চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। পুনৰ চৰ্চাৰ প্ৰসংগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান আৰু চান্দা! এইবাৰ বিহুৰ নামত চান্দা তােলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গক। তেজপুৰত সাংবাদিকসকলৰ সৈতে হােৱা এই সাক্ষাৎকাৰত জুবিনে কয়, ‘মই চান্দা বেয়া পাওঁ’। চান্দা অবিহনে শিল্পীসকলক কেনেকৈ মাননি দিয়া হ’ব বুলি সােধা প্ৰশ্ন সন্দৰ্ভত জুবিনে কয় যে যেতিয়া বিহুৰ অনুষ্ঠান পতা হয়, তেতিয়া মনৰ আগ্ৰহেৰে মাননি … Read more

‘ধন কুবেৰ’ ব্যৱসায়ী পীযুষ জৈনৰ একাধিক ঠিকনাৰ পৰা জব্দ নগদ ২৮৪ কোটি টকা, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। আতৰ ব্যৱসায়ী পীযুষ জৈনৰ বাসগৃহৰ পৰা সোঁত বৈছে নগদ ধনৰ। ঘৰৰ দেৱাল, প্ৰতিটো চুক-কোণৰ পৰা উদ্ধাৰ হৈছে কেৱল টকা আৰু টকা। মজিয়া, দেৱালত নিৰ্মান কৰা গোপন চেল্ফৰ ভিতৰত পৰা উদ্ধাৰ হোৱা কোটি কোটি টকা গণি শেষ কৰিব পৰা নাই আয়কৰ বিভাগেও। কেন্দ্ৰীয় জিএছটি চােৰাংচােৱা আৰু আয়কৰ বিভাগৰ ৩০ জনীয়া বিষয়াৰ দলে অব্যাহত ৰাখিছে … Read more

পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে চাৰিচকীয়া বাহন, বিনিময়ত বলেৰ’ বাহন আগবঢ়ালে আনন্দ মহিন্দ্ৰাৰ

নিউজ ডেস্ক। ভগা চিঙা ধাতুৰে মহাৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে নিৰ্মান কৰি উলিয়াইছে এখন চাৰিচকীয়া বাহন। ব্যক্তিজনৰ এই কৰ্মৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই। গাড়ী নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা দত্তাত্ৰয়া লোহাৰ নামৰ ব্যক্তিজনে পেলনীয়া লোহা আৰু অন্য সামগ্ৰীৰে মহিন্দ্ৰা কোম্পানীৰ বলেৰ’ সদৃশ বাহনখন নিৰ্মান কৰি উলিয়ায়। This clearly doesn’t meet with … Read more

মৰ্মান্তিক! স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল চুফিয়াৰ

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহু লােকে। সােমবাৰে নিশাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় একাধিক পথ দুৰ্ঘটনা। জানিব পৰা মতে, বৰপেটাৰ বাৰাদিত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় চুফিয়া পাৰবিন (২৪) নামৰ এগৰাকী যুৱতীয়ে। নিহত চুফিয়া পাৰবিন চুফীয়াই এখন স্কুটীৰে বৰপেটাৰ পৰা সমীপৱৰ্তী পালহাজীৰ দামালঝাৰ গাঁৱৰ ঘৰলৈ … Read more

মৰ্মান্তিক! ওপজা দিনতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পাৰ্থ প্ৰতিমৰ

এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ ওপজা দিনতে ইহ সংসাৰৰ পৰা বিদায় ল’লে এজন উদীয়মান যুৱকে। এই ঘটনাৰ স্থান কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত ডোৰাকঁহৰা। জানিব পৰা মতে, মংগলবাৰে পুৱাই সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ভগীয়া যুৱকজন হ’ল পচৰীয়াৰ অমামী কোম্পানীত কৰ্মৰত পাৰ্থপ্ৰতিম চহৰীয়া (২৯)। যুৱকজন বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী গাঁও বেলকোনাৰ ডিম্বেশ্বৰ চহৰীয়া আৰু বাসুমতী … Read more

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ছাত্ৰনেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে যােৰহাট আৰক্ষীয়ে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযােগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজনৰ পাছত সিজন অপৰাধী। ইপিনে, অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত ১৫ নং অপৰাধীজনক গ্ৰেপ্তাৰ কৰো যোৰহাট আৰক্ষীয়ে। ধৃত যুৱকজন বালিগাঁৱৰ সুশান্ত শৰ্মা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পল্টনবজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে এই অভিযুক্তক। যোৰহাটৰ … Read more

