পুৱতি নিশা আৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ! গুলীবিদ্ধ হৈ মৃত্যু আলফা স্বাধীনৰ IED বিশেষজ্ঞ উদয় অসম…

নিউজ ডেস্কঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃস্পতিবাৰে পুৱতি নিশা সংঘটিত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজৰ ভয়ংকৰ সংঘৰ্ষত নিহত হয় আলফাৰ এজন দুৰ্ধৰ্ষ কেডাৰ। মাৰ্ঘেৰিটাৰ টিকক মুলুং পাহাৰত সংঘটিত হয় এই সংঘৰ্ষ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আলফাৰ এটা ছয়জনীয়া টিকক মুলুং পাহাৰত আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে অঞ্চলটোত অভিযান চলায় আৰক্ষীয়ে। কিন্তু আৰক্ষীক দেখি … Read more

অৱশেষত অস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল অসম-নাগালেণ্ড সীমান্তত সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ ডকাইত ৰাজা আৰু জীতু…

নিউজ ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা দুই দুৰ্ধৰ্ষ ডকাইত। চুঙাজানত নিশা গাড়ী ৰখাই ডকাইতিৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ ডকাইত দুটাক। ধৃত ডকাইত দুটাক নাওচানৰ ২নং মৰাজানৰ ৰাজা দাস আৰু জীতু শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে দুয়োটা ডকাইতৰ পৰা … Read more

অৱশেষত মৃত্যুৰ ওচৰত পৰাজিত হ’ল দিপাংশী! পথ দুৰ্ঘটনাত হৈছিল আহত…

নিউজ ডেস্কঃ বিগত প্ৰায় এসপ্তাহ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নৱম শ্ৰেণীৰ ছাত্ৰী দিপাংশীয়ে। এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাৰ্তাই এতিয়া শোকবিহ্বল কৰিছে পৰিয়ালৰ লগতে পলাশবাৰীবাসীক। উল্লেখ্য যে, যোৱা ৩০ জানুৱাৰীত মিৰ্জা চানডুবি পথৰ বৰিহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত … Read more

শোকাবহ! তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু বাইক আৰোহী শিক্ষয়িত্ৰীৰ, কথমপি প্ৰাণৰক্ষা স্বামী আৰু ডেৰ বছৰীয়া পুত্ৰৰ…

নিউজ ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী শিক্ষয়িত্ৰীৰ। স্বামী আৰু পুত্ৰৰ সৈতে বাইকেৰে ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে শিক্ষয়িত্ৰী নিধি পাণ্ডে (৩৫)ৰ। আনহাতে দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে তেওঁৰ স্বামী বিবেক পাণ্ডে আৰু ডেৰ বছৰীয়া পুত্ৰৰ। দেওবাৰে নিশা এই মৰ্মান্তিক দুৰ্ঘটনা সংঘেটিত হয় উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ … Read more

শোকবাহ! ভুল দিশেৰে আহি বাইক আৰোহীক প্ৰচণ্ড খুন্দা পিকআপৰ, আৰক্ষী জোৱানৰ মৃত্যু

নিউজ ডেস্কঃ ভুল দিশেৰে অহা পিকআপ ভানৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী বাইক আৰোহী আৰক্ষী জোৱান। বঙাইগাঁও জিলাৰ বইটামাৰীৰ বৰখাতাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে, ধুবুৰী জিলাৰ বহলপুৰৰ নিৱাসী তথা অভয়াপুৰী আৰক্ষী থানাৰ জোৱান খজেন্দ্ৰ সিংহই এ এছ ১৯ জে ০৮৫৩ নম্বৰৰ বাইকেৰে গৈ থকা সময়ত … Read more

মৰ্মান্তিক! তীব্ৰবেগী বলেৰ’ পিকাআপ বাহনে মহটিয়াই নিলে স্কুটী, কণমানি কন্যাসহ মৃত্যু মাতৃৰ…

নিউজ ডেস্কঃ তীব্ৰবেগী বলেৰ’ পিকআপ বাহনৰ প্ৰচণ্ড খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-কন্যাই। দুধনৈৰ চেঁচাপানীত সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনা। জানিব পৰা মতে, অঞ্চলটোৰ হাঁহচৰাবড়ী পৰা চেঁচাপানী অভিমুখে এএছ ১৮জি ২০৩৮ নম্বৰৰ স্কুটীৰে ৯ বছৰীয়া কন্যা ৰাণী কচাৰীসহ গৈ আছিল হিমাদ্ৰী কচাৰী (২৭) নামৰ মহিলাগৰাকী। সেই সময়তে এএছ ০১জেচি ০৪৬৬ নম্বৰৰ বলেৰ’ পিকআপ ভানখনে মাতৃ-কন্যাক … Read more

