৭ বছৰ বয়সতে অপহৰণ কৰিছিল পূজাক! সুদীৰ্ঘ ৯ বছৰ পিছত নিজ কন্যাক ঘূৰাই পালে পিতৃ-মাতৃয়ে

নিউজ জেস্কঃ ৯ বছৰ আগৰ কথা। তেতিয়া মাত্ৰ ৭ বছৰ বয়স পূজাৰ। দুফালে দুডাল বেণী গাঁথি ককায়েকৰ হাতত ধৰি সদায় তেতিয়া স্কুললৈ যায় পূজা। কিন্তু এদিন ককায়েকৰ সৈতে স্কুললৈ যোৱাৰ পথতেই সন্ধানহীন হৈ কণমানি ছোৱালীজনী। পূজাক বিচাৰি নাপায় হাহাকাৰ লাগে পিতৃ-মাতৃৰ। কণমানি ছোৱালী জনীৰ সন্ধানত বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ পৰা চহৰৰ চুকে কোনে পোষ্টাৰ অঁৰালৈকে … Read more

শোকাবহ! পথাৰত বিষাক্ত সৰ্পৰ দংশনত মৃত্যু কৃষকৰ…

নিউজ ডেস্কঃ পথাৰত কাম কৰি থকা সময়তে সৰ্প দংশনৰ ফলত প্ৰাণ হেৰুৱালে এজন কৃষকে। এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কাটুৰীয়াত। জানিব পৰা মতে, কাটুৰীয়াৰ নিৱাসী তথা সাধাৰণ খেতিয়ক বৰুণ বড়ো (৪৫)য়ে দেওবাৰে পুৱা পথাৰত ভুঁই ৰুই থকা সময়তে তেওঁৰ সোঁভৰিৰ কেইবা ঠাইতো বিষাক্ত সাপে দংশন কৰে। লগে লগে পথাৰৰ ওচৰৰে এটা কৃষক … Read more

ঘোচখোৰ আৰক্ষী বিষয়া! থানাৰ ভিতৰত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিল ASI ছাৰ…

নিউজ ডেস্কঃ আকৌ ঘোচ লৈ জালত পৰিল চৰকাৰী বিষয়া। এইবাৰ গোচৰ নিষ্পত্তিৰ নামত থানাৰ ভিতৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক। মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পল দাসক সোমবাৰে হাতে-লোটে কৰায়ত্ব কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই। অভিযোগ অনুসৰি, ছোৱালী পলুৱাই নিয়া এক গোচৰ নিষ্পত্তিৰ বাবে অভিযুক্তৰ ভাতৃৰ পৰা প্ৰথমে ৫৫ … Read more

সম্প্ৰীতি! হিন্দু মহাকাব্য ৰামায়ণৰ ওপৰত আয়োজিত কুইজ প্ৰতিযোগিতাত বিজয়ী হ’ল বসিত আৰু জাবিৰ

নিউজ ডেস্কঃ হিন্দু মহাকাব্য ৰামায়ণৰ ওপৰত আয়োজন কৰা এখন কুইজ প্ৰতিযোগিতাত বিজয়ী হৈ দেশজুৰি চৰ্চিত হৈ পৰিছে দুগৰাকী মুছলমান ছাত্ৰ। দেশজুৰি বিয়পি পৰা ধৰ্মীয় গোড়ামীৰ মাজত এই দুগৰাকী ছাত্ৰই অন্য এটা ধৰ্মৰ গ্ৰন্থ গভীৰভাৱে অধ্যয়ন কৰি কুইজ প্ৰতিযোগিতা জয়লাভ কৰাৰ ঘটনাই উদ্বুব্ধ কৰিছে আনকো। উল্লেখ্য যে, শেহতীয়াকৈ ডিচি বুকছৰ দ্বাৰা অনলাইনযোগে আয়োজন কৰা কুইজ প্ৰতিযোগিতাত … Read more

অপাৰ মহিমা পংকজৰ! কেতিয়াবা যদি IPS, কেতিয়াবা আকৌ ASI, আন কেতিয়াবা আকৌ NSG কমাণ্ডো হৈ ধন দাবী কৰে মানুহক, অৱশেষত গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ অপাৰ মহিমা পংকজৰ! কেতিয়াবা যদি তেওঁ হয় কোব্ৰা কমাণ্ডো, কেতিয়াবা হয় আকৌ এএছআই। আন কেতিয়াবা আকৌ আইপিএছ বিষয়া হৈ পৰে তেওঁ! অৱশ্যেই তেওঁ অভিনেতা নহয়। কিন্তু অভিনয়ো তেওঁ বেয়া নকৰে। সেয়ে ইমান দিনে বিভিন্ন ৰূপ ধাৰণ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰাৰ পিছতো কাৰো সন্দেহ ওপজা নাছিল তেওঁৰ ওপৰত। কিন্তু এশ গৰু মাৰিলে … Read more