বাছক অভাৰটেক কৰিবলৈ গৈ বিপদত পৰিল স্কুটি আৰােহী দম্পতী, ঘটনাৰ দৃশ্য ভাইৰেল

নিউজ ডেস্ক। পিছৰ চিটত বহি থকা পত্নীৰ কোলাত এটি নৱজাতক শিশু। তেনে অৱস্থাত স্বামীয়ে দুখন দ্ৰুতবেগী বাছৰ মাজত স্কুটী সোমোৱাই ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ল। চলন্ত বাছক অভাৰটেক কৰিবলৈ গৈ তেওঁলোকৰ স্কুটীখন দুয়ােখন বাছতে খুন্দিয়াই মাজত আৱদ্ধ হৈ পৰে। গাড়ীৰ খুন্দাত কোলাত কেঁচুৱা থকা মহিলা গৰাকী সামান্য উফৰি পৰে। কিন্তু স্কুটীত উঠি যোৱা তিনিওজনেই নিৰাপদে ৰক্ষা … Read more

বিয়াৰ পাছতে তীৰ্থ ভ্ৰমণৰ বাবে গৈ শােকাৱহ মৃত্যু নৱ বিবাহিতাৰ

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। মন্দিৰ দৰ্শনৰ বাবে গৈ ৰে’ল পথৰ আণ্ডাৰ-ব্ৰীজৰ পানীত আৱদ্ধ হৈ পৰে ৭ যাত্ৰী যোৱা বাহন। যাৰ ফলত মৃত্যু হয় বাহনখনত যোৱা নৱ বিবাহিতাৰ। এই ঘটনা শুকুৰবাৰে নিশা সংঘটিত হয় অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত। ঘটনা অনুসৰি, কৰ্ণাটকৰ ৰাইচুৰৰ বাসিন্দা নৱ দম্পতীদ্বয়ে এমাহ পূৰ্বে আৱদ্ধ হৈছিল বিবাহ পাশত। শুকুৰবাৰে তেওঁলোকে ভগৱান ভেংকটেশ্বৰ স্বামীৰ … Read more

হোমৱৰ্ক নকৰাৰ বাবেই ছাত্ৰক চৰম শাস্তি শিক্ষকৰ, মৃত্যু

নিউজ ডেস্ক। এক আচৰিত ঘটনা। হোমৱৰ্ক নকৰাৰ বাবেই শিক্ষকে আক্ৰমণ কৰিলে এজন সপ্তম শ্ৰেণীৰ ছাত্ৰক। শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল ১৩ বছৰীয়া ছাত্ৰৰ। এই ঘটনা বুধবাৰে আবেলি সংঘটিত হয় ৰাজস্থানৰ চুৰু জিলাৰ ছালাচাৰ আৰক্ষী থানা অন্তৰ্গত কোলাচাৰ গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ত। বিদ্যালয় খনৰ নাম মডাৰ্ণ পাব্লিক স্কুল।আৰু শিক্ষকৰ বলি হোৱা ছাত্ৰজনৰ নাম হ’ল গণেশ। খবৰ অনুসৰি, … Read more

কন্যা সন্তান জন্ম হোৱাৰ বাবেই পেট্ৰ’ল পাম্পৰ মালিকে গ্ৰাহকলৈ আগবঢ়ালে ‘বাম্পাৰ অফাৰ’!

নিউজ ডেস্ক। বৰ্তমান পেট্ৰলৰ দামে সৰ্বত্ৰে স্পৰ্শ কৰিলে চেঞ্চুৰী। কিন্তু তেনে সময়তে যদি আপুনি লাভ কৰে বিনামূলীয়া অতিৰিক্ত পেট্ৰল, তেন্তে সেইয়া নিশ্চয়কৈ এক আনন্দৰ খবৰ নহয়নে! কথাটো আপোনাৰ মিছা যেন লাগিলেও কিন্তু সঁচা। এই বিনামূলীয়া পেট্ৰল আগবঢ়াইছে মধ্য প্ৰদেশৰ বেটুলৰ এজন পেট্ৰল পাম্প অপাৰেটৰে। অৱশ্যে এইয়া কোনো উৎসৱৰ বাবে আগবঢ়োৱা অফাৰ নহয়। এগৰাকী কন্যা সন্তান … Read more