অভাৰব্ৰিজত ছেল্ফী ল’বলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে MBBS ৰ এগৰাকী ছাত্ৰীয়ে

নিউজ ডেস্ক। শনিবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ ইন্দোৰত। ৰে’লৰ অভাৰব্ৰীজত ছেল্ফী ল’বলৈ গৈ মৃত্যুক সাৱটিলে এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে। ছাত্ৰী গৰাকী বুন্দেলখণ্ড চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ এম বি বি এছৰ ছাত্ৰী আছিল। শনিবাৰৰ দিনা ভাতৃৰ সৈতে ফুৰিবলৈ গৈ ৰে’ল অভাৰব্ৰীজত ছেল্ফী লওঁতে হঠাৎ তললৈ পৰি মৃত্যু হ’ল যুৱতী গৰাকীৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, … Read more

অমানৱীয়! নলা পৰিষ্কাৰ নকৰাৰ বাবেই ঠিকাদাৰক পথত বহুৱাই এই শাস্তি দিলে এজন বিধায়কে…

নিউজ ডেস্ক। এজন বিধায়কৰ এক আচৰিত কাণ্ড। ভালদৰে কাম নকৰা পৌৰ নিগমৰ ঠিকাদাৰৰ ওপৰত খং উঠাত ঠিকাদাৰৰ ওপৰত প্ৰকাশ কৰিলে তীব্ৰ খং। চহৰৰ পথত নলাৰ পানী জমা হোৱাৰ বাবেই ঠিকাদাৰক দিলে এশিকনি। পথৰ মাজত লেতেৰা পানীত ঠিকাদাৰক বহুৱালে বিধায়কে আৰু পৌৰ নিগমৰ কৰ্মচাৰীক ঠিকাদাৰৰ গাত পেলাবলৈ দিলে জাৱৰ। সেই দৃশ্য শনিবাৰৰ মুম্বাইৰ চান্দিভালী এলেকাৰ। নিয়মিত … Read more

হাউছিং ছ’চাইটিৰ পাৰ্কিঙত ৰখাই থোৱা গাড়ী সোমাই গ’ল গাঁতত, কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক আচৰিত দৃশ্য। হাউছিং ছছাইটিৰ পাৰ্কিংত ৰখাই থোৱা এখন বিলাসী গাড়ী নিজে নিজেই সোমাই গ’ল গাঁতত। গাঁতত সোমাই নিশ্চিহ্ন হৈ পৰিল গাড়ীখন। এই ঘটনা দেওবাৰে সংঘটিত হয় মুম্বাইৰ এক হাইছিং ছছাইটিত। মুম্বাইৰ ঘাটকপুৰ অঞ্চলৰ ৰামনিবাস ছ’ছাইটিৰ দৃশ্য সেইয়া। বাহনখনৰ গৰাকীয়ে নিজৰ মোবাইল কেমেৰাত বন্দী কৰা সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। … Read more

প্ৰৱঞ্চনা! আৰক্ষীৰ জালত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা খাইৰুল ইছলাম

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নামনি অসমৰ প্ৰভাৰী খাইৰুল ইছলাম আৰিফক গ্ৰেপ্তাৰ গােৱালপাৰা আৰক্ষীৰ। অভিযােগ অনুসৰি, দীৰ্ঘদিন ধৰি এই সংগঠনৰ নাম লৈ বহু অনৈতিক কাৰ্যৰ সৈতে জড়িত হৈ আছিল খাইৰুল। বিশেষকৈ নামনি অসমৰ সাংগঠনিক দায়িত্ব পোৱাৰ পিছত অনৈতিকভাৱে জধে-মধে ধন দাবী কৰি এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছল নেতাগৰাকীয়ে। উল্লেখ্য যে … Read more

১ লাখতকৈ অধিক আয় কৰা লোকক ৰেছন কাৰ্ড এৰিবলৈ আহ্বান যােগানমন্ত্ৰীৰ

নিউজ ডেস্ক। ৰাজ্যৰ যােগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান। বছৰি ১ লাখতকৈ অধিক আয় কৰা পৰিয়ালে স্বেচ্ছাই ত্যাগ কৰক ৰেছন কাৰ্ড। শনিবাৰে ধুবুৰীত উপস্থিত হৈ এক সংবাদমেল যােগে এই আহ্বান মন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী ৰঞ্জিত দাসে ধুবুৰীৰ আৱৰ্ত ভৱনত এক সংবাদ মেল সম্বােধন কৰে। উক্ত সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা … Read more

