মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱালে জনপ্ৰিয় ইউটিউবাৰ ভূৱন বামে

নিউজ ডেস্ক। কমেডিয়ান তথা জনপ্ৰিয় ইউটিউবাৰ ভূৱন বামৰ শনিবাৰৰ এটা ইনষ্টাগ্ৰামৰ প’ষ্টে আৱেগিক কৰি তুলিছে তেওঁৰ লাখ লাখ অনুৰাগীক। এমাহৰ ভিতৰতে কভিডত নিজ পিতৃ-মাতৃক হেৰুৱাই শোকত ভাগি পৰে জনপ্ৰিয় ইউটিউবাৰজন। তেওঁ সেই প’ষ্টটোত পিতৃ-মাতৃৰ লগতে নিজৰ এক আনন্দৰ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰে। সদায় নিজৰ লাখ লাখ অনুৰাগীৰ ওঁঠত হাঁহি বিৰিঙাই আনন্দ বিলোৱা ইউটিউবাৰজনে ইনষ্টাগ্ৰামত লিখে- … Read more

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰা

নিউজ ডেস্ক। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ চিকিৎসাধীন বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা। জানিব পৰা মতে, তেওঁৰ হাওঁফাওঁত ক’ভিডৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে। তেওঁ গুৱাহাটীৰ এখন বেচৰকাৰী হাস্পতালৰ ICU ত চিকিত্‍সাধীন। তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে আত্মীয়ৰ লগতে শুভাকাংক্ষীবৃন্দ।

ভাল খবৰ! অচিৰেই পিপিই কিটৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব স্বাস্থ্যকৰ্মীয়ে, বিশেষ পিপিই কিট উদ্ভাৱন

নিউজ ডেস্ক। ক’ভিড ৰোগীৰ চিকিৎসাৰ লগত জড়িত সকলো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে পি পি ই কীট পৰিধান কৰাটো বাধ্যতামূলক। কিন্তু পি পি ই কীট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাটোহে কষ্টকৰ। কিয়নো পি পি ই কীট পৰিধান কৰাৰ পিছত এজন লোকৰ শৰীৰত বৃদ্ধি পায় উশাহ লোৱাত কষ্ট হােৱাৰ সমস্যা। ঘামত তিতি যায় তেওঁৰ সমস্ত শৰীৰ। কিন্তু … Read more

চিৰিয়াখানাৰ এশিঙীয়া গঁড়ে বজালে কী-ব’র্ড, মূহুৰ্ততে ভাইৰেল হ’ল দৃশ্য

নিউজ ডেস্ক। কেৱল মানুহেই নহয়, কেতিয়াবা গঁড়েও বজাব পাৰে কীবৰ্ড। তেনে এক দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটো কলৰাডোৰ ডেনভাৰ চিৰিয়াখানাৰ। দৃশ্যটোত দেখা অনুসৰি, চিৰিয়াখানাখনত ‘বন্ধু’ নামৰ এটা এশিঙীয়া গঁড়ে বজাইছে এখন কীবৰ্ড। সি নিজৰ ১২ সংখ্যক জন্মদিন উপলক্ষে বজালে সেই কীবৰ্ড। যোৱা ১৯ মে’ত আছিল বন্ধু নামৰ গঁড়টোৰ জন্মদিন। সি নিজৰ ওপৰৰ … Read more

নিজৰ টেকেলিৰ সাঁচতীয়া ধন ক’ভিড টাস্ক ফ’ৰ্চক দান দিলে শিশুৱে

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে কােনাে কােনাে ৰাজ্যই পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ বিচাৰিছে ৰাইজৰ দান-বৰঙনি। চৰকাৰৰ এনে আহ্বানৰ পাছতে আগবাঢ়ি গৈছে বহু সচেতন ব্যক্তি তথা দল-সংগঠনাে। ইয়াৰ মাজতে এটি কণমানি শিশুৱেও চৰকাৰলৈ প্ৰদান কৰিছে আৰ্থিক সহায়। ইয়াৰ বাবে সামাজিক মাধ্যমত প্ৰশংসিত হৈ পৰিছে … Read more

