বনাঞ্চলত হাতীৰ জাকৰ দীৰ্ঘতম যাত্ৰা, ড্ৰােন কেমেৰাত বন্দী বহু দুৰ্লভ দৃশ্য

নিউজ ডেস্ক। অলপতে বনৰীয়া হাতীৰ জাকৰ বনাঞ্চলত বিচৰণৰ এক দৃশ্য সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে। দৃশ্যটোত দেখা অনুসৰি চীনৰ এক বনাঞ্চলৰ পৰা ওলাই যোৱা হাতীৰ এটা জাকে শুই পৰিছে হাবিৰ মাজত। সেই দৃশ্যই সামাজিক মাধ্যমত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছে। বি বি চিত প্ৰকাশ পোৱা খবৰ অনুসৰি, যোৱা ডিচেম্বৰত হাতীৰ জাকটোৱে চীনৰ য়ুনান প্ৰদেশৰ পুৱেৰ চহৰৰ … Read more

জেনেভাত ‘Kofi Annan Changemakers 2021’ লৈ নিৰ্বাচিত মণিপুৰৰ যুৱতী জেইনৰিন আংকাং

নিউজ ডেস্ক। কফি আন্নান ফাউণ্ডেশ্যনে ‘Kofi Annan Changemakers 2021’ লৈ নিৰ্বাচিত কৰিছে বিশ্বৰ ১২ গৰাকী অনুপ্ৰেৰণামূলক যুৱ নেতৃত্বক। সেই সকলৰ ভিতৰত নাম অন্তৰ্ভুক্ত হৈছে মণিপুৰৰ উখ্ৰুলৰ মহিলা জেইনৰিন ষ্টিফেন আংকাংৰ নাম। যিয়ে সেই অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই আন্তপ্ৰজন্মমূলক ছমহীয়া আলোচনাত অংশ লোৱাৰ বাবে বিশ্বৰ ১২ গৰাকী যুৱ নেতাই আমন্ত্ৰণ লাভ কৰিছে। এই আলোচনা চক্ৰ … Read more

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ক’ভিড-১৯ত ২১ দিনতে পিতৃ-মাতৃক হেৰুৱালে ৩ কন্যাই। এই কৰুণ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ছিপাঝাৰৰ ওপৰ কুৰুৱাত। জানিব পৰা মতে, কুৰুৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী দীপালী দাসৰ যােৱা ২১ মে’ত মৃত্যু হৈছিল। সেই সময়ত স্বামী চিকিৎসালয়ত থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰিছিল মহিলাগৰাকী। চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ দ্ৰুত … Read more

ভাৰতৰ সীমাত প্ৰৱেশ কৰা বাংলাদেশী কিশােৰক উপহাৰ দি স্বদেশলৈ ঘূৰাই পঠিয়ালে বি এছ এফে

নিউজ ডেস্ক। মানৱতাৰ নিদৰ্শন সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফ-ৰ। মংগলবাৰে ভাৰতত আৱদ্ধ কাষৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কিশোৰক আইনী ব্যৱস্থাৰ পৰিৱৰ্তে সসন্মানে গতাই দিলে বাংলাদেশ সীমা সুৰক্ষা বাহিনীক। পৰস্পৰ সহযোগিতা আৰু দুয়ো ৰাষ্ট্ৰৰ সীমান্তৰ জনসাধাৰণৰ ওপৰত সঠিক গুৰুত্ব প্ৰদানৰ চিন হিচাপে এই পদক্ষেপ গ্ৰহণ কৰে বি এছ এফে। বি এছ এফে জনোৱা অনুসৰি, বাংলাদেশৰ ১২ বছৰীয়া কিশোৰজন … Read more

হাতত ‘Made in China’ পিষ্টল, দামী গাড়ী লৈ ছাগলী চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

নিউজ ডেস্ক। হাতত Made in China মাৰ্কা এটা পিষ্টল। দামী ছুইফ্ট ডিজায়াৰ বাহন লৈ আহিল চােৰৰ এটা ৩ জনীয়া দল। লক্ষ্য ছাগলী চুৰি। পিচে দিন বেয়া আছিল চােৰ কেইটাৰ! ৩ টাকৈ ছাগলী চুৰি কৰি গাড়ীত উঠালে যদিও সাৰি যাব নােৱাৰিলে ৰাইজৰ চকুৰ পৰা। তাৰ পাছত পিষ্টল, ছাগলী আৰু গাড়ী এৰি পলায় পত্ৰং দিলে চােৰ কেইটাই। … Read more

