মাতৃস্নেহ! দীপৰ বিলত সন্তানক হেৰুৱাই দিনে-নিশাই ৰাউচি জুৰি থাকিল মাতৃ হাতীয়ে, সাৱটিলে মৃত্যুক
নিউজ ডেস্কঃ মাতৃস্নেহ সকলোৰে বাবে সমান। লাগিলে সেয়া মানুহেই হওক বা বনৰ জীৱ-জন্তু। সন্তানক হেৰুওৱাৰ বেদনাত ৰাউচি জুৰি মৃত্যুক সাৱটিলে এটা বন্যহস্তীয়ে। এই ঘটনাই এতিয়া ব্যথিত কৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে হৃদয়বান প্ৰতিজন ব্যক্তিক। ঘটনাটো সংঘটিত হৈছে দীপৰ বিলত। উল্লেখ্য যে, দুদিন পূৰ্বে দীপৰ বিলৰ চকৰদৌ মিকিৰপাৰা অঞ্চলত দীপৰ বিলৰ বোকা-পানীত আৱদ্ধ হৈ মৃত্যু ঘটিছিল এটা পোৱালি … Read more