দৃষ্টিহীন দৰা-কইনাই হোমৰ অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে নতুন জীৱন

নিউজ ডেস্ক। হোমাগ্নিক সাক্ষী কৰি সাত পাক ঘূৰিলে তেওঁলোকে। হয়, তেওঁলোক। যি জন্মৰ পৰাই অন্ধ। কেতিয়াও ভবা নাছিল যে তেওঁলোকে এদিন এনে শুভ মূহুৰ্তৰ সাক্ষী হ’ব। কিন্তু নভবাকৈয়ে তেওঁলোকৰ সেইয়া সম্পন্ন হ’ল। জন্মান্ধ দুয়োৱে দৰা-কইনাৰ সাজ পিন্ধি হোমৰ অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে যুগ্ম জীৱন। দৃষ্টিহীন সেই দুই দৰা কইনা হল জ্যোৎস্না আৰু বাপি। বুধবাৰে … Read more

পিতৃৰ পদাংক অনুসৰণ, আছাম ৰাইফলছত যােগদান কৰি দেশৰ সুৰক্ষাত নিয়ােজিত এগৰাকী যুৱতী

নিউজ ডেস্ক। এগৰাকী যুৱতী। নাম আথিৰা কে. পিল্লাই। ঘৰ কেৰেলাৰ আলাপুঝাত। তেওঁ ডাঙৰ হৈ নিজৰ দেউতাকৰ পদাংক অনুসৰণ কৰি এগৰাকী সৈনিক হোৱাৰ সপোন দেখিছিল। তেওঁ সপোন পূৰণৰ বাবে কৰিছিল আহোপুৰুষাৰ্থ। আৰু অৱশেষত তেঁওৰ সেই সপোন পূৰণ হৈছিল। মূলতঃ চাৰি বছৰ পূৰ্বে যেতিয়া তেওঁ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছত যোগদান কৰিছিল তেতিয়া তেওঁৰ প্ৰিয় … Read more

বিভাগীয় অভিযানৰ সময়ত গােপনে অবৈধ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ গৈছিল যুৱক, ঘটিল আজব ঘটনা

নিউজ ডেস্ক। বিদ্যুৎ চুৰিৰ এটা সাধাৰণ লক্ষ হ’ল যে যেতিয়াই বিভাগীয় লোক অহা গম পাই, তেতিয়াই তেওঁ লৰালৰিকৈ গৈ এৰুৱাই থয় বিদ্যুৎ সংযোগ ব্যৱস্থা। কিন্তু যদিহে বিদ্যুৎ কৰ্মচাৰী অতি চতুৰ হয়, তেন্তে চুৰি কৰা জন ধৰা পৰাটো নিশ্চিত। এইবাৰ তেনে এক দৃশ্যই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বিদ্যুৎ চুৰিৰ খবৰ লাভ কৰি বিভাগীয় দল গৈছিল … Read more

ছেল্ফি উঠি সাগৰৰ পানীত পৰিল মহিলা, প্ৰাণৰক্ষা কৰিলে ৫৫ বছৰীয়া ফটোগ্ৰাফাৰে

নিউজ ডেস্ক। ছেল্ফি উঠবিলৈ গৈ পানীত পৰি মৃত্যু হোৱা ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় মুম্বাইত। অৱশ্যে এইবাৰ নদীত নহয়, ছেল্ফি লৈ থাকোতে সাগৰৰ পানীতহে পৰিল মহিলা। আৰু সেই মহিলাক উদ্ধাৰ কৰিলে এজন ৫৫ বছৰীয়া ফটো গ্ৰাফাৰে। সেই ঘটনা মুম্বাইৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে ২৩ বছৰীয়া মহিলা গৰাকীয়ে মুম্বাইৰ বিখ্যাত … Read more

উফন্দি উঠা নৈত উটি গ’ল সদ্যােজাত হাতী পােৱালি, কেমেৰাত বন্দী হাতীৰ উদ্ধাৰ অভিযানৰ দৃশ্য

নিউজ ডেস্ক। পৰিয়ালৰ সদস্য যেতিয়া বিপদত পৰে তেতিয়া তেওঁক সহায় অথবা উদ্ধাৰ কৰাটো পৰিয়ালৰ বাকী সকলৰ দায়িত্বই। এইবাৰ সেই কথা প্ৰমাণ কৰিলে এটা হাতীৰ জাকে। নদীত উটি যোৱা এটা কণমানি পোৱালি হাতীক উদ্ধাৰ কৰিবলৈ নামি গ’ল হাতীৰ পৰিয়াল। বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটোত দেখা অনুসৰি, জংঘলৰ মাজত এটা হাতীৰ জাক। জাকটোৱে … Read more