ৰাখে হৰি… নৈৰ সােঁতত উটি যোৱা বয়ােজ্যেষ্ঠ মহিলাক ২০ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কােনে… মাৰে হৰি ৰাখে কােনে… নৈৰ কােবাল সােঁতত উটি গ’ল এগৰাকী বয়ােজ্যেষ্ঠ মহিলা। মহিলাগৰাকীক লৈ সৃষ্টি হ’ল এক হাহাকাৰ পৰিৱেশ। কিন্তু সৌভাগ্যক্ৰমে ঘটনাস্থলীত পৰা সুদূৰ ২੦ কিলােমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ হ’ল মহিলাগৰাকী। এই ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰমুৰিকনা। মহিলাগৰাকীৰ নাম সুবলা ডেকা। বয়স ৫৫ বছৰ। উল্লেখ্য যে সুবলা ডেকাই পুৱাই … Read more

ক’ভিড যােদ্ধা! নদী পাৰ হ’বলৈ ‘আৰ্থ মুভাৰ’ত উঠিল চিকিৎসা কৰ্মী, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। দেশত বৰ্তমানেও অব্যাহত আছে কোৰোনা মহামাৰী। এই কভিড যুদ্ধত দেশৰ জনতাৰ হকে কাম কৰাত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক বিবেচনা কৰা হৈছে প্ৰথম শাৰীৰ যোদ্ধা হিচাপে। ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসা কৰিয়েই হওক বা নিজে আক্ৰান্ত হৈয়ো দেশত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে। অশেষ কষ্ট আৰু ত্যাগেৰে … Read more

প্ৰসিদ্ধ বিজ্ঞানী তথা বাঁহৰ বটলৰ উদ্ভাৱক ড° পৱন কে কৌশিকৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। প্ৰসিদ্ধ বিজ্ঞানী তথা জীৱিকা সম্প্ৰসাৰণ বন গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° পৱন কে কৌশিক (৫২) ৰ সোমবাৰে আবেলি ত্ৰিপুৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ভিডজনিত সমস্যাত মৃত্যু হয়। ড° কৌশিকৰ ঘৰ আছিল মধ্য প্ৰদেশত। বিগত ১৫ বছৰ ধৰি কৰ্মসূত্ৰে তেওঁ আছে ত্ৰিপুৰাত। ত্ৰিপুৰাৰ বাঁহ উদ্যোগত তেওঁ আনিছিল এক যুগান্তকাৰী পৰিৱৰ্তন। ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত বাঁহ শিল্পৰে জীৱিকা … Read more

ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া ৰঞ্জিৎ ৰাজকোঁৱৰৰ দেহাৱসান

নিউজ ডেস্ক। ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন সেনা বিষয়া তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জিৎ ৰাজকোঁৱৰৰ দেহাৱসান। জানিব পৰা মতে, চৰাইদেউ জিলাৰ অন্তৰ্গত পাটসাঁকো লাকুৱা অঞ্চলৰ বাসিন্দা ৰঞ্জিৎ ৰাজকোঁৱৰ বিগত কিছুদিন ধৰি ৰােগাক্ৰান্ত আছিল। প্ৰয়াত ৰাজকোঁৱৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৯৬ চনত ভাৰতীয় সেনা বাহিনীৰ চুবেদাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত পাটসাঁকােত নিগাজিকৈ থাকিবলৈ … Read more

অথলে গ’ল নিহাৰিকাৰ চেষ্টা, ক’ভিডে প্ৰাণ ল’লে শহুৰেক থুলেশ্বৰ দাসৰ…

নিউজ ডেস্ক। বোৱাৰীৰ দায়িত্ব পালন কৰি সামাজিক মাধ্যমত সমাদৰ লাভ কৰিছিল নগাঁও জিলাৰ বােৱাৰী নিহাৰিকা দাসে। ৰহাৰ ক’ভিড আক্ৰান্ত শহুৰেকক অসুস্থ অৱস্থাত বোকোচাত তুলি লৈ গৈছিল চিকিৎসালয়লৈ। সামাজিক মাধ্যমত মুহূৰ্ততে ভাইৰেল হৈ পৰা এই ঘটনাৰ দৃশ্যই সকলোৰে অন্তৰ চুই গৈছিল। কিন্তু যেন অথলে গ’ল বোৱাৰী নিহাৰিকাৰ সেই চেষ্টা। অৱশেষত মৃত্যুক সাৱটিলে নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ … Read more