ক’ভিড-১৯ত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, পিতৃ-মাতৃ-ভগ্নীও আক্ৰান্ত

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশৰ বিভিন্ন ৰাজ্যত। ক’ভিডত আক্ৰান্ত হৈছে বলিউডৰ ইজনৰ পাছত সিজন তাৰকা। এইবাৰ ক’ভিড আক্ৰান্ত হ’ল মােহময়ী অভিনেত্ৰী দীপিকা পাডুকন। জানিব পৰা মতে, দীপিকাৰ পিতৃ প্ৰকাশ পাডুকনৰ লগতে মাতৃ আৰু ভগ্নীও কিছুদিন পূৰ্বে ক’ৰনাত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতে মংগলবাৰে অভিনেত্ৰী দীপিকা পাডুকনাে ক’ভিড পজিটিভ হিচাপে পৰীক্ষাত চিনাক্ত … Read more

চিৰিয়াখানাৰ ৮ টাকৈ সিংহ ক’ভিড-১৯ত আক্ৰান্ত!

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌৰ মাজতে এইবাৰ চিৰিয়াখানাৰ বন্যপ্ৰাণীলৈও বিয়পিছে এই ভাইৰাছ। আমেৰিকাত পােহনীয়া কুকুৰ আৰু চিৰিয়াখানাৰ জন্তুৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ঘটনা হৈছিল যদিও ভাৰতত প্ৰথমবাৰলৈ এনে ঘটনা পােহৰলৈ আহিছে। জানিব পৰা মতে, তেলেংগানাৰ হায়দৰাবাদৰ ‘নেহৰু জুল’জিকেল পাৰ্ক’ৰ আঠটা সিংহ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ভাৰতৰ চিৰিয়াখানাত বন্দী জন্তু ক’ভিডত আক্ৰান্ত হোৱাটো এয়া … Read more

ক’ভিডত আক্ৰান্ত হৈ জয়পুৰত মৃত্যু অসমীয়া যুৱকৰ

নিউজ ডেস্ক। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ভয়াৱহ ৰূপ লৈছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে বহিঃৰাজ্যত কৰ্মৰত বহু অসমীয়া লােকে অকালতে হেৰুৱাইছে প্ৰাণ। এইবাৰ ৰাজস্থানৰ জয়পুৰত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু কাজিৰঙাৰ এজন ব্যক্তিৰ। জানিব পৰা মতে, কাজিৰঙাৰ ১নং কঁহৰা গাও নিবাসী বাদল সৰকাৰ নামৰ এই লােকজন জয়পুৰত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। বিগত … Read more

পিতৃ-মাতৃক চোৱাচিতা কৰিবৰ বাবেই এৰিছিল চাকৰি, আজি তেওঁ ৩০০০ কোটি টকাৰ মালিক

নিউজ ডেস্ক। পেছাত তেওঁ এজন মেকানেকিল ইঞ্জিনিয়াৰ। সেই খণ্ডত তেওঁ কিছু কাম কৰি পৰৱৰ্তী সময়ত পুনৰ এম বি এৰ মাৰ্কেটিঙৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ হয় এক টেলিকম বিভাগৰ মুখ্য বিষয়া। কিন্তু তাৰ পিছতো তেওঁ বিলাসপূৰ্ণ কৰ্পৰেট জীৱন ত্যাগ কৰে। তাৰ কাৰণ এটাই। পিতৃ-মাতৃক শুশ্ৰূষা। সেই উদ্দেশ্যেৰে বিদেশৰ পৰা চাকৰি এৰি ঘূৰি আহে স্বগৃহলৈ। … Read more

উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৪১ জন লােকে, নতুনকৈ আক্ৰান্ত ৪,৪৭৫ জন

নিউজ ডেস্ক। এক উদ্বেগজনক খবৰ! ৰাজ্যত সংহাৰী ৰূপ লৈছে মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। মংগলবাৰে দিনৰ ভাগত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক বুলি মন্তব্য কৰাৰ পাছতে সন্ধিয়া টুইটাৰত প্ৰকাশ কৰে আন এক বেয়া খবৰ। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪১ জন লােকে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰে … Read more

ভৱিষ্যতৰ প্ৰযুক্তি ! মাজ সাগৰত উৰন্ত সৈনিকৰ অনুশীলনৰ ভিডিঅ’ক লৈ বিশ্বজুৰি চাঞ্চল্য

