নিজকে CBI বিষয়া বুলি ধন দাবী কৰি অহা ৰেষ্টুৰেণ্টৰ মালিকসহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
নিউজ ডেস্কঃ নিজকে চিবিআই বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ কৰি অহা দুই প্ৰৱঞ্চক অৱশেষত জালত পৰিল অসম আৰক্ষীৰ। কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুয়োজন ভুৱা চিবিআই বিষয়াক। ধৃত প্ৰৱঞ্চক দুজনক ৰাতাবাৰীৰ ছাগিখাউৰীৰ দিলোৱাৰ হুছেইন আৰু পাথাৰকান্দিৰ চেৰাগীৰ ৰছিদ আহমেদ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, এই দুই প্ৰৱঞ্চকে … Read more