হাস্পতালত তেজৰ অবৈধ বেহা! আৰক্ষীৰ জালত ৩ দালাল…

নিউজ ডেস্কঃ হাস্পতালত তেজৰ বেহা চলাই আৰক্ষীৰ জালত পৰিল তিনিজনকৈ দালাল। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত টকাৰ বাবদ ৰোগীক তেজ বিক্ৰী কৰা তিনিজন দালাকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, এই দালাল কেইজনে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ পৰা দুহাজাৰৰ পৰা ২৫০০ টকা পৰ্যন্ত লৈ তেজ বিক্ৰীৰ এক অবৈধ ক’লা বেহা চলাই আহিছিল। স্বেস্বাসেৱী সংগঠন টীম … Read more

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিত্তীয় কেলেংকাৰীঃ গাণনিক বিষয়া অজয় মহন্তক নিলম্বন

নিউজ ডেস্কঃ নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত নিলম্বন কৰা হ’ল গাণনিক বিষয়া অজয় মহন্তক। শৌচালয় নিৰ্মাণৰ নামত সংঘটিত কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে অসম চৰকাৰে নিলম্বন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাণনিক বিষয়াজনক। উল্লেখ্য যে, এই বিত্তীয় কেলেংকাৰীত পূৰ্বেও কেইবাজনো বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। পূৰ্বে কাৰ্যবাহী অভিযন্তা অৱতাৰ সিং, মুখ্য সহায়ক গোলাপ … Read more

শোকাবহ! কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত ৰহস্যজনক মৃত্যু অসমীয়া জোৱানৰ, তদন্তৰ দাবী পৰিয়ালৰ…

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত কৰ্তব্যৰত এগৰাকী অসমীয়া জোৱানৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জোৱানজনৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে পৰিয়াল। জানিব পৰা মতে, দক্ষিণ কাশ্মীৰত কৰ্তব্য আছিল তিতাবৰৰ ন-চুঙিৰ নিতুল হাজৰিকা নামৰ বিএছএফৰ ১০৮নং বেটেলিয়ানৰ জোৱানগৰাকী। শনিবাৰে ১০৮নং বেটেলিয়নৰ তৰফৰ পৰা জোৱানজনৰ পৰিয়ালক অৱগত কৰা মতে, নুতুল হাজৰিকাই তেওঁৰ চাৰ্ভিছ ৰাইফলেৰে মূৰত … Read more

মৰ্মান্তিক! নিশা শুই থাকোতেই বিষাক্ত সাপৰ দংশন ভাতৃ-ভগ্নীক, হাস্পতাললৈ নিয়াৰ পথত মৃত্যু

নিউজ ডেস্কঃ নিশা ভাত খাই একেলগে শুইছিল দুই কণমানি ভাতৃ-ভগ্নীয়ে। কিন্তু পুৱতি নিশা বিষাক্ত সাপে খুঁটাৰ ফলত মৃত্যুক সাৱটি ল’লে দুয়োজনে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বুন্দী জিলাত। জানিব পৰা মতে, বুন্দী জিলাৰ গোপালপুৰা বৰাডৰ বাসিন্দা তুলসীৰাম গুৰ্জৰৰ ১৩ বছৰীয়া পুত্ৰ শিৱদয়াল গুৰ্জৰ (১৩) আৰু ১১ বছৰীয়া কন্যা মণিকা ওৰফে সোনাক্ষী গুৰ্জৰে প্ৰতিদিনৰ দৰে … Read more

আকৌ ঘোচকাণ্ড! উৎকোচ লৈ হাতে-লোটে কৰায়ত্ত হ’ল বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ

নিউজ ডেস্কঃ এইবাৰ উৎকোচ লৈ হাতে-লোটে কৰায়ত্ত হ’ল বিশ্ববিদ্যালয়ৰ এগৰাকী পঞ্জীয়ক। ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক। ধৃত পঞ্জীয়কজনৰ নাম গুৰু প্ৰসাদ খাটনিয়াৰ। Our fight against corruption continues. Today, a team of @DIR_VAC_ASSAM caught red-handed Sri Guru Prasad Khataniar, Registrar, Bhattadev University, Pathsala, District – Bajali … Read more