সাৱধান! বৰষুণৰ মাজতে ছেল্ফি লোৱাটো আপােনাৰ বাবে হ’ব পাৰে বিপজ্জনক…

নিউজ ডেস্ক। বৰ্তমান সময়ত স্মাৰ্টফোনবোৰে মানুহৰ জীৱন অতি সহজ কৰি তুলিছে। জনসাধাৰণৰ বহুতো কাম একেলগে সম্পন্ন হয় ফোনত। আজিৰ পৃথিৱীত স্মাৰ্টফোন মানুহৰ পছন্দ আৰু প্ৰয়োজনীয়তা দুয়োটাই হৈ পৰিছে। বহুতে অৱশ্যে ফোনৰ সহায়ত তেওঁলোকৰ প্ৰয়োজনীয় কাম কৰে। কিন্তু তাৰ বিপৰীতে বহুতে ফোনৰ কেমেৰাৰে ফটো ল’বলৈহে ভাল পায় বা ব্যৱহাৰ কৰে। ফোনৰ দ্বাৰা ছেলফি লোৱাটোও আজিকালি এক … Read more

পথ দুৰ্ঘটনাত আহত দুই যুৱকৰ জীৱন ৰক্ষা কৰিলে সেনাই

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গাড়ী সোমাই পৰে এটা খাৱৈত। যাৰফলত বাহনখনত যোৱা দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই জীৱন ৰক্ষা কৰে সেনা জোৱানে। এই ঘটনা সংঘটিত হয় জম্মু কাশ্মীৰৰ ৰাজৌৰীত। জানিব পৰা মতে ৰাজৌৰী-পুঞ্চ পথৰ ৰামলুথা অঞ্চলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। … Read more

ক’ভিডােত্তৰ জটিলতাৰ বাবে শিক্ষয়িত্ৰী পূৰ্ণিমা হাজৰিকা পেগুৰ দেহাৱসান

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ঘটনা। ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠাৰ পিছতে বিভিন্ন শাৰীৰিক জটিল অৱস্থাৰ বাবেও প্ৰাণ হেৰুৱাইছে বহু লােকে। জানিব পৰা মতে, ক’ভিডােত্তৰ জটিলতাৰ বাবেই গোগামুখৰ ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী, পূৰ্ণিমা হাজৰিকাৰ পেগুৰ ৰবিবাৰে পুৱা মৃত্যু ঘটে। কৃতী শিক্ষয়িত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিস্বাস ত্যাগ … Read more

গৌৰৱৰ ক্ষণ! উইম্বলডনৰ জুনিয়ৰ খিতাপ জয় কৰা সমীৰৰ অসমৰ সৈতে আছে বিশেষ সম্পৰ্ক

নিউজ ডেস্ক। অসমৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এক সুখবৰ। এক গৌৰৱৰ ক্ষণ। ভাৰতীয় মূলৰ টেনিছ খেলুৱৈ সমীৰ বেনাৰ্জীয়ে গঢ়িলে অভিলেখ। বিশ্বৰ সন্মানীয় উইম্বলডনৰ জুনিয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল সমীৰ। অৱশ্যে বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে থাকে আমেৰিকাত। ১৭ বছৰীয়া ইণ্ডো-আমেৰিকান টেনিছ খেলুৱৈ সমীৰ বেনাৰ্জীয়ে দেওবাৰে উইম্বলডন ল’ৰাৰ একক খিতাপ অৰ্জন কৰে। যিটো নতুন কেৰিয়াৰত কেৱল … Read more

হঠাতে বিশ্বজুৰি চৰ্চিত হৈ পৰিল ভাৰতীয় মহিলা ক্ৰিকেটাৰ হাৰলীন দেউল, চাওক সবিশেষ

নিউজ ডেস্ক। হাৰলীন দেউল। বৰ্তমান এক চৰ্চিত নাম হৈ পৰিছে সামাজিক মাধ্যমত। হাৰলীন দেউল হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য। অৱশ্যে এটা কেছৰ বাবে অতি চৰ্চিত হৈ পৰিছে হাৰলীন। নৰ্থাম্পটনত অনুষ্ঠিত প্ৰথম টি-২০ ৰ সময়ত ইংলেণ্ডৰ বেটচমেন এমি জোনছক আউট কৰিবলৈ মহিলা ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ উত্তেজনাপূৰ্ণ আৰু আশ্চৰ্যকৰ কেছ এটা লৈছিল তেওঁ। যেতিয়া জোনছে ১৯ … Read more