ভাল খবৰ! হােম গাৰ্ড বৰছিং বে’ক কনিষ্টবল হিচাপে নিযুক্তি, কেবিনেটত সিদ্ধান্ত
নিউজ ডেস্ক। যি সময়ত অসম আৰক্ষীৰ বহু উচ্চ পদস্থ বিষয়া দুৰ্নীতি-উৎকােচৰ গােচৰ অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে, তেনে সময়তে কৰ্তব্যনিষ্ঠা আৰু সততাৰ পৰিচয় দি ৰাজ্যজুৰি উচ্চ প্ৰশংসিত হৈছে কাৰ্বি আংলঙৰ ডিলাই থানাত কৰ্তব্যৰত গৃহৰক্ষী জােৱান বৰছিং বে’। এই সততাৰ পুৰষ্কাৰ হিচাপে বৃহস্পতিবাৰে অসম চৰকাৰৰ কেবিনেটে জােৱানজনক হােম গাৰ্ডৰ পৰা কনিষ্টবল পদত নিযুক্তি দিয়ে। অসম আৰক্ষীৰ … Read more