दाेस्त का अपहरण कर पैसे नहीं फिराैती में मांगे 100 बिटक्वाइन, जिनकी कीमत है 20 कराेड़ रुपये!

गुवाहाटी। असम की राजधानी गुवाहाटी में अपहरण व रंगदारी का अनाेखा मामला सामने आया है जाे कि शायद अपनी तरह का देश का पहला हाे सकता है। गुवाहाटी के प्रसिद्ध व्यवसायी के सुपुत्र अंकित सुराणा का उसके ही दाेस्ताें ने अपहरण कर लिया व फिराैती के ताैर पर परिवार वालाें से 100 बिटक्वाइन की मांग … Read more

অৱশেষত অস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল অসম-নাগালেণ্ড সীমান্তত সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ ডকাইত ৰাজা আৰু জীতু…

নিউজ ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা দুই দুৰ্ধৰ্ষ ডকাইত। চুঙাজানত নিশা গাড়ী ৰখাই ডকাইতিৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ ডকাইত দুটাক। ধৃত ডকাইত দুটাক নাওচানৰ ২নং মৰাজানৰ ৰাজা দাস আৰু জীতু শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে দুয়োটা ডকাইতৰ পৰা … Read more

অৱশেষত মৃত্যুৰ ওচৰত পৰাজিত হ’ল দিপাংশী! পথ দুৰ্ঘটনাত হৈছিল আহত…

নিউজ ডেস্কঃ বিগত প্ৰায় এসপ্তাহ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নৱম শ্ৰেণীৰ ছাত্ৰী দিপাংশীয়ে। এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাৰ্তাই এতিয়া শোকবিহ্বল কৰিছে পৰিয়ালৰ লগতে পলাশবাৰীবাসীক। উল্লেখ্য যে, যোৱা ৩০ জানুৱাৰীত মিৰ্জা চানডুবি পথৰ বৰিহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত … Read more

শোকবাহ! ভুল দিশেৰে আহি বাইক আৰোহীক প্ৰচণ্ড খুন্দা পিকআপৰ, আৰক্ষী জোৱানৰ মৃত্যু

নিউজ ডেস্কঃ ভুল দিশেৰে অহা পিকআপ ভানৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী বাইক আৰোহী আৰক্ষী জোৱান। বঙাইগাঁও জিলাৰ বইটামাৰীৰ বৰখাতাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে, ধুবুৰী জিলাৰ বহলপুৰৰ নিৱাসী তথা অভয়াপুৰী আৰক্ষী থানাৰ জোৱান খজেন্দ্ৰ সিংহই এ এছ ১৯ জে ০৮৫৩ নম্বৰৰ বাইকেৰে গৈ থকা সময়ত … Read more

মৰ্মান্তিক! তীব্ৰবেগী বলেৰ’ পিকাআপ বাহনে মহটিয়াই নিলে স্কুটী, কণমানি কন্যাসহ মৃত্যু মাতৃৰ…

নিউজ ডেস্কঃ তীব্ৰবেগী বলেৰ’ পিকআপ বাহনৰ প্ৰচণ্ড খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-কন্যাই। দুধনৈৰ চেঁচাপানীত সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনা। জানিব পৰা মতে, অঞ্চলটোৰ হাঁহচৰাবড়ী পৰা চেঁচাপানী অভিমুখে এএছ ১৮জি ২০৩৮ নম্বৰৰ স্কুটীৰে ৯ বছৰীয়া কন্যা ৰাণী কচাৰীসহ গৈ আছিল হিমাদ্ৰী কচাৰী (২৭) নামৰ মহিলাগৰাকী। সেই সময়তে এএছ ০১জেচি ০৪৬৬ নম্বৰৰ বলেৰ’ পিকআপ ভানখনে মাতৃ-কন্যাক … Read more

ঘোচ লৈ আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! এইবাৰ গ্ৰেপ্তাৰ বিট অফিচাৰ আৰু বনৰক্ষক…

নিউজ ডেস্কঃ লোভে পাপ, পাপে কাৰাগাৰ! দৰমহাৰ টকা কেইটাৰ উপৰিও দুটকা বেচিকৈ অৰ্জাৰ লোভত পুনৰ হাত দাঙিলে দুজনকৈ চৰকাৰী কৰ্মচাৰীয়ে। ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ঘোচখোৰ চৰকাৰী কৰ্মচাৰী দুজন। শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে ওদালগুৰিৰ ধনশিৰি বন সংমণ্ডল সদৰৰ বিট অফিচাৰ লাচিত … Read more