ভাল খবৰ! টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন মিৰাবাই চানুৰ

Mirabai Chanu

নিউজ ডেস্ক। উত্তৰ পূৱবাসীৰ বাবে পুনৰ এক ভাল খবৰ। আগন্তুক টকিঅ’ অলিম্পিক লৈ যোগ্যতা অৰ্জন কৰিলে আন এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে। তেওঁ হ’ল মণিপুৰৰ ভাৰত্তোলনৰ খেলুৱৈ মিৰাবাই চানু। শনিবাৰে এই কথা নিশ্চিত কৰে আন্তঃৰাষ্ট্ৰীয় ভাৰত্তোলন ফেডাৰেশ্যনে। চানুৱে মহিলাৰ ৪৯ কিলো শাখাত অংশ ল’ব অলিম্পিকত। চানু হৈছে ২০১৭ ৰ ভাৰত্তোলনৰ বিশ্ব চেম্পিয়ন। যোৱা এপ্ৰিলত টাচকেন্দত অনুষ্ঠিত হোৱা … Read more

ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুওৱা ৩ ভগ্নীৰ কাষত বিধায়ক পৰমানন্দ ৰাজবংশী

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। ক’ভিড-১৯ত মাত্ৰ ২১ দিনৰ ব্যৱধানত পিতৃ-মাতৃক চিৰদিনৰ বাবে হেৰুৱাই সৰ্বস্বান্ত হ’ল ৩ ভগ্নী। দৰং জিলাৰ ছিপাঝাৰৰ ওপৰ কুৰুৱাত সংঘটিত হৈছে এই কৰুণ ঘটনা। এই বাতৰি প্ৰকাশ পােৱাৰ পাছতে মৃত দম্পতীহালৰ ৩ কন্যা সন্তানৰ খবৰ ল’বলৈ তেওঁলােকৰ ঘৰত উপস্থিত হ’ল স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী। বিধায়কগৰাকীয়ে ঘৰত উপস্থিত হৈ পিতৃ-মাতৃহাৰা তিনিজনী কন্যাক … Read more

জৰিমনা হিচাপে লাভ কৰা ধনেৰে উপায়ুক্তই গঠন কৰিলে ‘কভিড কেয়াৰ’ বেংক

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত এগৰাকী আই এ এছ বিষয়া তথা ইষ্ট ছিয়াং জিলাৰ উপায়ুক্ত ড° কিন্নী সিঙৰ এক উল্লেখনীয় পদক্ষেপ। জিলাখনৰ বিভিন্ন ব্যক্তি অথবা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা জৰিমনাৰ ধনেৰে তেওঁ গঠন কৰিলে এক ‘কভিড কেয়াৰ বেংক’। যিটো বেংকৰ দ্বাৰা কভিড আক্ৰান্ত লোক সকলক চিকিৎসা সামগ্ৰী প্ৰদান কৰি কৰা হয় সহায়। এই সন্দৰ্ভত তেওঁ … Read more

ভয়ংকৰ! দলঙৰ ৰেলিঙত উঠিল তীব্ৰবেগী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলঙৰ ৰেলিঙত খুন্দিয়ালে তীব্ৰবেগী ট্ৰাকে। সৌভাগ্যক্ৰমে নৈত নপৰিল ট্ৰাকখন। অৱশ্যে ট্ৰাকখন উঠিল দলঙৰ ৰেলিঙত। এই ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ পােয়ামাৰা বাইপাছ। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা কৰিমগঞ্জ বাইপাছৰ কাকৰা নদী ওপৰত থকা দলঙত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দিয়ায় তীব্ৰবেগী ট্ৰাক … Read more

মহিলাই একেলগে জন্ম দিয়া ৪ শিশুক ডেৰ মাহৰ অন্তত হাস্পতালৰ পৰা অব্যাহতি চিকিৎসকৰ

নিউজ ডেস্ক। অৱশেষত প্ৰায় ডেৰ মাহৰ অন্তত হাস্পতালৰ ICU ৰ পৰা পিতৃ-মাতৃ তথা আত্মীয়ৰ কােলাত উঠি স্বগৃললৈ গ’ল ৪ যমজ শিশু। উল্লেখ্য যে যােৱা ২৮ এপ্ৰিলত ৰঙিয়াৰ স্বস্তি হাস্পতালত ধুবুৰীৰ দম্পতী নিতেশ সৰকাৰ আৰু সুবৰ্ণা ঘােষৰ পৰিয়াললৈ একেলগে আহিছিল ৪ শিশু। ইয়াৰে দুটা ল’ৰা সন্তান হোৱাৰ বিপৰীয়ে আন দুটা সন্তান আছিল কন্যা। হাস্পতালখনৰ পৰিচালন সঞ্চালক … Read more