ভাল খবৰ! কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেন্টলৈ পদোন্নতি অসম চৰকাৰৰ
নিউজ ডেস্ক। ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হােৱা কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়েৰে ইতিহাস ৰচিলে অসমৰ জীয়ৰী নয়নমণি শইকীয়াই। গোলাঘাটৰ এখন পিছপৰা অখ্যাত অঞ্চলৰ পৰা গৈ নয়নমণিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে সাফল্যৰে অসমৰ লগতে গৌৰৱান্বিত কৰিলে সমগ্ৰ দেশবাসীক। প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত মহিলা ল’ন বলত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মহিলা দলে। উল্লেখ্য যে কমনৱেলথ গেমছত স্বৰ্ণ … Read more