ভয়ংকৰ! একে ঠাইতে সংঘটিত হ’ল শতাধিক যান-বাহনৰ সংঘৰ্ষ, নিহত ৬

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় আমেৰিকাৰ টেক্সাসৰ ফর্থ ৱৰ্থৰ ৰাষ্ট্ৰীয় ঘাইপথত। এই ঘটনাত ৬ জন থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় ৬৫ জন। এই দুৰ্ঘটনাৰ বাবে প্ৰায় ১৩৩ খন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শ শ বাহন ৰাজপথত আৱদ্ধ হৈ পৰে। ঘটনা অনুসৰি, অত্যধিক শীতৰ বাবে আন্তঃৰাজ্যিক পথটোত পাতলীয়াকৈ বৰফ … Read more

ৰিক্সা চালকৰ জীয়ৰীয়ে অৰ্জন কৰিলে মিছ ইণ্ডিয়াৰ উপ-বিজেয়ীৰ খিতাপ!

নিউজ ডেস্ক। বুধবাৰে নিশা মুম্বাইৰ হাইট ৰিজেঞ্চিত অনুষ্ঠিত হৈছিল VLCC Femina Miss India 2020 ৰ গ্ৰেণ্ড ফিনালে। এই সংখ্যাৰ প্ৰতিযোগিতাত উপ-বিজেতা হিচাপে নিৰ্বাচিত হ’ল এগৰাকী ৰিক্সা চালকৰ কন্যা। নাম মান্যা সিং। নিশাৰ ভিতৰতে দেশজুৰি চৰ্চিত হৈ পৰিল দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী মান্যাৰ নাম, কিয়নাে এই পৰ্যায়ত উপনীত হ’বলৈ বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল মান্যা তথা পৰিয়ালৰ লােক। … Read more

৫ মহীয়া শিশুৰ বাবে আমেৰিকাৰ পৰা পৰা আমদানি কৰা ঔষধত ৬ কোটি টকাৰ কৰ ৰেহাই PMO ৰ

নিউজ ডেস্ক। এটি ফুলকােমল দৈৱশিশুৰ চিকিৎসাৰ বাবে প্ৰয়ােজনীয় ব্যয়বহুল ঔষধ বিদেশৰ পৰা আমদানিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে (PMO) আগবঢ়ােৱা প্ৰায় ৬ কােটি টকাৰ কৰ ৰেহাই প্ৰদান কৰা কাৰ্যক সকলােৱে একমুখে প্ৰশংসা কৰিছে। বিশেষকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই মহৎ পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক ভূঁয়সী প্ৰশংসা কৰিছে। জানিব পৰা মতে, এগৰাকী ৫ মহীয়া কন্যাশিশুৰ জীৱন ৰক্ষাৰ বাবে প্ৰয়োজন … Read more

পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

নিউজ ডেস্ক। সম্প্ৰতি গুৱাহাটীৰ এখন হােটেলৰ কৰ্মচাৰী হিচাপে কৰ্মৰত এজন যুৱকৰ নৃত্যৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত। নৃত্যকলাত প্ৰতিশ্ৰুতিসম্পন্ন এই যুৱকজনৰ নাম সুৰজিত। ১৯ বছৰীয়া যুৱক সুৰজিতৰ ঘৰ ত্ৰিপুৰাত। কৰ্মসূত্ৰে গুৱাহাটীত থাকে সুৰজিত। সুৰজিতে কাম কৰে গুৱাহাটীৰ এখন হােটেলত অতিথি সেৱাৰ কৰ্মী হিচাপে কৰ্মৰত। ভিডিঅ’টোত দেখা গৈছে যে সুৰজিতে গ্ৰাহকৰ সন্মুখত বিভিন্ন ভংগিমাৰে নৃত্য … Read more

শব্দ প্ৰদূষণ! আৰক্ষীয়ে ৰােলাৰ চলাই ধ্বংস কৰিলে বাইকৰ অৰ্ধ শতাধিক চাইলেঞ্চাৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যুৱ সমাজৰ মাজত এটা চখ আছে যে মটৰ চাইকেলত অতি শব্দ সংযোজন কৰা। অৰ্থাৎ মটৰ চাইকেলৰ চাইলেঞ্চাৰ পাইপ কিছু সংশোধন কৰি বঢ়াই লয় তাৰ শব্দ যাতে মটৰ চাইকেল খন চলাই নিলে বহু দূৰলৈকে শুনা পায় বাইকৰ শব্দ। কিন্তু এতিয়াৰে পৰা এনে চখ থকা সকল সাৱধান হওঁক। আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ। যিয়েই এনে কৰিব … Read more

