১৪ বছৰত বিয়া, ১৮ বছৰতে দুটিকৈ সন্তানৰ মাতৃত্ব লাভ কৰিও জীৱন যুদ্ধত হাৰ মনা নাছিল অম্বিকাই, আজি IPS বিষয়া হৈ কৰিছে দেশৰ সেৱা
নিউজ ডেস্কঃ ভাৰতৰ দৰে এখন দেশত এগৰাকী নাৰীয়ে বিবাহৰ পিছত নিজৰ সকলো ইচ্ছা, সপোন ত্যাগ কৰিবলগীয়া হয় একমাত্ৰ পৰিয়ালৰ স্বাৰ্থত। যাৰ বাবেই বহুতৰে মনত এক আক্ষেপ চিৰদিনৰ বাবে ৰৈ যায়। কিন্তু এন অম্বিকাৰ বাবে যেন জীৱনৰ আৰম্ভণি ঘটিছিল বিয়াৰ পিছতহে। মাত্ৰ ১৪ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হ’বলগীয়া হোৱা অম্বিকাই ১৮ বছৰ বয়সতে দুটি সন্তানৰ … Read more