ঘোচ লৈ আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! এইবাৰ গ্ৰেপ্তাৰ বিট অফিচাৰ আৰু বনৰক্ষক…

নিউজ ডেস্কঃ লোভে পাপ, পাপে কাৰাগাৰ! দৰমহাৰ টকা কেইটাৰ উপৰিও দুটকা বেচিকৈ অৰ্জাৰ লোভত পুনৰ হাত দাঙিলে দুজনকৈ চৰকাৰী কৰ্মচাৰীয়ে। ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ঘোচখোৰ চৰকাৰী কৰ্মচাৰী দুজন। শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে ওদালগুৰিৰ ধনশিৰি বন সংমণ্ডল সদৰৰ বিট অফিচাৰ লাচিত … Read more

হৃদয় বিদাৰক! চকুৰ সন্মুখত নিমিষতে জ্বলি ছাই হ’ল পিতৃ-মাতৃ, কণমানি পাৰ্বতীৰ জীৱনলৈ নামিছে দুখৰ ধুমুহা…

নিউজ ডেস্কঃ পৰিয়ালৰ এজন নতুন সদস্যক ঘৰলৈ আদৰাৰ আনন্দত আত্মহাৰা আছিল কণমানি শ্ৰীপাৰ্বতী। মাকৰ গৰ্ভত থকা সহোদৰক হাস্পতাললৈ আদৰিবলৈ লগত গৈছিল কণমানিজনীয়েও। কিন্তু তেনেতেই ঘটিল সেই হৃদয় বিদাৰক ঘটনা। শ্ৰীপাৰ্বতীৰ চকুৰ সন্মুখতে নিমিষতে জ্বলি চাই হৈ গ’ল পিতৃ-মাতৃ। তাই চিঞৰি থাকিল ঠিকেই, কিন্তু মাক-দেউতাকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল কোনো। এই মৰ্মান্তিক ঘটনা বৃহস্পতিবাৰে সংঘটিত … Read more

প্ৰকৃতিয়েই ভগৱান, ভগৱানেই প্ৰকৃতি! অৰণ্য মানৱ যাদৱ পায়েঙৰ যুৱ প্ৰজন্মলৈ এক বিশেষ আহ্বান…

নিউজ ডেস্কঃ প্ৰকৃতি থাকিলেহে থাকিব মানুহ। এই কথাষাৰেই বছৰ বছৰ ধৰি বুজাবলৈ চেষ্টা কৰি আহিছে অলেখ প্ৰকৃতিপ্ৰেমীৰ লগতে অসমৰ সুসন্তান অৰণ্য মানৱ যাদৱ পায়েঙেও। সেই কথাই পুনৰ এবাৰ দোহাৰি তেওঁ ক’লে- ‘জাতি, ধৰ্ম, অৰ্থনীতি, ৰাজনীতি সকলোৰে উৰ্ধ্বত হৈছে প্ৰকৃতি। প্ৰকৃতিয়েই ভগৱান আৰু ভগৱানৰে আন এটা নাম হৈছে প্ৰকৃতি।’ নগাঁও কলেজৰ উদ্যোগত ৱাই- ২০, জি-২০ৰ লগত … Read more

আকৌ দাগ লাগিল শিক্ষকৰ পবিত্ৰ বৃত্তিত! ছাত্ৰীক নিশা মেচেজ কৰি অশালীন ইংগিত দিয়াৰ অভিযোগ শিক্ষক সৌৰভ ওজাৰ বিৰুদ্ধে…

নিউজ ডেস্কঃ আকৌ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে এজন শিক্ষকে। নিশা ছাত্ৰীক হোৱাটছএপত অশ্লীল মেচেজ আৰু ফটো প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকজনৰ বিৰুদ্ধে। আনকি ছাত্ৰীগৰাকীক লাইব্ৰেৰীলৈ অকলশৰে মাতি নি অশালীন ইংগিত দিয়াৰো অভিযোগ লম্পট শিক্ষকৰ বিৰুদ্ধে। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে দুধনৈৰ বাখ্ৰাখুঁটিৰ ছেইণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীত। অভিযোগ … Read more