অন্তঃসত্বা পত্নীসহ বহিঃৰাজ্যত কৰ্মৰত অসমৰ দম্পতীৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ

নিউজ ডেস্কঃ বহিঃৰাজ্যত অসমৰ শ্ৰমিক দম্পতীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অৰুণাচল প্ৰদেশৰ টুটিঙত কৰ্মৰত এহাল শ্ৰমিক দম্পতীৰ মৃতদেহ উদ্ধাৰ হয় ৪ ছেপ্টেম্বৰৰ নিশা। দম্পতীহালক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে, চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাঁৱৰ ফাৰুক আলী আৰু তেওঁৰ পত্নী নুৰেজা খাতুনে অৰুণাচল প্ৰদেশৰ টুটিং জিলাত শ্ৰমিক হিচাপে … Read more

শোকাবহ! জোৰ কৰি বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ পিছদিনাই ধনঞ্জয়ে ল’লে এই কঠিন সিদ্ধান্ত…

নিউজ ডেস্কঃ নিজৰ অনিচ্ছা স্বত্বেও বিয়াত বহিবলগীয়া হোৱাৰ বাবেই এজন যুৱকে বিয়াৰ পিছদিনাই সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা। তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত ধনঞ্জয় দাস নামৰ যুৱকজনক বলপূৰ্বক বিয়া পাতি দিয়াৰ পৰিণতিত বিয়াৰ পিছদিনা চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। অভিযোগ অনুসৰি, নাগ্ৰীজুলি আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ ধনঞ্জয় দাস নামৰ যুৱকজনৰ … Read more

নতুন কৌশল! বাইকত লিফ্ট দিয়াৰ চলেৰে অকলশৰীয়া মহিলাক লুটপাট, অৱশেষত আৰক্ষীৰ জালত প্ৰৱঞ্চক সত্যজিৎ…

নিউজ ডেস্কঃ অকলশৰীয়া যুৱতী-মহিলাক বাইকট লিফ্ট দিয়াৰ চলেৰে নগদ ধন, আ-অলংকাৰ, মোবাইল ফোন লুটি নি ৰঙিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা প্ৰৱঞ্চক সত্যজিৎ ডেকাক অৱশেষত আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে। নলবাৰী জিলাৰ নিৱাসী প্ৰৱঞ্চকজনে ৰঙিয়া অঞ্চলত মহিলা-যুৱতীক বাইকত লিফ্ট দিয়াৰ চলেৰে নিৰ্জন ঠাইলৈ নি নগদ ধন, মোবাইল ফোন লুট কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ প্ৰৱঞ্চকজনৰ বিৰুদ্ধে … Read more

শোকাবহ! সুদীৰ্ঘ ৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই চৰম পথ বাচি ল’লে এগৰাকী কৃতী শিক্ষকে

নিউজ ডেস্কঃ আজি ৫ ছেপ্টেম্বৰ। দেশৰ দ্বিতায় ৰাষ্ট্ৰপতি তথা দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ আজিৰ দিনটোতে দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস। অসমতো আজি বিদ্যালয়ে বিদ্যালয়ে পালন কৰা হৈছে শিক্ষক দিৱস। আজিৰ দিনটোত শিক্ষাগুৰুৰ ত্যাগ, আদৰ্শৰ প্ৰতি সন্মান জনাইছে শিক্ষাৰ্থীয়ে। ৰাজ্য চৰকাৰেও আজিৰ দিনটোত ৰাজ্যৰ ৪৬ গৰাকী শিক্ষকক প্ৰদান কৰিছে ২০২২ বৰ্ষৰ কৃতী শিক্ষকৰ বঁটা। … Read more

মৰ্মান্তিক! কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ, প্ৰতিবেশীসহ ৪ জনৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰি কৰুণ মৃত্যু হ’ল শিশুসহ ৪ জন লােকৰ। পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ বিলাইপুৰ অঞ্চলত সংঘটিত হয় এই কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হােৱা কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু পিতৃ-মাতৃৰ। শিশুটিৰ লগতে প্ৰাণৰক্ষা কৰিবলৈ যােৱা এজন প্ৰতিবেশী যুৱকৰাে এই দুৰ্ঘটনাত … Read more