নিউজ ডেস্ক। বিশ্বজুৰি সলনি হৈছে যুদ্ধৰ কৌশল। অপৰম্পৰাগত পদ্ধৰিৰে যুদ্ধ জয় কৰিবলৈ ন ন প্ৰযুক্তি উদ্ভাৱনত নামি পৰিছে বিশ্বৰ আগশাৰীৰ বহু দেশ। শেহতীয়াকৈ সামুদ্ৰিক অভিযানত উৰন্ত সৈনিকৰ অনুশীলন এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ত জেট চ্যুট নিৰ্মাতা প্ৰতিষ্ঠান গ্ৰেভিটি ইণ্ডাষ্ট্ৰীয়ে ইংলেণ্ডৰ সামৰিক বাহিনী ৰয়েল মেৰিনৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে পৰীক্ষা কৰিলে অত্যাধুনিক জেট … Read more

ক’ভিড যােদ্ধা! পিতৃৰ ক’ভিডত মৃত্যু, মাতৃ-ভ্রাতৃ হাস্পতালত, তথাপিও তেওঁ পালন কৰিছে নিজ কৰ্তব্য

নিউজ ডেস্ক। দেশত দৈনিক বৃদ্ধি পাইছে কৰ’নাত আক্রান্তৰ সংখ্যা। বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। ইয়াৰ লগতে বহু চাপ বৃদ্ধি পাইছে বিভিন্ন হাস্পতাল আৰু শ্মশানত। শ্মশানত ঠাই নোহোৱা হৈছে শেষকৃত্যৰ বাবে। তথাপিও নিজ কৰ্তব্যত অবিৰতভাৱে লাগি আছে একাংশ ক’ভিড যোদ্ধা। প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা হিচাপে বিবেচিত তেনে এজন চিকিৎসক হৈছে পুণেৰ সঞ্জীৱন হাস্পতালৰ সঞ্চালক ডাঃ মুকুন্দ যাৰ … Read more

হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছাৰ পৰীক্ষা স্থগিত ৰখাৰ ঘােষণা ছেবাৰ, জাননী প্ৰকাশ

নিউজ ডেস্ক। অৱশেষত ৰাজ্যত জটিল ৰূপ ধাৰণ কৰা ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষা। উল্লেখ্য যে অহা ১১ মে’ৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হােৱাৰ কথা আছিল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব সুৰঞ্জনা সেনাপতিয়ে স্বাক্ষৰ কৰা এক বিভাগীয় নিৰ্দেশনাত এই বিষয়ে উল্লেখ কৰা হৈছে। জাননীত উল্লেখ কৰা অনুসৰি, ৰাজ্যৰ … Read more

বিধানসভাত একেলগে দেখা যাব মুখ্যমন্ত্ৰী শহুৰ আৰু বিধায়ক জোঁৱাইক!

নিউজ ডেস্ক। দেওবাৰে দেশৰ ৪ ৰাজ্য আৰু এক কেন্দ্ৰীয় শাসিত অঞ্চলত ঘোষণা কৰা হয় বিধানসভা নিৰ্বাচন। সেই অনুসৰি কেৰেলাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়। এইবাৰ পুনৰ কেৰেলাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হল চি পি এম নেতৃত্বাধীন বাওঁ গণতান্ত্ৰিক মৰ্চাই। সেই অনুসৰি পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত থাকিব বৰ্তমানৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন। কিন্তু কেৰেলা … Read more

নিৰ্বাচনত জয়ী হ’লেও ক’ভিডৰ হাতত পৰাস্ত হ’ল এজন বিধায়ক!

নিউজ ডেস্ক। নিৰ্বাচনত বিৰােধী দলৰ নেতাক পৰাভূত কৰিও ক’ভিড-১৯ ভাইৰাছৰ হাতত পৰাভূত হ’ল এজন জনপ্ৰতিনিধি। ৰবিবাৰে ঘােষণা কৰা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাজল সিনহাই খাৰদাহা সমষ্টিত পৰা জয়লাভ কৰিলে। উল্লেখ্য যে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈ যােৱা ২৫ এপ্ৰিলত মৃত্যু হৈছিল কাজল সিনহাৰ। ঘােষিত ফলাফল অনুসৰি, নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ সিন্হাই ২৮,০৪১ টা … Read more