বিশিষ্ট অভিনেতা ৰাজীৱ কাপুৰৰ ৫৮ বছৰত দেহাৱসান

নিউজ ডেস্ক। ‘ৰাম তেৰী গংগা মেইলী’ শীৰ্ষক বলিউডৰ ছুপাৰহিট ছবিৰ অভিনেতা তথা বলিউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ অন্যতম সদস্য ৰাজীৱ কাপুৰ (৫৮)ৰ দেহাৱসান। মংগলবাৰে দুপৰীয়া হৃদজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে, হঠাতে বুকুত বিষ অনুভৱ কৰাৰ তেওঁক মুম্বাইৰ ইনলাক্স হাস্পতাললৈ লগে লগে ভৰ্তি কৰােৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি … Read more

কৃতজ্ঞতা! ৪৯ টা অপৰাধজনিত ঘটনাৰ তদন্তত সহায় কৰা কুকুৰৰ মূৰ্তি স্থাপন আৰক্ষীৰ

নিউজ ডেস্ক। বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁলােকৰ আবক্ষ মূৰ্তি নাইবা প্ৰতিমূৰ্তি স্থাপন কৰা আপোনালোকে নিশ্চয় দেখিছে। কিন্তু এইবাৰ এক বিশেষ মূৰ্তি স্থাপন কৰা হ’ল মৃত কুকুৰৰ। কুকুৰ মানে ই কোনো সাধাৰণ কুকুৰ নহয়। অপৰাধীক চিনাক্ত কৰা প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ কুকুৰ। যাৰ ফলত কুকুৰটোৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবলৈ আৰক্ষীৰ কাৰ্যালয় চৌহদতে স্থাপন কৰা হ’ল কুকুৰটোৰ মূৰ্তি। … Read more

মৰ্মান্তিক! দুৰ্ঘটনাত আহত ব্যক্তিত চিকিৎসালয়লৈ নিয়া যুৱকক মহটিয়ালে তীব্ৰবেগী বাহনে

নিউজ ডেস্ক। এক কৰুণ ঘটনা। পথ দুৰ্ঘটনাত আহত হৈ ছট্ফটাই থকা এজন লােকক সহায় কৰিবলৈ গৈ নিজেই প্ৰাণ হেৰুৱালে এজন যুৱকে। এই ঘটনা শােকাৱহ ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা বোকাখাতত ৷ জানিব পৰা মতে, বোকাখাত কলাখোৱা আমতলৰ সিদ্ধাৰ্থ গোৱালা নামৰ যুৱকজন নিশা ঘৰলৈ গৈ থকা অৱস্থাত পথৰ দাঁতিত আহত অৱস্থাত পৰি থকা এজন ব্যক্তিক প্ৰত্যক্ষ … Read more

মৰ্মান্তিক! মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

নিউজ ডেস্ক। মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰিছিল ৰাজীৱ বৰা (28) নামৰ নগাঁৱৰ হুজগাঁৱৰ এজন যুৱকে। কিন্তু গুৰু-গােঁসাই নমনা উদণ্ড ট্ৰাক চালকৰ বাবেই সংঘটিত এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকােৱালি ল’লে ৰাজীৱে। উল্লেখ্য যে ৰবিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। নগাঁও-ধিং গড়কাপ্টানি পথেৰে AS-N-2917 … Read more

সম্পূৰ্ণ ঘৰটােকে দাঙি লৈ গ’ল গাওঁবাসীয়ে! ছ’চিয়েল মিডিয়াত চৰ্চিত হ’ল উত্তৰ পূবৰ এখন অখ্যাত গাঁও

নিউজ ডেস্ক। অসমীয়াত এষাৰ আপ্তবাক্য আছে- ৰাইজে নখ জােকাৰিলে নৈ বয়। এই বাক্যষাৰীকে যেন চৰিতাৰ্থ কৰি দেখুৱালে নাগালেণ্ডৰ এখন অখ্যাত গাঁৱৰ বাসিন্দাই। দুৰ্গম পাহাৰীয়া অঞ্চলত বাস কৰা গাঁওবাসীয়ে একগােট হৈ এটা সম্পূৰ্ণ ঘৰ দাঙি লৈ গ’ল অন্য এক ঠাইলৈ। ঘৰ দাঙি নিয়া এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। আপুনি বিশ্বাস কৰিবলৈ হয়তো টান … Read more