এদিনতে সম্পন্ন লক্ষাধিক ক’ভিড পৰীক্ষা, ৬.੦২ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ-৮৯ জনৰ মৃত্যু

নিউজ ডেস্ক। অসম চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ ৰােধৰ বাবে লােৱা কেতবােৰ পদক্ষেপৰ ইতিবাচক ফলাফল যেন ক্ৰমাৎ প্ৰকাশ পাইছে। বিগত দুদিন ধৰি ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে ক’ভিডত সংক্ৰমণৰ হাৰ। অৱশ্যে উদ্বেগজনকভাৱে হ্ৰাস পােৱা নাই ক’ভিডত মৃত্যু হােৱা লােকৰ সংখ্যা। বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি সংক্ৰমণৰ হাৰ ৬.੦২ … Read more

ক’ভিড ৰোগীৰ বাবে মাতৃয়ে ৰান্ধি দিয়া আহাৰৰ পেকেটত কণমানি পুত্ৰই লিখি দিছে এক বিশেষ বাৰ্তা!

নিউজ ডেস্ক। দেশত অব্যাহত আছে কোৰোনাৰ কাল ৰূপ। তেনে সময়তো বহুতো হৃদয়বান লোকে আগবাঢ়ি আহিছে ৰোগীক সহায়ৰ উদ্দেশ্যে। বহু ঠাইত নিজৰ সাধ্য অনুসৰি বহুতো লোকে ৰোগীক প্ৰদান কৰিছে সাহাৰ্য। ঠিক তেনেদৰে পাঞ্জাৱৰ জলন্ধৰৰ এগৰাকী মহিলাই নিজ হাতেৰে ৰান্ধি আহাৰ যোগান ধৰিছে কোৰোনা আক্ৰান্ত কিছু লোকক। মাতৃয়ে যোগান ধৰা সেই আহাৰৰ পেকেটৰ ওপৰত শিশু পুত্ৰই ৰোগী … Read more

মংগলবাৰে ৬.৪৭ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৭৩ জনৰ মৃত্যু

নিউজ ডেস্ক। অসম চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ ৰােধৰ বাবে লােৱা কেতবােৰ পদক্ষেপৰ ইতিবাচক ফলাফল যেন ক্ৰমাৎ প্ৰকাশ পাইছে। ইয়াৰ ফলতে মংগলবাৰে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ বিগত সপ্তাহৰ পৰা মংগলবাৰ পৰ্যন্ত সৰ্বনিম্ন স্তৰলৈ নামিছে। মংগলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি সংক্ৰমণৰ হাৰ ৬.৪৭ শতাংশ। তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত ৯੦,২৫১ জনৰ … Read more

ৰাজ্যত ক’ভিড-১৯ত ৯২ জনৰ মৃত্যু, ৬ সহস্ৰাধিক নতুনকৈ আক্ৰান্ত

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে। ৰবিবাৰে ৫৬ জন লােকৰ এই ৰােগৰ সংক্ৰমণত মৃত্যু ঘটাৰ বিপৰীত সােমবাৰে উদ্বেগজনকভাৱে ৯২ জনৰ এই ৰােগত মৃত্যু ঘটে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই তথ্য। তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৬,৩৯৪ জন। ইয়াৰে গুৱাহাটীত … Read more

উদ্বেগজনক! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৮৫ জনৰ

নিউজ ডেস্ক। ৰাজ্যত একেৰাহে দ্বিতীয় দিনাও ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰাণ গ’ল অৰ্ধ শতাধিক লােকৰ। সােমবাৰে ৰাজ্যজুৰি ৭৭ জন লােকৰ মৃত্যু হােৱাৰ বিপৰীতে মংগলবাৰে দৈনিক মৃত্যুৰ সংখ্যা ৮৫ লৈ বৃদ্ধি পায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য। দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৬,২৫৮ জন। Summary of 11/5/2021 Today’s … Read more