প্ৰকৃতিয়েই ভগৱান, ভগৱানেই প্ৰকৃতি! অৰণ্য মানৱ যাদৱ পায়েঙৰ যুৱ প্ৰজন্মলৈ এক বিশেষ আহ্বান…

নিউজ ডেস্কঃ প্ৰকৃতি থাকিলেহে থাকিব মানুহ। এই কথাষাৰেই বছৰ বছৰ ধৰি বুজাবলৈ চেষ্টা কৰি আহিছে অলেখ প্ৰকৃতিপ্ৰেমীৰ লগতে অসমৰ সুসন্তান অৰণ্য মানৱ যাদৱ পায়েঙেও। সেই কথাই পুনৰ এবাৰ দোহাৰি তেওঁ ক’লে- ‘জাতি, ধৰ্ম, অৰ্থনীতি, ৰাজনীতি সকলোৰে উৰ্ধ্বত হৈছে প্ৰকৃতি। প্ৰকৃতিয়েই ভগৱান আৰু ভগৱানৰে আন এটা নাম হৈছে প্ৰকৃতি।’ নগাঁও কলেজৰ উদ্যোগত ৱাই- ২০, জি-২০ৰ লগত … Read more

আকৌ দাগ লাগিল শিক্ষকৰ পবিত্ৰ বৃত্তিত! ছাত্ৰীক নিশা মেচেজ কৰি অশালীন ইংগিত দিয়াৰ অভিযোগ শিক্ষক সৌৰভ ওজাৰ বিৰুদ্ধে…

নিউজ ডেস্কঃ আকৌ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে এজন শিক্ষকে। নিশা ছাত্ৰীক হোৱাটছএপত অশ্লীল মেচেজ আৰু ফটো প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকজনৰ বিৰুদ্ধে। আনকি ছাত্ৰীগৰাকীক লাইব্ৰেৰীলৈ অকলশৰে মাতি নি অশালীন ইংগিত দিয়াৰো অভিযোগ লম্পট শিক্ষকৰ বিৰুদ্ধে। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে দুধনৈৰ বাখ্ৰাখুঁটিৰ ছেইণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীত। অভিযোগ … Read more

মাতৃস্নেহ! দীপৰ বিলত সন্তানক হেৰুৱাই দিনে-নিশাই ৰাউচি জুৰি থাকিল মাতৃ হাতীয়ে, সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ মাতৃস্নেহ সকলোৰে বাবে সমান। লাগিলে সেয়া মানুহেই হওক বা বনৰ জীৱ-জন্তু। সন্তানক হেৰুওৱাৰ বেদনাত ৰাউচি জুৰি মৃত্যুক সাৱটিলে এটা বন্যহস্তীয়ে। এই ঘটনাই এতিয়া ব্যথিত কৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে হৃদয়বান প্ৰতিজন ব্যক্তিক। ঘটনাটো সংঘটিত হৈছে দীপৰ বিলত। উল্লেখ্য যে, দুদিন পূৰ্বে দীপৰ বিলৰ চকৰদৌ মিকিৰপাৰা অঞ্চলত দীপৰ বিলৰ বোকা-পানীত আৱদ্ধ হৈ মৃত্যু ঘটিছিল এটা পোৱালি … Read more

মৰ্মান্তিক! ৪ দিনৰ ছুটীত ঘৰলৈ গৈ আকৌ ঘূৰি নাহিল সংবাদকৰ্মী ডলী, পিতৃৰ সৈতে মাংস কিনিবলৈ যাওতেই আল্ট্ৰা বাছৰ খুন্দাত হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ ৪ দিনৰ ছুটী লৈ ঘৰলৈ গৈ কৰ্মস্থলীলৈ আৰু ঘূৰি নাহিল যুৱ সংবাদকৰ্মী ডলী। ঘৰলৈ যোৱাৰ আনন্দত পিতৃৰ সৈতে বজাৰলৈ মাংস কিনিবলৈ যাওতেই তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় যুৱতীগৰাকীয়ে। আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ডলীৰ পিতৃ বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, মহানগৰীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল … Read more