কাক ভাল পাইছে, তেওঁৰ পৰিচয় কি আদি নজনাকৈয়ে যুৱতী-কিশোৰীক প্ৰেমত নপৰিবলৈ আহ্বান আঙুৰলতা ডেকাৰ

নিউজ ডেস্কঃ বৰ্ধ্বিত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মহিলাসকলেই মূল দায়িত্ব গ্ৰহণ কৰিব লাগিব। সমগ্ৰ বিশ্বজুৰি হোৱা জনসংখ্যা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত এই মন্তব্য কৰে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। বৰ্ধ্বিত জনসংখ্যা নিয়্ন্ত্ৰণৰ ক্ষেত্ৰত মহিলাসকলে আগভাগ লৈ সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মত আগবঢ়াই বিজেপি নেত্ৰীগৰাকীয়ে কয় যে মহিলাসকল … Read more

ফ্ৰী স্কুটী পাই স্পীডত নচলাব, নিয়ম-নীতি মানি চলিবঃ মন্ত্ৰী অতুল বৰাৰ পৰামৰ্শ

নিউজ ডেস্কঃ দেওবাৰে বোকাখাতত ২০২১-২২ বিত্তীয় বৰ্ষৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “সখী এক্সপ্ৰেছ” আঁচনিৰ অধীনৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ ৩৬ গৰাকী বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী, পশু সখী আদি সামূহিক কৰ্মীক স্কুটী বিতৰণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই। নাট্য মন্দিৰত অনুষ্ঠিত এই স্কুটী বিতৰণ অনুষ্ঠানত অংশ লৈ আজি নতুনকৈ স্কুটী লাভ … Read more

ভাল মুছলমান লোকৰ বাবে বাচি আছে অসম, আল-কায়দা-এবিটি সন্ত্ৰাসবাদী ৰোধ কৰিব পৰা গৈছেঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

নিউজ ডেস্কঃ ৰাজ্যত মাদ্ৰাছা উচ্ছেদ আৰু জেহাদীৰ সক্ৰিয়তা সন্দৰ্ভত দেওবাৰে ডিজিপিৰ মুখ্য কাৰ্যালয়ত কেইবাটাও ইছলামিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত। এই বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি বৈঠকত লোৱা সিদ্ধান্ত আৰু আলোচনা সন্দৰ্ভত জানিবলৈ দিয়ে ডিজিপি মহন্তই। অসমত ভাল মুছলমানৰ বাবেই আল-কায়দা, এবিটি আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনক প্ৰতিৰোধ … Read more

ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক অনুপ কটকী

নিউজ ডেস্ক। পুনৰ কলংকিত হ’ল অসম আৰক্ষীৰ খাকী পােছাক। এগৰাকী আচামীৰ পৰা ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী উপ-পৰিদৰ্শক। এইবাৰ নগাঁও জিলাৰ কচুৱা আৰক্ষী নিবেশত চলিল অসম সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। শনিবাৰে সন্ধিয়া উৎকােচ লৈ থকা অৱস্থাত কচুৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক অনুপ কটকীক গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ অভিযানকাৰী দলে। সম্প্ৰতি আৰক্ষী নিবেশত উপ-পৰিদৰ্শক … Read more

শোণিতপুৰৰ ১০০০ বিঘা বেদখলকৃত ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান…

নিউজ ডেস্কঃ শনিবাৰে পুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান চলিল শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিতলমাৰীৰ ১০০০ বিঘা অবৈধভাৱে বেদখলকৃত ভূমিত। ২৯৯টা পৰিয়ালে অবৈধভাৱে দখল কৰি বাস কৰি অহা এই বৃহৎ ভূমিখণ্ডত পুৱা ৫ বজাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে জিলা প্ৰশাসনে। জানিব পৰা মতে, অঞ্চলটোত উচ্ছেদ চলোৱাৰ বিষয়ে জাননী লাভ কৰাৰ পিছতে তাত বাস … Read more