বিশ্বৰ সৰ্বােচ্চ শৃংগ আৰােহণ সপ্তমগৰাকী অসমীয়াৰ
নিউজ ডেস্ক। বিশ্বৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট আৰােহণ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসমীয়া যুৱকে। কামৰূপ জিলাৰ হাজোৰ হেদায়েৎ আলীয়ে আৰােহণ কৰিলে এভাৰেষ্ট শৃংগ। এভাৰেষ্ট শৃংগত আৰােহণ কৰা সপ্তমগৰাকী অসমীয়া হিচাপে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে হেদায়েৎ আলীয়ে। উল্লেখ্য যে কৰ্মসূত্ৰে আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত বাস কৰে হেদায়েৎ আলীয়ে। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ৭.৩০বজাত এভাৰেষ্ট শৃংগ আৰোহণ কৰে … Read more