ্ধাৰকাৰী দলৰ এক দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক … Read more

৫ বছৰতে বিবাহ বিচ্ছেদ, প্ৰশাসনিক সেৱাৰ পৰীক্ষাত পৌৰ সভাৰ চাফাই কৰ্মী ‘আশা’ৰ সাফল্য

নিউজ ডেস্ক। একাগ্ৰতা আৰু প্ৰৱল ধাউতি থাকিলে সকলো কামেই সম্ভৱ। সেই কথা প্ৰমাণ কৰিলে পৌৰ নিগমৰ এগৰাকী মহিলা চাফাই কৰ্মীয়ে। যিয়ে নিজৰ জীৱনৰ বহুতো প্ৰত্যাহ্বান অতিক্ৰম কৰি প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ বিবাহৰ পিছত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ দুই সন্তানৰ মাতৃয়ো। ইয়াৰোপৰি বিবাহৰ ৫ বছৰৰ পিছত তেওঁক এৰি দিছিল স্বামীয়ে। টকাৰ অভাৱত তেওঁ … Read more

চিকিৎসকে মৃত ঘােষণা কৰা নৱজাতক সৎকাৰৰ সময়ত কান্দি উঠিল, তাৰ পাছত…

নিউজ ডেস্ক। এক আচৰিত ঘটনা। নৱজাতক শিশুক মৃত ঘোষণা কৰিলে চিকিৎসকে। কিন্তু সৎকাৰৰ সময়ত কান্দি উঠিল শিশু। লগে লগে এক পৃথক পৰিৱেশৰ সৃষ্টি হল সৎকাৰস্থলীত। শিশুটিক জীৱন্তে দেখি পৰিয়ালৰ লোকে গৈ ভাঙি পেলালে মৃত ঘোষণা কৰা চিকিৎসকৰ ক্লিনিক। এই ঘটনা সংঘটিত হয় ঝাৰখণ্ডত। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, ঝাৰখণ্ডৰ দেৱঘৰৰ কালি মন্দা পথৰ এখন ব্যক্তিগত চিকিৎসালয়ত … Read more

অসমবাসীলৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ এক বিশেষ উপহাৰ…

নিউজ ডেস্ক। অসমবাসীলৈ বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। উত্তৰ-পূবৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব ১੦੦ খন বিছনাযুক্ত আই চি ইউ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা ‘যুৱৰাজ সিং ফাউণ্ডেশ্বন’ নামৰ সংস্থাটোৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে এক বুজাবুজি চুক্তি কৰিছে। এ এম চি পেডিয়েট্ৰিক বিভাগৰ সহকাৰী ডাঃ … Read more

দেওবাৰে ৰাজ্যৰ এই ৬ খন জিলাত হ’ব প্ৰবল বৃষ্টিপাত…

নিউজ ডেস্ক। শনিবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে বৰষুণ। কােনাে কােনাে জিলাত প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ ঘটনাও সংঘটিত হৈছে। মনচুনৰ সময়ছােৱাত জুলাই মাহত এনে বাৰিষা ৰাজ্যৰ বাবে তেনেই স্বাভাৱিক ঘটনা। ইপিনে, শনিবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি পশ্চিম অসমৰ ৬ খন জিলাৰ অধিকাংশতে প্ৰবল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনা আছে। এই জিলা কেইখন হৈছেঃ ধুবৰী, … Read more

নাৰী শক্তি! কৃষকৰ পৰিয়ালৰ ৫ গৰাকী কন্যাই হ’ল প্ৰশাসনিক বিষয়া

নিউজ ডেস্ক। বহুতৰে সপোন থাকে এজন প্ৰশাসনিক বিষয়া হোৱাৰ। পৰিয়াল বা আত্মীয়ইয়ো বিচাৰে নিজৰ পৰিয়ালত এজন প্ৰশাসনিক বিষয়া। কিন্তু যেতিয়া একেঘৰৰে ৫ সদস্যই প্ৰশাসনিক বিষয়া হয়। তেতিয়া কেনে হ’ব পাৰে বাৰু পৰিৱেশটো। আৰু যদিয়ে ৫ গৰাকীয়েই মহিলা হয়। আপোনাৰ নিশ্চয় ভাবিয়েই ভাল লাগিছে নহয়ন? কিন্তু এইবাৰ তেনে এক কথাই বাস্তব হ’ল। এঘৰ লোকৰ ৫ কন্যাৰ … Read more

শিশুক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাত পৰিল ৩০ জন লোক, মৃত ৪

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ বিদিশাত। এটি ১৪ বছৰীয়া শিশুক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাৰ ঢাকনি ভাঙি ভিতৰলৈ সোমাই গ’ল ৩০ জনৰো অধিক লোক। এই ঘটনাটো বৃহস্পতিবাৰৰ নিশা প্ৰায় ১১:৩০ মান সংঘটিত হয় বজাত বিদিশাৰ গঞ্জ বাসুদা অঞ্চলৰ লাল পাথৰ গাৱঁত। ঘটনাত চাৰিজন লোক মৃত্যু হোৱাৰ বিপৰীতে ২৩ জনক জীৱন্তে উদ্ধাৰ কৰা … Read more

তুৰাৰ পৰা শ্বিলং অভিমুখী হেলিকপ্টাৰৰ দক্ষিণ কামৰূপত জৰুৰী অৱতৰণ

নিউজ ডেস্ক। বৃহস্পতিবাৰে সন্ধিয়া হঠাতে হুৱা-দুৱা লাগিল কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন জাৰিহাট অঞ্চলত। জাৰিহাটৰ খেলপথাৰত জৰুৰীভাৱে অৱতৰণ কৰিলে এখন হেলিকপ্টাৰে। পাইলটৰ উপৰিও হেলিকপ্টাৰখনত আছিল সহ ৩জন যাত্ৰী। হেলিকপ্টাৰখন মডেল VT- ARB । ঘটনাৰ খবৰ লাভ কৰি কিছু সময় পাছতে তাত উপস্থিত হ’ল বকাে আৰক্ষীও। ভিৰ কৰিলে বহু স্থানীয় লােকে। জানিব পৰা মতে, এই হেলিকপ্টাৰখন … Read more

ভেকচিনৰ হােম ডেলিভাৰী! টিকাকৰণৰ বাবে সুউচ্চ পাহাৰ আৰোহণ উপায়ুক্ত- চিকিৎসা কৰ্মীৰ

নিউজ ডেস্ক। যি সময়ত অসমত চৰকাৰে সুৰাৰ হােম ডেলিভাৰী কৰাৰ বাবে উঠি-পৰি লাগিছে, তেনে সময়তে অসমৰ প্ৰতিবেশী ৰাজ্যত ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ হােম ডেলিভাৰীৰ বাবে মনে-প্ৰাণে নামি পৰিছে চৰকাৰ-প্ৰশাসন যন্ত্ৰ। জনসাধাৰণক কোৰোনাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে চৰকাৰে লৈছে ঘৰ-ঘৰে গৈ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী। সেই অনুসৰি চহৰ, নগৰ আৰু গাঁও সকলোৰে জনতাক প্ৰদান কৰা হৈছে প্ৰতিষেধক। … Read more