ঘূৰ্ণী বতাহৰ সংবাদ পৰিৱেশনৰ বাবে গৈ সাংবাদিকৰ প্ৰশ্ন – ইমান বতাহত কিয় ওলাই আহিছে? উত্তৰ ভাইৰেল
নিউজ ডেস্ক। ঘূৰ্ণী বতাহ য়াছে লৈছে কাল ৰূপ। বুধবাৰে য়াছ প্ৰৱেশ কৰিছিল পশ্চিম বংগৰ লগতে উৰিষ্যাত। ঘণ্টাত ১৩০-১৪০ কিমি বেগত আহিছিল ঘূৰ্ণী বতাহ য়াছ। যিয়ে বহুতো ধ্বংসলীলা আৰু প্লাবনৰ সৃষ্টি কৰিছিল ৰাজ্য দুখনত। সেয়েহে এই সন্দৰ্ভত সংবাদ গ্ৰহণৰ বাবে গৈছিল এজন সাংবাদিক। ইমান প্ৰতিকূল অৱস্থাত এজন লোক ঘৰৰ বাহিৰলৈ ওলাই অহা দেখি সাংবাদিকে সোধা এক … Read more